Assam গুৱাহাটীত মহিলা ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ; জব্দ ৭৮ গ্ৰাম হেৰ’ইন, উদ্ধাৰ চুৰি হোৱা মোবাইল-লেপটপ July 13, 2026 Paromita মাদক দ্ৰব্যৰ অবৈধ ব্যৱসায়ৰ আঁৰত সক্ৰিয় আছিল চুৰি হোৱা সামগ্ৰীৰো কাৰবাৰ। মহানগৰীত এই অভিযোগতে আৰক্ষীৰ জালত পৰিল এগৰাকী মহিলা। অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰ’ইনৰ লগতে একাধিক চুৰি…
Business ভিয়েটনামত স্পীডবোট দুৰ্ঘটনা; ১৫ জনৰ মৃত্যুৰ আশংকা, আছিল ৩২ ভাৰতীয় পৰ্যটক July 11, 2026 Paromita ভিয়েটনামত সংঘটিত এক স্পীডবোট দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল ভাৰতীয়সহ ডজনৰো অধিক পৰ্যটকে। শনিবাৰে দেশখনৰ ফুকুৱক দ্বীপৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। ভিএন এক্সপ্ৰেছ ইণ্টাৰনেশ্যনেলৰ প্ৰতিবেদন অনুসৰি, হন মে ৰুটৰ পৰা…
Assam সুৰাসক্ত অৱস্থাত আৰক্ষীক আক্ৰমণৰ অভিযোগ; থানা চৌহদতে তাণ্ডৱ চলাই গ্ৰেপ্তাৰ এজন July 11, 2026 Paromita ৰাজপথত অশান্তি সৃষ্টি কৰাৰ পিছত এইবাৰ আৰক্ষী থানাৰ ভিতৰতে তাণ্ডৱ চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এজন ব্যক্তি। আৰক্ষীৰ কৰ্তব্যত বাধা দিয়াৰ লগতে আৰক্ষীক আক্ৰমণ, পোছাক ফালি পেলোৱা আৰু থানাৰ সম্পত্তি ভাঙি…
Assam নাওত চলিল আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান; জব্দ নিচাযুক্ত টেবলেট আৰু কফ চিৰাপ, গ্ৰেপ্তাৰ সৰবৰাহকাৰী July 11, 2026 Paromita নদীপথেৰে নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ চেষ্টা চলি থকাৰ সময়তে আৰক্ষীৰ জালত পৰিল এজন অভিযুক্ত। যাত্ৰীবাহী এখন নাওত চলোৱা ড্ৰাগছবিৰোধী অভিযানত বৃহৎ পৰিমাণৰ সন্দেহজনক নিচাযুক্ত টেবলেট আৰু কফ চিৰাপ জব্দ কৰাৰ লগতে…
Assam ১৩ জুলাইৰ পৰা দুমাহলৈ সম্পূৰ্ণৰূপে বন্ধ পুৰণি শৰাইঘাট দলং July 11, 2026 Paromita ব্ৰহ্মপুত্ৰৰ ওপৰত থকা পুৰণি শৰাইঘাট দলংত মেৰামতিৰ কাম আৰম্ভ হোৱাৰ লগে লগে ১৩ জুলাইৰ পৰা সম্পূৰ্ণ বন্ধ থাকিব সকলো ধৰণৰ যান-বাহন চলাচল। এই সময়ছোৱাত নতুন শৰাইঘাট দলঙেৰেই দুয়োমুখী যান-বাহন চলাচল…
Assam ৮ বিধ এনাৰ্জি ড্ৰিংকৰ ওপৰত নিষেধাজ্ঞা ৰাজস্থান চৰকাৰৰ; পাঁচ লাখৰো অধিক কেন জব্দ July 11, 2026 Paromita ‘এনাৰ্জি ড্ৰিংক’ বুলি বিক্ৰী হৈ থকা কেইবাটাও জনপ্ৰিয় পানীয়ৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। ভুৱা আৰু বিভ্ৰান্তিকৰ দাবীৰ অভিযোগত পাঁচ লাখৰো অধিক এনাৰ্জি ড্ৰিংকৰ কেন জব্দ কৰাৰ লগতে বজাৰ…
Assam পাতি লোৱা হিন্দু ভগ্নীৰ কন্যাদান কৰি অনন্য নিদৰ্শন মুছলমান ভাতৃৰ; বিলালে সম্প্ৰীতিৰ বাৰ্তা July 11, 2026 Paromita তেজৰ সম্পৰ্ক নাছিল, কিন্তু দায়িত্বত কোনো খুঁত নাৰাখিলে। পাতি লোৱা ভগ্নীৰ বিয়াৰ সকলো দায়িত্ব কান্ধত তুলি লৈ হিন্দু ৰীতি-নীতিৰে কন্যাদান সম্পন্ন কৰি সম্প্ৰীতি আৰু মানৱতাৰ এক ব্যতিক্ৰমী দৃষ্টান্ত স্থাপন কৰিলে…
Assam স্বাধীনতা দিৱসৰ দিনটোত শোকাবহ বিমান দুৰ্ঘটনা! পাইলটসহ ১০ জনৰ মৃত্যু July 11, 2026 Paromita স্বাধীনতা দিৱসৰ আনন্দৰ মাজতে শোকৰ ছাঁ নামি আহিল বাহামাছত। দেশখনৰ উত্তৰ এণ্ড্ৰছ দ্বীপত শুকুৰবাৰে সংঘটিত এক বিমান দুৰ্ঘটনাত ১০জনৰ মৃত্যু হোৱাৰ পিছত ফ্লেমিংগো এয়াৰৰ উৰণ সাময়িকভাৱে স্থগিত ৰাখিছে চৰকাৰে। বাহামাছৰ…
Assam অহা বছৰৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে লাভ নকৰে স্কুটি! ঘোষণা বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ July 10, 2026 Paromita আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ হ’ব নিযুত মাইনা আৰু নিযুত বাবু আঁচনি। একে সময়তে ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত এইবাৰ প্ৰায় ১৮ হাজাৰ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব স্কুটি। অৱশ্যে…
Assam হিমন্ত বিশ্ব শৰ্মা ২.০ চৰকাৰৰ প্ৰথম পূৰ্ণাংগ বাজেট দাখিল; চাকৰি, আন্তঃগাঁথনি, স্বাস্থ্য আৰু কল্যাণ আঁচনিত বিশেষ গুৰুত্ব July 10, 2026 Paromita বিধানসভাত দাখিল হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ২.০ চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট। প্ৰথমবাৰৰ বাবে বিধানসভাত বাজেট দাখিল কৰি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই চৰকাৰী নিযুক্তি, আন্তঃগাঁথনি, স্বাস্থ্য, কৃষি, শিক্ষা, উদ্যোগ, শক্তি…