সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত
নন্দ তালুকদাৰ ফাউণ্ডেশ্যন আৰু অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰ্থ সামাজিক ন্যাসৰ সহযোগত মধুপুৰ সত্ৰৰ ঐতিহাসিক পুথি সাঁচিপাত ডিজিটেল সংৰক্ষণ।
সত্ৰখনৰ ৪৪ খন পুথি ৩,০৬৫ পৃষ্ঠা সাঁচিপাত আমি ডিজিটেল ৰূপত সংৰক্ষণ সম্পন্ন কৰা হয়।‌
DIGITISING ASSAM ৰ উদ্যোগত এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
www.assamarchive.org ৰ বিশেষ ৱেবচাইটত এই সমল উপলব্ধ হ’ব।

সংবাদ মেলত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্য,সভাপতি উৎপল শৰ্মা,সাধাৰণ সম্পাদক সমীৰণ ফুকন, নন্দ তালুকদাৰ ফাউণ্ডেচনৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ,মধুপুৰ সত্ৰ ডেকা সত্ৰাধিকাৰ মাধৱদেৱ মহন্ত

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *