Assam ৰাম মন্দিৰৰ দান কেলেংকাৰীতকৈও ডাঙৰ ৱাকফ কেলেংকাৰী! তদন্তৰ দাবীত যোগীলৈ পত্ৰ July 14, 2026 Paromita ৰাম মন্দিৰত ভক্তৰ দান আত্মসাতৰ অভিযোগক লৈ দেশজুৰি বিতৰ্ক অব্যাহত থকাৰ সময়তে এইবাৰ ৱাকফ সম্পত্তিক লৈ বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে এগৰাকী মুছলমান ধৰ্মগুৰুৱে। উত্তৰ প্ৰদেশৰ দুয়োখন ৱাকফ ব’ৰ্ডত বৃহৎ কেলেংকাৰী…
Assam ২৭ জনক বিদেশী ঘোষণা কৰা হাই ক’ৰ্টৰ ৰায়ত স্থগিতাদেশ; নতুনকৈ শুনানিৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ July 14, 2026 Paromita বিদেশী ঘোষণা কৰা ২৭ জনৰ গোচৰ নতুনকৈ বিচাৰৰ পথ মুকলি কৰি গুৰুত্বপূৰ্ণ ৰায় দিলে উচ্চতম ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল কৰাৰ লগতে সংশ্লিষ্ট বিদেশী ন্যায়াধিকৰণক আইন অনুসৰি পুনৰ শুনানি…
Assam অসম-নেপালী সাহিত্য জগতলৈ অপূৰণীয় ক্ষতি; পদ্মশ্ৰী গীতা উপাধ্যায়ৰ দেহাৱসান July 14, 2026 Paromita অসম আৰু নেপালী সাহিত্য জগতক শোকস্তব্ধ কৰি চিৰবিদায় ল’লে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা পদ্মশ্ৰী গীতা উপাধ্যায়ে। সাহিত্য, অনুবাদ আৰু শিক্ষাক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে সন্মানিত এইগৰাকী বৰেণ্য ব্যক্তিয়ে এইবছৰেই লাভ…
Assam সন্তানসম্ভৱা বোৱাৰীক হত্যা কৰি মৃতদেহ পুতিলে চোতালত, বিলাসীপাৰাত তীব্ৰ চাঞ্চল্য July 14, 2026 Paromita বিলাসীপাৰা মহকুমাৰ লক্ষীগঞ্জ আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত হাজাৰীপাৰা গাঁৱত সংঘটিত হৈছে এক জঘন্য আৰু লোমহৰ্ষক হত্যাকাণ্ড। ঘৰৰ চোতালত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় এগৰাকী সন্তানসম্ভৱা বোৱাৰীৰ মৃতদেহ। নিহত মহিলাগৰাকী…
Assam গড়ভঙা বনাঞ্চলৰ জলপ্ৰপাতত গা ধুবলৈ গৈ নিৰুদ্দেশ হোৱা ফটাশিলৰ যুৱকৰ মৃতদেহ উদ্ধাৰ July 14, 2026 Paromita গুৱাহাটীৰ দাঁতিকাষৰীয়া গড়ভঙা বনাঞ্চলৰ জলপ্ৰপাতত গা ধুবলৈ গৈ অকাল মৃত্যুক আঁকোৱালি লয় ফটাশিলৰ এজন যুৱকে। তিনিজন বন্ধুৰ সৈতে ফুৰিবলৈ গৈ সলিল সমাধি ঘটা যুৱকজনক ফটাশিলৰ নিখিল ঝা (২৫) বুলি চিনাক্ত…
Assam হোম ষ্টে’ত তাণ্ডৱ চলাই পলায়ন; ছয় অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ July 14, 2026 Paromita অতিথিশালাত তাণ্ডৱ চলাই ক্ষতিসাধন কৰাৰ অভিযোগত এইবাৰ ছয়জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে মেঘালয় আৰক্ষীয়ে। অভিযুক্তসকলৰ ভিতৰত তিনিজন প্ৰাপ্তবয়স্ক আৰু তিনিজন নাবালক। আদালতত হাজিৰ কৰাৰ পিছত জামিনত মুকলি পায় আটাইকেইজনে। ১১ জুলাইত…
Assam অব্যাহত বান-ভূমিস্খলনৰ সংহাৰ; অৰুণাচলত পুনৰ ধ্বস, ব্যাহত সীমান্তমুখী ৰাষ্ট্ৰীয় ঘাইপথ July 13, 2026 Paromita অৰুণাচল প্ৰদেশত এতিয়াও ঘূৰি অহা নাই স্বস্তি। অব্যাহত বৰষুণৰ মাজতে এইবাৰ পুনৰ ভূমিস্খলনে জোকাৰি গ’ল পশ্চিম কামেং জিলা। ধ্বংসৰ ফলত ব্যাহত হৈছে সীমান্ত সংযোগী গুৰুত্বপূৰ্ণ বালিপাৰা-চাৰদুৱাৰ-তাৱাং ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়াত, আনহাতে…
Assam কাছাৰত ড্ৰাগছ বিৰোধী অভিযানৰ বৃহৎ সফলতা; জব্দ ৩ হাজাৰ য়াবা টেবলেট, গ্ৰেপ্তাৰ সৰবৰাহকাৰী July 13, 2026 Paromita মাদক সৰবৰাহকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ ধাৰাবাহিক অভিযানত পুনৰ লাভ হৈছে এক উল্লেখযোগ্য সফলতা। এইবাৰ কাছাৰত আৰক্ষীৰ জালত পৰিল এজন অভিযুক্ত। নিশাৰ অভিযানত জব্দ কৰা হ’ল বজাৰত লাখ লাখ টকাৰ মূল্যৰ…
Assam মেৰামতিৰ কাম পৰিদৰ্শনৰ সময়তে দেৱাল খহি মৃত্যু চৰকাৰী চিকিৎসকৰ July 13, 2026 Paromita কৰ্তব্য পালন কৰোঁতেই প্ৰাণ গ’ল এগৰাকী চৰকাৰী চিকিৎসকৰ। প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ মেৰামতিৰ কাম পৰিদৰ্শন কৰি থকা সময়তে দেৱাল খহি পৰাত মৃত্যু হয় চিকিৎসকজনৰ। শনিবাৰে উত্তৰাখণ্ডৰ চামোলি জিলাত সংঘটিত হয় এই শোকাৱহ…
Assam বহু প্ৰত্যাশিত ডুৰাণ্ড কাপৰ বাবে সাজু উত্তৰ-পূব; মেঘালয়ত প্ৰতিযোগিতাৰ তিনিটা ট্ৰফীক আদৰণি July 13, 2026 Paromita বহু প্ৰত্যাশিত ফুটবলৰ মহাৰণ ডুৰাণ্ড কাপক লৈ এতিয়া উত্তৰ-পূৰ্বাঞ্চলত বৃদ্ধি পাইছে উচ্ছ্বাস। অহা ২৫ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া এছিয়াৰ সৰ্বপ্ৰাচীন এই ফুটবল প্ৰতিযোগিতাক কেন্দ্ৰ কৰি আয়োজক ৰাজ্যসমূহত ব্যস্ততা তুংগত থকাৰ…