Sports এষ্টন ভিলাক পৰাস্ত কৰি দ্বিতীয়বাৰলৈ উৱেফা ছুপাৰ কাপ দখল পিএছজিৰ August 13, 2026 Sonakshi Sarkar ৰেড বুল এৰিনাত অনুষ্ঠিত এখন ৰুদ্ধশ্বাস ফাইনেল খেলত এষ্টন ভিলাক ২-১ ব্যৱধানত পৰাস্ত কৰি পেৰিছ ছেইণ্ট-জাৰ্মেইনে ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে উৱেফা ছুপাৰ কাপ খিতাপ জয় কৰি ২০২৬/২৭ ছিজনৰ বিজয় যাত্ৰা আৰম্ভ…
Assam ওড়িশাৰ ভুৱনেশ্বৰত গুৰুদেৱ কালিচৰণ ব্ৰহ্মক লৈ ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন August 12, 2026 Sonakshi Sarkar গুৰুদেৱ কালিচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ উদ্যোগত আৰু ওড়িশাৰ ভুৱনেশ্বৰস্থিত কিছ ডিমড টু বি ইউনিভাৰ্চিটিৰ সহযোগত”গুৰুদেৱ কালিচৰণ ব্ৰহ্ম: সামাজিক পৰিৱৰ্তনৰ স্থপতি আৰু সৰ্বাংগীন ৰাষ্ট্ৰীয়তাবাদৰ প্ৰৱক্তা” শীৰ্ষক এক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হয়।…
Sports আইচিচি এদিনীয়া বিশ্বকাপ ২০২৭-লৈ আফগানিস্তানৰ অৰ্হতা অৰ্জন August 11, 2026 Sonakshi Sarkar বেলফাষ্টৰ চিভিল চাৰ্ভিচ ক্ৰিকেট ক্লাৱত অনুষ্ঠিত আইচিচি এদিনীয়া শৃংখলাৰ তৃতীয় তথা চূড়ান্ত মেচখনত আয়াৰলেণ্ডক ৩ উইকেটত পৰাস্ত কৰি আফগানিস্তান ক্ৰিকেট দলে ২০২৭ চনৰ আইচিচি ক্ৰিকেট বিশ্বকাপৰ বাবে পোনপটীয়া অৰ্হতা অৰ্জন…
Assam ডিমৰীয়া লক্ষীগোগত তিৱা জনজাতি লোকৰ সজাগতা সভা August 10, 2026 Sonakshi Sarkar ক্ষেত্ৰীৰ পৰা প্ৰায় ৩.৫ কিলোমিটাৰ দূৰত অৱস্থিত লক্ষীগোগ এল. পি স্কুলত দেওবাৰে বিশ্ব জনজাতি দিৱস পালন কৰা হয়। এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তিৱা ৰাজ দৰবাৰৰ সভাপতি জুৰসিং…
Education পৰীক্ষাৰ স্বচ্ছতা আৰু ছাত্ৰ-ছাত্ৰীৰ অধিকাৰৰ দাবীত আইচা সভানেত্ৰী নেহা বৰাৰ সংগ্ৰাম August 8, 2026 Sonakshi Sarkar জে.এন.ইউ.ৰ ২৯ বছৰীয়া গৱেষক ছাত্ৰী তথা অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ’চিয়েশ্যন (AISA) ৰ ৰাষ্ট্ৰীয় সভানেত্ৰী নেহা বৰাই দেশজুৰি ছাত্ৰ-ছাত্ৰীৰ অধিকাৰ আৰু পৰীক্ষাৰ স্বচ্ছতাৰ বাবে এক নতুন জোৱাৰ আনিছে। শেহতীয়াকৈ জুলাই ২০২৬…
Sports ফিফাৰ প্ৰতিযোগিতা বৰ্জন কৰিব ইউৱেফাই August 7, 2026 Sonakshi Sarkar ইউৱেফাই নিশ্চিত কৰিছে যে ফিফাৰ প্ৰতিযোগিতা সমূহত তেওঁলোকৰ বৰ্জন কাৰ্যসূচী অব্যাহত থাকিব। জিয়ানী ইনফান্টিনো ফুটবলৰ সৰ্বোচ্চ সংস্থা ফিফাৰ সভাপতি হিচাপে বাহাল থকা সত্ত্বে ইউৰোপীয় ফুটবলৰ পৰিচালন সমিতি ইউৱেফাই এই সিদ্ধান্ত…
Assam পোল্ট্ৰি ফাৰ্মসমূহ হৈ পৰিছে মাৰাত্মক বেক্টেৰিয়াৰ কেন্দ্ৰবিন্দু August 6, 2026 Sonakshi Sarkar অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ এক শেহতীয়া গৱেষণা প্ৰতিবেদনত প্ৰকাশ পাইছে যে উদ্যোগিক পোল্ট্ৰি ফাৰ্মিং অৰ্থাৎ ব্যৱসায়িকভাৱে হাঁহ-কুকুৰা পালনৰ অনিয়ন্ত্ৰিত বৃদ্ধিৰ বাবে ‘কেম্পিল’বেক্টৰ’ নামৰ অতি ভয়ানক বেক্টেৰিয়াৰ সংক্ৰমণ ১০০ গুণতকৈও অধিক বৃদ্ধি পাইছে।…
Assam গুৱাহাটীৰ বিমল কাৰ্ছত টাটা মটৰ্ছে মুকলি কৰিলে টাটা ছিয়েৰা.ইভি August 5, 2026 Sonakshi Sarkar টাটা মটৰ্ছে বুধবাৰে গুৱাহাটীৰ লখৰাৰ বিমল কাৰ্ছত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত সম্পূৰ্ণ বৈদ্যুতিক টাটা ছিয়েৰা.ইভিৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। আজিৰ এই অনুষ্ঠানত পৰিচালন সঞ্চালক, শ্ৰী বিমল ছাৰাওগী; মুখ্য কাৰ্যবাহী বিষয়া ক্ৰমে…
Assam ‘Emails from My Grandpa – Part 2’ গ্ৰন্থৰ শুভ উন্মোচন। উন্মোচন কৰে পদ্মশ্ৰী ড° সূৰ্য্যকান্ত হাজৰিকা দেৱে । ডাউন টাউন হাস্পতালৰ উদ্যোগত উন্মোচিত কৰা হয় গ্ৰন্থখনৰ, লগতে উন্মোচন চাৰিখন জনস্বাৰ্থমূলক পুস্তিকা August 3, 2026 Sonakshi Sarkar সাহিত্য, শিক্ষা আৰু জনস্বাস্থ্য সচেতনতাক সমভাৱে আগুৱাই নিয়াৰ লক্ষ্যৰে ‘ডাউন টাউন হাস্পতালে’ গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন সংবাদমেলৰ। সংবাদমেলত ‘Emails from My Grandpa – Part 2’ গ্ৰন্থখনৰ উন্মোচন কৰা হয়। অনুষ্ঠানত…
Assam ক্ষমতা হেৰুওৱাৰ দুবছৰৰ পাছত ভাৰতত প্ৰথমবাৰৰ বাবে জনসমুখত আহিব শ্বেখ হাছিনা August 3, 2026 Sonakshi Sarkar বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰাৰ প্ৰায় দুবছৰৰ পাছত ভাৰতত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ সন্মুখত উপস্থিত হ’ব। অহা ৫ আগষ্ট, ২০২৬ তাৰিখে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এটা ভাৰ্চুৱেল কাৰ্যসূচীৰ…