Author: Sonakshi Sarkar

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন

কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী ( চি আৰ পি এফ ) ৰ গুৱাহাটী ক্ষেত্ৰৰ উপ মহা পৰিদৰ্শকৰ নিৰ্দেশনা অনুসৰি গুৱাহাটীৰ পশ্চিম…

ক’পা আমেৰিকাৰ পৰা ফিফা বিশ্বকাপলৈ এক সোণালী যাত্ৰা মেছীৰ

আধুনিক ফুটবলৰ অন্যতম মহানায়ক লিয়নেল মেছীৰ নেতৃত্বত আৰ্জেন্টিনা ৰাষ্ট্ৰীয় ফুটবল দলে ফুটবল ইতিহাসত নতুন অধ্যায় ৰচনা কৰিছে। বছৰ বছৰ ধৰি সপোন খেদি অৱশেষত ক’পা আমেৰিকাৰ পৰা ফিফা বিশ্বকাপলৈ মেছীৰ অধিনায়কত্বত…

ছবিপ্ৰেমীৰ প্ৰতীক্ষাৰ অন্ত পেলাই ৯ অক্টোবৰত চিত্ৰগৃহলৈ আহিব অসমীয়া কথাছবি ‘ডিফলু’

অসমৰ চলচ্চিত্ৰপ্ৰেমী ৰাইজৰ দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ অন্ত পেলাই অহা ৯ অক্টোবৰত ৰাজ্যৰ ছবিগৃহত মুক্তিলাভ কৰিব নতুন অসমীয়া কথাছবি ‘ডিফলু’ৱে। বৰলুইত প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবিখনৰ মুক্তিৰ দিন…

স্পেইনক পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে বিশ্ব চেম্পিয়ন জাৰ্মানী

এক উত্তেজনাপূৰ্ণ চূড়ান্ত মেচত স্পেইনক ১-০ গ’লৰ ন্যূনতম ব্যৱধানত পৰাজিত কৰি জাৰ্মানীয়ে চতুৰ্থবাৰৰ বাবে বিশ্বকাপ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে।সমগ্ৰ মেচখনত দুয়োটা দলেই তীব্ৰ সংগ্ৰাম চলাইছিল যদিও জাৰ্মানীয়ে সুন্দৰ ৰণনীতি…

জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ বৈঠক সম্পন্ন

জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ একত্ৰিংশতম বৰ্ষৰ তৃতীয়খন বৈঠক উপদেষ্টা ৰীতা শৰ্মাৰ সভাপতিত্বত ২৩ আগষ্টত বিয়লি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় । সমিতিৰ সদস্যাসকলে আৰম্ভণি সংগীতেৰে শুভাৰম্ভ হোৱা বৈঠকত…

লুছানে ডায়মণ্ড লীগত দ্বিতীয় স্থানত নীৰজ চোপ্ৰা

ভাৰতীয় জেভলিন থ্ৰ’ৰ তাৰকা খেলুৱৈ নীৰজ চোপ্ৰাই এক বছৰতকৈও অধিক সময়ৰ ভিতৰত নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰে, কিন্তু শুকুৰবাৰে ইয়াত অনুষ্ঠিত লুছানে ডায়মণ্ড লীগত শ্ৰীলংকাৰ উদীয়মান তাৰকা ৰমেশ পথিৰাগেই মাত্ৰ…

অসমত বাল্যবিবাহৰ বিৰুদ্ধে অধিক তীব্ৰতৰ অভিযান; ৫ বছৰত ১১,১৯৬ গৰাকী অভিযুক্ত গ্ৰেপ্তাৰ

​অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যতে বাল্যবিবাহ নামৰ সামাজিক ব্যাধিটো সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ লক্ষ্যৰে চলোৱা অভিযান অব্যাহত ৰাখিছে। এই বিশেষ অভিযানৰ অধীনত বিগত ৫ বছৰৰ ভিতৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ…

উচ্চতম ন্যায়ালয়ত ফাঁচীৰ ব্যৱস্থা বিলুপ্ত কৰাৰ আবেদন খাৰিজ

উচ্চতম ন্যায়ালয়ে মঙলবাৰে মৃত্যুদণ্ডৰ কাৰ্যকৰীকৰণৰ বাবে চলি থকা বৰ্তমানৰ ফাঁচীৰ ব্যৱস্থা বিলুপ্ত কৰাৰ দাবীত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন খাৰিজ কৰে। ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে বৰ্তমানৰ এই ব্যৱস্থাটোক…

গুৱাহাটী বিশ্ববিদ্যালয়ত সংহত শিক্ষক শিক্ষা পাঠ্যক্ৰমৰ দীক্ষাৰম্ভ

জ্ঞানৰ পোহৰেৰে ভৱিষ্যত প্ৰজন্মক আলোকিত কৰাৰ সংকল্পৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত গুৱাহাটী বিশ্ববিদ্যালয়ত সংহত শিক্ষক শিক্ষা পাঠ্যক্ৰম (Integrated Teacher Education Programme)ৰ আজি দীক্ষাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে শিক্ষা বিভাগৰ মুৰব্বী…

​লোকপিয়ল ২০২৭: ৩১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশত প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ

লোকপিয়ল ২০২৭-ৰ প্ৰথম পৰ্যায়ৰ কাম দেশৰ ৩১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সফলতাৰে সম্পূৰ্ণ হৈছে। এই কথা ভাৰত চৰকাৰৰ গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে প্ৰকাশ কৰিছে। প্ৰথম পৰ্যায়ত মুখ্যতঃ গৃহ-তালিকাভুক্তি…