Author: Sonakshi Sarkar

সংগীতৰ ১০ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিলে ‘পথৰংগী’য়ে

সংগীতপ্ৰেমী আৰু শিল্পীসকলৰ এক অনানুষ্ঠানিক মঞ্চ ‘পথৰংগী’য়ে আজি সংগীতৰ ১০ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰে। সামাজিক আৰু সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ বিভিন্ন দিনত পথৰ কাষত সংগীত পৰিৱেশন কৰাৰ লগতে বিশিষ্ট সংগীতশিল্পীসকলৰ প্ৰতি সংগীতৰ…

এছিয়ান গেমছ: মিক্সড মাৰ্শ্বেল আৰ্টছত ঐতিহাসিক ব্ৰঞ্জৰ পদক জয় সুচিকা তাৰিয়ালৰ

ভাৰতীয় ক্ৰীড়াবিদ সুচিকা তাৰিয়ালে ২০তম এছিয়ান গেমছৰ মিক্সড মাৰ্শ্বেল আৰ্টছ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। এছিয়ান গেমছৰ ইতিহাসত মিক্সড মাৰ্শ্বেল আৰ্টছত ভাৰতে লাভ কৰা এইটোৱেই হৈছে প্ৰথমটো…

গড়ভঙা সংৰক্ষিত বনাঞ্চলত ‘জন্মদিন সেউজ শপত উদ্যান’ৰ শুভাৰম্ভ বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত গড়ভঙা সংৰক্ষিত বনাঞ্চলত ১৭ ছেপ্টেম্বৰত বনকর্মী আৰু স্থানীয় ৰাইজৰ সৈতে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ বিত্ত, বন আৰু পৰিৱেশ মন্ত্ৰী…

প্ৰখ্যাত অভিনেতা অনন্ত নাগলৈ ২০২৪ বৰ্ষৰ দাদাচাহেব ফাল্কে বঁটা

ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে প্ৰখ্যাত জ্যেষ্ঠ অভিনেতা অনন্ত নাগক ২০২৪ বৰ্ষৰ সন্মানীয় দাদাচাহেব ফাল্কে বঁটাৰ বাবে মনোনীত কৰা হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে দাদাচাহেব ফাল্কে বঁটা নিৰ্বাচনী…

ইউ এছ অ’পেনৰ চেম্পিয়ন আলেকজেণ্ডাৰ জেভেৰেভ

ভাৰতীয় সময় অনুসৰি সোমবাৰে অনুষ্ঠিত ইউ এছ অ’পেনৰ পুৰুষৰ একক শাখাৰ ফাইনেলত জাৰ্মানীৰ তাৰকা টেনিছ খেলুৱৈ আলেকজেণ্ডাৰ জেভেৰেভে আমেৰিকাৰ বেন শ্বেৰ্টানক পৰাস্ত কৰি নিজৰ প্ৰথমটো ইউ এছ অ’পেন খিতাপ দখল…

এছিয়ান গেমছত অংশগ্ৰহণৰ বাবে জাপানলৈ ৰাওনা ভাৰতীয় মহিলা হকী দল

বিশ্বকাপত ঐতিহাসিক পঞ্চম স্থান দখল কৰাৰ ফলত ভাৰতীয় মহিলা হকী দলটোৱে সোণৰ পদক লাভ কৰাৰ লগতে ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকলৈ পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰাৰ লক্ষ্যৰে এছিয়ান গেমছত অংশগ্ৰহণৰ বাবে…

চতুৰ্থ বাৰ্ষিক ডাইমণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ সামৰণি

মহানগৰীৰ পশ্চিম প্ৰান্তৰ নৰ্থ ইষ্ট এলাইট চ’কাৰ স্কুল আৰু শ্যামভূমি হাইস্কুলৰ উদ্যোগত ১ ছেপ্টেম্বৰৰ পৰা শ্যামভূমি হাইস্কুল খেলপথাৰত আয়োজিত চতুৰ্থ বাৰ্ষিক ডাইমণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ আজি সামৰণি পৰে। যোৱা ১…

আজাৰাত অভিৰুচি ক্ৰীড়া দিৱস পালন

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা আঞ্চলিক ক্রীড়া সন্থাৰ উদ্যোগত অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আজাৰা সভাঘৰ প্ৰাংগণত আজি ৪৩ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। পুৱা পতাকা উত্তোলনৰে…

বৈভৱ সূৰ্যবংশীক লৈ বিচিচিআইৰ নতুন পৰিকল্পনা

ভাৰতীয় ক্ৰিকেট কন্ট্ৰ’ল ব’ৰ্ডৰ শেহতীয়া উচ্চস্তৰীয় সমীক্ষা বৈঠকৰ অন্তত ব’ৰ্ডৰ যুটীয়া সচিব দেৱজিৎ শইকীয়াই উদীয়মান তাৰকা ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীক লৈ বিচিচিআইৰ ভৱিষ্যত পৰিকল্পনাৰ কথা প্ৰকাশ কৰিছে। অভিলেখ সৃষ্টিকাৰী ক্ৰিকেটাৰ বৈভৱ…

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি

পৰিৱেশ অনুকূল আৰু এক প্ৰদূষণমুক্ত বাতাবৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ গুৱাহাটীৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকৰ কাৰ্যালয়ত পহিলা ছেপ্টেম্বৰত চাৰিখন চাৰিচকীয়া ইলেকট্ৰিক বাহন মুকলি কৰা হয়।…