Author: Sonakshi Sarkar

ক্ষমতা হেৰুওৱাৰ দুবছৰৰ পাছত ভাৰতত প্ৰথমবাৰৰ বাবে জনসমুখত আহিব শ্বেখ হাছিনা

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰাৰ প্ৰায় দুবছৰৰ পাছত ভাৰতত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ সন্মুখত উপস্থিত হ’ব। অহা ৫ আগষ্ট, ২০২৬ তাৰিখে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এটা ভাৰ্চুৱেল কাৰ্যসূচীৰ…

কমনৱেলথ গেমছত নীৰজ চোপ্ৰাৰ ৰূপৰ পদক অৰ্জন

গ্লাছগোত অনুষ্ঠিত ২০২৬ কমনৱেলথ গেমছৰ পুৰুষৰ জেভলিন থ্ৰ’ প্ৰতিযোগিতাত ভাৰতৰ তাৰকা এথলীট নীৰজ চোপ্ৰাই ৰূপৰ পদক অৰ্জন কৰিছে। তেওঁ নিজৰ দ্বিতীয়টো চেষ্টাৰে ৮৫.৮৩ মিটাৰ জৱেলিন দলিয়াই এই ছিজনৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ…

উত্তৰ-পূব ভাৰতত মহিলাৰ স্বাস্থ্যসেৱা ৰূপান্তৰিত কৰিবলৈ নেঅ’টিয়া ভাগীৰথী ৱমেন এণ্ড চাইল্ড কেয়াৰ চেন্টাৰে মুকলি কৰিলে অত্যাধুনিক ৩ডি ফ্লু’ৰেচেন্স ইমেজিং চিষ্টেম

উত্তৰ-পূব ভাৰতত মহিলাৰ স্বাস্থ্যসেৱা আগবঢ়াই নিয়াৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে গুৱাহাটীৰ নেঅ’টিয়া ভাগীৰথী ৱমেন এণ্ড চাইল্ড কেয়াৰ চেন্টাৰে মুকলি কৰিছে এক অত্যাধুনিক ৩ডি ফ্লু’ৰেচেন্স ইমেজিং লেপাৰ’স্কপিক ভিজুৱেলাইজেচন চিষ্টেম AESCULAP…

ৰাণীত ১৭৫ বেটেলিয়ান মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৮৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ ৮৮ সংখ্যক প্ৰতিষ্ঠা দিৱস গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ নং চি আৰ পি এফ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদত আজি দিনজোৰা কাৰ্য্যসূচীৰে…

ভাৰাত্তোলনত মণিপুৰৰ বিন্দিয়াৰাণী দেৱীৰ ব্ৰঞ্জৰ পদক

গ্লাছগো কমনৱেলথ গেমছত ভাৰতীয় খেলুৱৈসকলৰ আকৰ্ষণীয় প্ৰদৰ্শন অব্যাহত আছে। ভাৰাত্তোলনত মীৰাবাঈ চানুৰ স্বৰ্ণ হেট্ৰিক, ঋষিকান্ত সিং আৰু ৰাজা মুথুপাণ্ডিয়ে ৰূপৰ পদক লাভ কৰাৰ পিছতে জ্ঞানেশ্বৰী দেৱীয়ে মহিলাৰ ৫৩ কেজি শাখাত…

কৃষি বিজ্ঞান কেন্দ্র, কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ কৃষি বিজ্ঞান কেন্দ্র কামৰূপ চৌহদত পাঁচদিনীয়াকৈ অনুষ্ঠিত নাৰ্চাৰীৰ বৃত্তিমূলক প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে । কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডঃ সোণমইনা…

গ্লাছগো কমনৱেলথ গেমছত ঝাণ্ডু কুমাৰৰ ব্ৰঞ্জৰ পদক জয়

গ্লাছগোত অনুষ্ঠিত হৈ থকা ২০২৬ ৰ কমনৱেলথ গেমছত ভাৰতলৈ প্ৰথমটো পদক কঢ়িয়াই আনিছে পাৰা-পাৱাৰলিফটাৰ ঝাণ্ডু কুমাৰে। পুৰুষৰ পেৰা-পাৱাৰলিফটিং প্ৰতিযোগিতাত ১৮১ কেজি আৰু ১৯০ কেজি ওজন সফলতাৰে দাঙি ১৩০.৯ পইণ্ট সংগ্ৰহ…

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত এন চি চিৰ সপ্তম আসাম বেটেলিয়ানৰ সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰৰ সামৰণি

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চিৰ সপ্তম আসাম বেটেলিয়ানৰ উদ্যোগত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত ২০২৬ বৰ্ষৰ সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে ।…

গ্লাছগ’ত ২৩সংখ্যক কমনৱেলথ গেমছৰ আৰম্ভ

বৃহস্পতিবাৰে স্কটলেণ্ডৰ গ্লাছগ’ চহৰত ২৩সংখ্যক কমনৱেলথ গেমছ আনুষ্ঠানিকভাবে আৰম্ভ হয়। স্কটলেণ্ডৰ এই ঐতিহাসিক চহৰখনে ১২ বছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে এই বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাখন আয়োজন কৰিছে। ভাৰতৰ হৈ উদ্বোধনী সমাৰোহত অলিম্পিক…

২৪ ঘণ্টাত বানৰ ফলত ১০ জন লোকৰ মৃ*ত্যু

অসমত বান পৰিস্থিতি জটিল হৈ পৰিছে। যোৱা ২৪ ঘণ্টাত বানৰ ফলত ১০ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ লগে লগে এই বছৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৪১ জনলৈ বৃদ্ধি পাইছে।…