Assam অসমত ভয়াবহ বান পৰিস্থিতি: এদিনতে ২১ জনৰ মৃ*ত্যু, সৰ্বমুঠ মৃ*ত্যু ৩১ লৈ বৃদ্ধি July 22, 2026 Sonakshi Sarkar অসমত বান পৰিস্থিতি অত্যন্ত জটিল হৈ পৰিছে। ২১ জুলাইৰ দিনটোত ৰাজ্যখনৰ বিভিন্ন স্থানত বানৰ কবলত পৰি ২১ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ লগে লগে চলিত বানত সৰ্বমুঠ মৃতকৰ সংখ্যা ৩১…
Sports আৰ্জেণ্টিনাক অতিক্ৰম কৰি ফিফা ৰেংকিঙৰ শীৰ্ষত স্পেইন July 21, 2026 Sonakshi Sarkar ২০২৬ চনৰ ফিফা পুৰুষ বিশ্বকাপৰ ঐতিহাসিক জয়ৰ পাছত স্পেইনে পুনৰ ফিফা ৰেংকিঙৰ শীৰ্ষ স্থান দখল কৰিছে। ১৯ জুলাইত অনুষ্ঠিত ফাইনেলখনত স্পেইনে অতিৰিক্ত সময়ত ১-০ গ’লত ডিফেন্ডিং চেম্পিয়ন আৰ্জেণ্টিনাক পৰাস্ত কৰি…
Education NEET (UG) 2026-ত উজ্জ্বল সফলতা: এলেন গুয়াহাটি ৰ শিক্ষাৰ্থী শুভ প্ৰসাদে AIR 133 লাভ কৰি অসমৰ শীৰ্ষস্থান দখল July 20, 2026 Sonakshi Sarkar চিকিৎসা প্ৰৱেশিকা পৰীক্ষা NEET (UG) 2026-ত এলেন গুয়াহাটি-এ পুনৰবাৰ উল্লেখযোগ্য সফলতা অৰ্জন কৰি উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম শ্ৰেষ্ঠ শিক্ষানুষ্ঠান হিচাপে নিজৰ স্থান সুদৃঢ় কৰিছে। এইবাৰৰ ফলাফলত এলেন গুয়াহাটি-ৰ শিক্ষাৰ্থী শুভ প্ৰসাদে 720-ৰ…
Sports ৮০ হাজাৰ আসনযুক্ত নিউ জাৰ্ছিৰ ‘মেটলাইফ ষ্টেডিয়াম’ত বিশ্বকাপৰ ফাইনেল July 18, 2026 Sonakshi Sarkar ২০২৬ ৰ ফিফা বিশ্বকাপৰ চূড়ান্ত খেলখন নিউ জাৰ্ছিৰ ‘মেটলাইফ ষ্টেডিয়াম’ত অনুষ্ঠিত হ’ব। এই খেলপথাৰখনক বৰ্তমান ‘নিউয়ৰ্ক নিউ জাৰ্ছি ষ্টেডিয়াম’ বুলি নামকৰণ কৰা হৈছে। ৪৮টা দল আৰু ১০৪খন মেচেৰে ইতিহাসৰ আটাইতকৈ…
Assam ম্যানমাৰ উপকূলত নাও দুৰ্ঘটনাত ৫০০ তকৈও অধিক ৰোহিংগীয়া লোকৰ মৃ*ত্যু July 17, 2026 Sonakshi Sarkar ম্যানমাৰৰ উপকূলত সংঘটিত দুখন ডাঙৰ নাও দুৰ্ঘটনাত ৫০০ তকৈও অধিক লোকৰ মৃত্যু হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থা আৰু আন্তৰ্জাতিক প্ৰব্ৰজন সংস্থাই যুটীয়াভাৱে এই উদ্বেগজনক তথ্য সদৰী কৰিছে।…
Sports মেছিৰ দুভৰিৰ যাদুৰে বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা July 16, 2026 Sonakshi Sarkar ফুটবলৰ যাদুকৰ লিয়নেল মেছিৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বলত আৰ্জেণ্টিনাই ইংলেণ্ডৰ বিৰুদ্ধে এক ৰোমাঞ্চকৰ জয় লাভ কৰিছে। মেছিয়ে সমগ্ৰ মেচখনত নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰি সৰ্বাধিক ৯টা ক্ৰছ কৰাৰ লগতে দলৰ দুয়োটা গ’লতে…
Business জালুকবাৰী আৰু পলাশবাৰী সমষ্টিৰ জনজাতীয় বেষ্টনীৰ চাৰে সাত শতাধিক গাঁৱক জি এম ডি এত অন্তৰ্ভুক্তিৰ বিৰোধিতা নিখিল ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ দক্ষিণ কামৰূপ জিলা কমিটিৰ July 16, 2026 Sonakshi Sarkar গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ আৰু জনজাতীয় আৱেষ্টনী আৰু খণ্ডৰ জালুকবাৰী বিধানসভা সমষ্টিৰ আজাৰা ৰাজহ চক্ৰ আৰু পলাশবাৰী বিধানসভা সমষ্টিৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ ৰাণী…
Assam ভূমি সংৰক্ষণ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া প্ৰয়াত পবিন চন্দ্ৰ গায়নৰ বাসগৃহত প্ৰেমানন্দ প্ৰভু July 15, 2026 Sonakshi Sarkar অসম চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা গুৱাহাটীৰ সাওকুছি অঞ্চলৰ বিশিষ্ট সমাজকর্মী পবিন চন্দ্র গায়নৰ ৩ জুলাইত অসুখত ভুগি মৃত্যু হয়। আনহাতে আজি তেওঁৰ আদ্যশ্ৰাদ্ধ উপলক্ষে সাওকুছিৰ মিলিজুলি পথত…
Sports বিশ্বকাপত ফ্ৰান্সক ২-০ গ’লত হৰুৱাই ফাইনেলত স্পেইন July 15, 2026 Sonakshi Sarkar ২০২৬ৰ ফুটবল বিশ্বকাপৰ ছেমিফাইনেলত ইউৰোপীয় চেম্পিয়ন স্পেইনে ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিছে। টেক্সাছৰ ডলাছ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ খেলখনত স্পেইনে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে।…
Sports লৰ্ডছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ঐতিহাসিক জয় July 14, 2026 Sonakshi Sarkar ভাৰতীয় মহিলা ক্ৰিকেট দলে ক্ৰিকেটৰ মক্কা স্বৰূপ লৰ্ডছত অনুষ্ঠিত প্ৰথমখন ঐতিহাসিক মহিলা টেষ্ট খেলত ঘৰুৱা দল ইংলেণ্ডক ২৭০ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰি এক নতুন ইতিহাস ৰচনা কৰিছে। ইংলেণ্ডৰ মাটিত…