Sports বিশ্বকাপৰ পৰা বিদায়ৰ পিছতো ওচলোত নৰৱে দলক উষ্ম আদৰণি July 14, 2026 Sonakshi Sarkar ২০২৬ৰ ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হোৱাৰ পিছতো নৰৱেৰ ৰাষ্ট্ৰীয় ফুটবল দলটোক দেশৰ ৰাজধানী ওচলোত এক ঐতিহাসিক আৰু ৰাজকীয় আদৰণি জনোৱা হৈছে। বিগত শনিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে ২-১ গ’লত পৰাস্ত হৈ…
Sports বিক্ৰী হ’ব বিশ্বকাপ ফাইনেল খেলপথাৰৰ ঘাঁহ July 13, 2026 Sonakshi Sarkar ২০২৬ ৰ ফিফা বিশ্বকাপৰ ফাইনেল মেচখন সমাপ্ত হোৱাৰ পিছতো ইয়াৰ জৰিয়তে ধন উপাৰ্জনৰ এক অনন্য আৰু ঐতিহাসিক পৰিকল্পনা হাতত লৈছে ফুটবলৰ সৰ্বোচ্চ নিয়ন্ত্ৰক সংস্থা ‘ফিফা’ই। ফাইনেল খেল অনুষ্ঠিত হ’বলগীয়া ষ্টেডিয়ামখনৰ…
Sports ২০৩০ৰ ফিফা বিশ্বকাপত ৬৪ দল অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা ফিফাৰ July 13, 2026 Sonakshi Sarkar ফিফাৰ সভাপতি জিয়ানি ইনফেন্টিনোই জনাইছে যে ২০৩০ চনৰ বিশ্বকাপ ফুটবলত দলৰ সংখ্যা আৰু ১৬ টা বৃদ্ধি কৰি মুঠ ৬৪ টা কৰাৰ প্ৰস্তাৱ ফিফাৰ বিষয়ববীয়াসকলে বিবেচনা কৰি চাব। চলিত ২০২৬ৰ বিশ্বকাপত…
Sports বিশ্বকাপত গ’ল কৰিব নোৱাৰিলেও চিন্তিত নহয় লামিন ইয়ামাল July 11, 2026 Sonakshi Sarkar বিশ্বকাপ ২০২৬-ৰ কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে কোনো গ’ল কৰিব নোৱাৰা স্বত্বেও, স্পেইনৰ তৰুণ তাৰকা খেলুৱৈ লামিন ইয়ামাল খেলপথাৰত তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ‘প্লেয়াৰ অফ দ্য মেচ’ বিবেচিত হৈছে। আজি অনুষ্ঠিত…
Sports ফিফা বিশ্বকাপ ফাইনেলৰ টিকটৰ মূল্য আকাশলংঘী July 11, 2026 Sonakshi Sarkar আগন্তুক ১৯ জুলাইত নিউয়ৰ্কৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ ফিফা বিশ্বকাপৰ ফাইনেল মেচখনৰ বাবে এতিয়াও প্ৰায় ১,২০০ টা টিকট বিক্ৰী হ’বলৈ বাকী আছে। ফিফাৰ অফিচিয়েল ৱেবচাইটত এই টিকটসমূহ উপলব্ধ…
Sports বিশ্বকাপত মৰক্কোক হৰুৱাই ছেমিফাইনেলত ফ্ৰান্স July 10, 2026 Sonakshi Sarkar ফিফা বিশ্বকাপ ২০২৬-ৰ এক উত্তেজনাপূৰ্ণ কোৱাৰ্টাৰ ফাইনেল মেচত ফ্ৰান্সে মৰক্কোক ২-০ গ’লত পৰাস্ত কৰি ছেমিফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিছে। আমেৰিকাৰ বষ্টনৰ গিলট ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত ফ্ৰান্সৰ তাৰকা খেলুৱৈ কিলিয়ান…
Assam দীপৰ বিলত থলুৱা প্ৰজাতিৰ মাছৰ পোনা এৰি দিলে দীপৰ বিল পাছপাৰা সমবায় সমিতিয়ে ; জানুৱাৰীলৈ বিলৰ বুকুত বন্ধ থাকিব মাছ ধৰা পৰ্ব July 9, 2026 Sonakshi Sarkar দীপৰ বিলৰ সংৰক্ষণৰ হকে মাত মাতি অহা আৰু বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি অহা আঠ শতাধিক মাছমৰীয়া পৰিয়ালৰ উমেহতীয়া সংগঠন দীপৰ বিল পাছপাৰা সমবায় সমিতিয়ে প্ৰতি বছৰে বাৰিষা কালত…
Sports ফীফা সভাপতি ইনফান্তিনোৰ বিৰুদ্ধে আইঅ’চিৰ ওচৰত অভিযোগ দাখিলৰ প্ৰস্তুতি July 9, 2026 Sonakshi Sarkar মানৱ অধিকাৰ সংগঠন ‘ফেয়াৰস্কোৱাৰ’-এ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ ওচৰত বিশ্ব ফুটবল সংস্থা ফীফাৰ সভাপতি জিয়ানি ইনফান্তিনোৰ বিৰুদ্ধে এক আনুষ্ঠানিক অভিযোগ দাখিল কৰাৰ কথা ঘোষণা কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰতি…
Sports পৰ্তুগালক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত স্পেইন July 7, 2026 Sonakshi Sarkar ২০২৬ চনৰ ফিফা বিশ্বকাপৰ এক ৰুদ্ধদ্বাৰ খেলত স্পেইনে পৰ্তুগালক ১-০ গলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলখনৰ একেবাৰে শেষ মুহূৰ্তত (৯১ মিনিটত) স্পেইনৰ খেলুৱৈ মিকেল মেৰিনোই ফেৰান টৰেছৰ পাছৰ…
Assam ‘মেজাংকৰি মেঘমল্লাৰ’ৰ উদ্যোগত তৰুণ নগৰত মহাপুৰুষীয়া ভাওঁনা সাবিত্ৰী সত্যবান মঞ্চস্থ July 7, 2026 Sonakshi Sarkar ৰাজ্যৰ অগ্ৰণী সাংস্কৃতিক – সামাজিক অনুষ্ঠান “মেজাংকৰি মেঘমল্লাৰ”ৰ উদ্যোগত চাৰি জুলাইৰ দিনা সন্ধিয়া মহানগৰীৰ তৰুণ নগৰত মঞ্চস্থ কৰা হয় মহাপুৰুষীয়া ভাওঁনা ‘সাবিত্ৰী সত্যবান’ । তৰুণ নগৰ উন্নয়ন সমিতিৰ সৌজন্যত মঞ্চস্থ…