Author: Paromita

গোৱালপাৰাত বিদ্যুৎস্পৃষ্ট হৈ গৰ্ভৱতী বন্যহস্তীৰ মৃত্যু

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা হাতী-মানুহৰ সংঘাতৰ মাজতে অব্যাহত আছে বন্যহস্তীৰ অস্বাভাৱিক মৃত্যুৰ ধাৰা। এইবাৰ গোৱালপাৰা জিলাৰ মৰনৈ অঞ্চলত খাদ্যৰ সন্ধানত জনাঞ্চললৈ আহি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হ’ল এটা গৰ্ভৱতী বন্যহস্তীৰ।…

কামপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত মহিলাসহ দুজন

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। এইবাৰ নগাঁও জিলাৰ কামপুৰত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হ’ল মহিলাসহ দুজনকৈ লোকে। অঞ্চলটোত দীৰ্ঘ সময় ধৰি অব্যাহত থকা বন্যহস্তীৰ উপদ্ৰৱে এতিয়া সাধাৰণ ৰাইজক আতংকিত কৰি…

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ; উচ্চ ন্যায়ালয়ত খাৰিজ মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। সমগ্ৰ ৰাজ্য জোকাৰি যোৱা এই হাইপ্ৰ’ফাইল গোচৰটোৰ প্ৰধান অভিযুক্ত তথা নৰ্থ ইষ্ট ইণ্ডিয়া…

ক্ষেত্ৰীত ট্ৰাকৰ পিছফালে প্ৰচণ্ড খুন্দা তীব্ৰবেগী বলেৰ’ৰ; মহিলাসহ চাৰিজনৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰৈ থকা এখন মালবাহী ট্ৰাকৰ পিছফালে এক তীব্ৰবেগী বলেৰ’ বাহনে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী মহিলাসহ চাৰিগৰাকীকৈ লোকে। মহানগৰীৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত…

থানাত সোঁশৰীৰে উপস্থিত ‘মৃত’ মহিলা! হত্যাৰ গোচৰত কাৰাবন্দী পিতৃ, ভাতৃক মুকলি কৰি দিয়াৰ দাবী

চৰকাৰী কাগজ-পত্ৰত ‘মৃত’ বুলি ঘোষণা কৰা এগৰাকী ২৬ বছৰীয়া যুৱতী হঠাতে আৰক্ষী থানাত উপস্থিত হোৱাৰ এক অভূতপূৰ্ব ঘটনাই জোকাৰি গৈছে দুখনকৈ ৰাজ্য। মহাৰাষ্ট্ৰ আৰক্ষীৰ এক চৰম দায়িত্বহীনতা আৰু ত্ৰুটিপূৰ্ণ তদন্তৰ…

হৃদয়বিদাৰক! লোভনীয় চাকৰি ত্যাগ কৰি খেতিত ধৰিছিল ৰোশন বালাকৃষ্ণ! কিন্তু বজ্ৰপাতে কাঢ়িলে প্ৰাণ

প্ৰতিষ্ঠিত কোম্পানীৰ লোভনীয় চাকৰি ত্যাগ কৰি কৃষি কাৰ্যত লাগিছিল ৰোশন। কিন্তু পথাৰৰ মাজত কাম কৰি থাকোতেই ভয়ংকৰ বজ্ৰপাতত হেৰুৱাবলগীয়া হ’ল প্ৰাণ। কৰ্ণাটকৰ মহীশূৰ জিলাত সংঘটিত বজ্ৰপাতত ছফ্টৱেৰ ইঞ্জিনিয়াৰ হোচকলু ৰোশন…

‘মিঞা মুছলমান’ বিতৰ্ক! মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ দিল্লী আদালতৰ জাননী

‘মিঞা মুছলমান’সকলক লৈ কৰা এক বিতৰ্কিত আৰু উত্তেজক মন্তব্যৰ বাবে অৱশেষত আইনী মেৰপেচত সাঙোৰ খাই পৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ এই জ্যেষ্ঠ নেতাজনক আদালতৰ মজিয়ালৈ টানি আনি এখন…

কেনিয়াৰ এখন আৱাসিক বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড: ১৬ গৰাকী ছাত্ৰীৰ কৰুণ মৃত্যু

নিশা বিদ্যালয় আৱাসত সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ডত কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল ১৬ গৰাকীকৈ কিশোৰীয়ে। কেনিয়াৰ ৰিফ্ট ভেলী অঞ্চলৰ এখন চৰকাৰী বালিকা বিদ্যালয়ৰ আৱাসিক গৃহত অৰ্ধৰাত্ৰি সংঘটিত হয় এই বুকু কঁপি…

মৰ্মান্তিক! গাৰ ওপৰত গছৰ ডাল পৰি মৃত্যু যুৱকৰ

কাম কৰি থকা অৱস্থাতে হঠাতে গছৰ ডাল ভাঙি মূৰত পৰাৰ ফলত অকাল মৃত্যুক সাৱটি ল’বলগীয়া হ’ল এজন চফল যুৱকে। থিতাতে প্ৰাণ হেৰুওৱা এই দুৰ্ভগীয়া যুৱকজন বকো সমষ্টিৰ চন্দ্ৰা গাঁৱৰ ৩২…

অহা পাঁচ বছৰত পুনৰ চৰকাৰী নিযুক্তি লাভ কৰিব ৰাজ্যৰ ২ লাখ নিবনুৱা যুৱক-যুৱতীয়ে

নিৰ্বাচনৰ সময়ত প্ৰদান কৰা বৃহৎ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ লক্ষ্যৰে আৰু নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰে এইবাৰ হাতত লৈছে এক অভিলাষী আঁচনি। ৰাজ্যত তৃতীয়বাৰৰ বাবে শাসনলৈ অহা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট…