Assam বিহাৰৰ ইটাভাটাত আৱদ্ধ ধুবুৰীৰ ৪৭ শ্ৰমিকক উদ্ধাৰ; মালিকক গ্ৰেপ্তাৰ April 14, 2026 Paromita সংস্থাপনৰ সন্ধানত বিহাৰলৈ গৈ ইটাভাটাত আৱদ্ধ হৈ পৰা অসমৰ দুকুৰিৰো অধিক শ্ৰমিক অৱশেষত উভতিল ঘৰলৈ। বিহাৰ আৰক্ষীৰ সহযোগত ধুবুৰীৰ ৪৭ গৰাকী বঁধুৱা শ্ৰমিকক উদ্ধাৰ কৰি সোমবাৰে নিৰাপদে নিজ জিলালৈ ওভতাই…
Assam প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি; পশ্চিমবংগত বিজেপি চৰকাৰ আহিলে কাৰ্যকৰী হ’ব অভিন্ন দেৱানী বিধি April 11, 2026 Paromita পশ্চিমবংগত বিজেপি শাসনলৈ আহিলে ৰাজ্যখনত অভিন্ন দেৱানী বিধি (ইউচিচি) কাৰ্যকৰী হ’ব। শনিবাৰে মুৰ্ছিদাবাদ জিলাৰ জঙ্গীপুৰত এক বিশাল নিৰ্বাচনী জনসভাত অংশ লৈ এই ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে…
Assam পশ্চিমবংগত অন্ত পৰিব তৃণমূলৰ ‘চিণ্ডিকেট ৰাজ’; বিজেপি চৰকাৰ আহিলে মহিলাৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি অমিত শ্বাহৰ April 11, 2026 Paromita পশ্চিমবংগত বিজেপি শাসনলৈ আহিলে অন্ত পৰিব তৃণমূল কংগ্ৰেছৰ ‘চিণ্ডিকেট ৰাজ’। ৰাজ্যখনৰ নিৰ্বাচনী পৰিৱেশৰ মাজতে শনিবাৰে এই দাবী কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বাঁকুৰা জিলাৰ ছাটনাত এখন বিশাল নিৰ্বাচনী সভাত অংশ…
Assam সংসদ ভৱনত মোদী-ৰাহুলৰ সৌজন্যমূলক সাক্ষাৎ; জ্যোতিবা ফুলেৰ জন্মজয়ন্তীত দুয়ো নেতাৰ আকস্মিক বাৰ্তালাপ April 11, 2026 Paromita ৰাজনৈতিক মতাদৰ্শৰ তীব্ৰ সংঘাতৰ মাজতেই সংসদ ভৱনৰ প্ৰাংগণত শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিৰোধী দলপতি ৰাহুল গান্ধী এক অভূতপূৰ্ব সৌজন্যমূলক সাক্ষাতত মিলিত হয়। মহাত্মা জ্যোতিবা ফুলেৰ ২০০তম জন্মজয়ন্তী উপলক্ষে আয়োজিত…
Assam বৃদ্ধি পাইছে ধনী আৰু দুখীয়া ৰাষ্ট্ৰৰ ব্যৱধান; ৰাষ্ট্ৰসংঘৰ শেহতীয়া প্ৰতিবেদনত উন্মোচন বিশ্ব অৰ্থনীতিৰ উদ্বেগজনক ছবি April 11, 2026 Paromita বিশ্বৰ চহকী আৰু দৰিদ্ৰ দেশসমূহৰ মাজত থকা অৰ্থনৈতিক ব্যৱধান পূৰ্বতকৈ অধিক বৃদ্ধি পোৱা কাৰ্যই এতিয়া চিন্তিত কৰি তুলিছে আন্তঃৰাষ্ট্ৰীয় মহলক। ৰাষ্ট্ৰসংঘৰ এক শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, বৈশ্বিক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ…
Assam মথুৰাৰ যমুনাত নাও ডুবি ১০ তীৰ্থযাত্ৰীৰ কৰুণ মৃত্যু; উদ্ধাৰ অভিযানত নিয়োজিত এনডিআৰএফ আৰু সেনা April 10, 2026 Paromita উত্তৰ প্ৰদেশৰ বৃন্দাবনৰ যমুনাত আজি দুপৰীয়া সংঘটিত হয় এক ভয়ংকৰ নাও দুৰ্ঘটনা। প্ৰায় ৩০ গৰাকী যাত্ৰী কঢ়িয়াই নিয়া এখন ষ্টিমাৰ যমুনাত ডুব যোৱাৰ ফলত প্ৰাণ হেৰুৱায় অতিকমেও ১০ গৰাকী তীৰ্থযাত্ৰীয়ে।…
Assam অসম নিৰ্বাচনত ৰক্তক্ষয়ী সংঘৰ্ষ; ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৩০ জন আহত, ৭ জনক আটক April 10, 2026 Paromita অসম বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ কেইবাখনো জিলাত কালি সৃষ্টি হয় তীব্ৰ নিৰ্বাচনী হিংসাত্মক পৰিস্থিতিৰ। ভোটগ্ৰহণৰ দিনা হোৱা এই বিক্ষিপ্ত ঘটনাসমূহত প্ৰায় ৩০ জন লোক আহত হোৱাৰ লগতে আৰক্ষীয়ে বৰ্তমানলৈকে…
Assam নগদ ধন উদ্ধাৰ বিতৰ্ক: মহাভিযোগৰ মাজতে পদত্যাগ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ April 10, 2026 Paromita বাসগৃহত জ্বলি যোৱা নগদ ধন উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি দেশজুৰি অব্যাহত থকা প্ৰতিক্ৰিয়াৰ মাজতে আজি পদত্যাগ কৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাই। মহাভিযোগৰ দৰে গুৰুতৰ আইনী প্ৰক্ৰিয়াৰ সন্মুখীন হোৱা…
Assam সামান্য সকাহ! পৱন খেড়াক এসপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন তেলেংগানা উচ্চ ন্যায়ালয়ৰ April 10, 2026 Paromita অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ৰুজু কৰা এক গোচৰত আজি তেলেংগানা উচ্চ ন্যায়ালয়ৰ পৰা সাময়িক সকাহ লাভ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেড়াই। ন্যায়ালয়ে খেড়াক…
Assam বিজেপি সাপতকৈও অবিশ্বাসী: অসম নিৰ্বাচনত বহিৰাগতৰ প্ৰৱেশৰ অভিযোগ মমতা বেনাৰ্জীৰ April 10, 2026 Paromita অসম বিধানসভাৰ নিৰ্বাচনত জয়লাভ কৰিবলৈ উত্তৰ প্ৰদেশৰ পৰা বহিৰাগত লোকৰ আমদানি কৰিছে বিজেপিয়ে। আজি পশ্চিমবংগৰ উত্তৰ ২৪ পৰগণাৰ এক নিৰ্বাচনী সভাত এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। থলুৱা…