Category: Assam

এদিন মোদীৰো পতন ঘটিবঃ গুৱাহাটীত বদৰুদ্দিন আজমলৰ তীব্ৰ ৰাজনৈতিক মন্তব্য

এদিন মোদীৰো পতন ঘটিব। তেওঁক লৈ ভয় কৰাৰ কোনো কাৰণ নাই। – এই মন্তব্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি তীব্ৰ ৰাজনৈতিক আক্ৰমণ চলালে এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে। দেওবাৰে গুৱাহাটীত সংবাদমাধ্যমৰ…

মহানগৰীৰ ৰাজপথত স্বয়ম্ভূ বিজেপি নেতাৰ উদ্ভণ্ডালি; গ্ৰেপ্তাৰৰ পিছত মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ

মহানগৰীৰ ৰাজপথত স্বয়ম্ভূ বিজেপি নেতা বুলি পৰিচয় দি এজন যুৱকক আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে। ঘটনাৰ মূল অভিযুক্ত অভিলাষ দত্তক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁ বিজেপিৰ সৈতে জড়িত নহয়…

পত্নী-কন্যাক লগ কৰিবলৈ অবৈধভাৱে অনুপ্ৰৱেশ! হাইলাকান্দিত গ্ৰেপ্তাৰ বাংলাদেশী নাগৰিক

অভিমান কৰি অসমৰ পিতৃগৃহলৈ গুচি অহা পত্নী আৰু কন্যা সন্তানক লগ কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল এজন বাংলাদেশী নাগৰিক। অবৈধভাৱে ভাৰতত অনুপ্ৰৱেশ কৰাৰ অভিযোগত হাইলাকান্দিত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে…

কেতন হত্যাৰ অভিযুক্ত ছিয়াক লৈ বিস্ফোৰক তথ্য! গ্ৰেপ্তাৰ পূৰ্বেই ইণ্টাৰনেটত সন্ধান কৰিছিল এইসমূহ কথা…

আৰক্ষী জিম্মাত কিধৰণৰ ব্যৱহাৰৰ সন্মুখীন হ’বলগীয়া হয় মহিলা? জেৰাৰ সময়ত কেনে প্ৰশ্ন সোধা হয়? – গ্ৰেপ্তাৰৰ পূৰ্বেই ইণ্টাৰনেটত এই সমূহ প্ৰশ্নৰ উত্তৰ বিচাৰিছিল ছিয়া গোৱেলে। মহাৰাষ্ট্ৰৰ পুনেত কেতন আগৰৱাল হত্যাকাণ্ডৰ…

আলফা (স্বা)ৰ সৈতে যোগাযোগ আৰু ধন দাবীৰ অভিযোগ! ডিব্ৰুগড়ত এজনক গ্ৰেপ্তাৰ

নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ সৈতে যোগাযোগ ৰক্ষা আৰু ধন দাবীৰ কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত আৰক্ষীৰ জালত পৰিল এজন। তদন্তৰ ভিত্তিত অভিযান চলাই টিংখং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তজনক। ডিব্ৰুগড় জিলাৰ…

মণিপুৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত দুই অসম ৰাইফলছৰ জোৱান; আহত কেইবাজনো

মণিপুৰত সন্ত্ৰাসবাদীৰ অতৰ্কিত আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হ’ল অসম ৰাইফলছৰ দুজন জোৱান। সোমবাৰে উখৰুল জিলাত সংঘটিত এই আক্ৰমণত কেইবাজনো আন জোৱানো আহত হয়। আৰক্ষীৰ তথ্য অনুসৰি, দুপৰীয়া প্ৰায় ১.৩০ বজাত নুংসাং…

অসম বিধানসভাৰ কাৰ্যবিৱৰণীত সংযোজন হ’ল হিন্দী ভাষা; বাজেট অধিৱেশনৰ পৰাই আৰম্ভ নতুন ব্যৱস্থা

অসম বিধানসভাৰ কাৰ্যবিৱৰণীত সংযোজন হ’ল হিন্দী ভাষা। সোমবাৰৰ পৰা আৰম্ভ হোৱা বাজেট অধিৱেশনৰ পৰাই অসমীয়া, ইংৰাজী আৰু বড়োৰ লগতে হিন্দীতো সদনৰ কাৰ্যবিৱৰণীত অন্তৰ্ভূক্ত কৰে ৰাজ্য চৰকাৰে। এই সিদ্ধান্তৰ জৰিয়তে প্ৰথমবাৰৰ…

বান আৰু ভূমিস্খলনত বিধ্বস্ত ডোডা-কিস্তৱাৰ ঘাইপথ; মাটিৰ তলত পোত গ’ল একাধিক বাহন

প্ৰবল বৰষুণৰ পিছত সংঘটিত আকস্মিক বানে বিধ্বস্ত কৰিলে জম্মু-কাশ্মীৰৰ ডোডা-কিস্তৱাৰ ঘাইপথ। সোমবাৰে পুৱতি নিশা সংঘটিত এই দুৰ্যোগৰ ফলত যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ লগতে পথৰ ওপৰতে মাটি আৰু শিল-বালিৰ…

৯১ বছৰীয়া হ’ল তিব্বতী ধৰ্মগুৰু দালাই লামা; জন্মদিনৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

৯১ বছৰীয়া হ’ল তিব্বতী ধৰ্মগুৰু দালাই লামা। সোমবাৰে নিজৰ ৯১ সংখ্যক জন্মদিন উদযাপন কৰে তিব্বতী বৌদ্ধ ধৰ্মগুৰু ১৪ সংখ্যক দলাই লামাই। এই উপলক্ষে শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে…

পাকিস্তানৰ ৰক্তাক্ত কবলৰ পৰা পশ্চিমবংগক ৰক্ষা কৰিছিল শ্যামাপ্ৰসাদ মুখাৰ্জীয়েঃ যোগী আদিত্যনাথ

পাকিস্তানৰ ৰক্তাক্ত কবলৰ পৰা পশ্চিমবংগক ৰক্ষা কৰাত মুখ্য ভূমিকা পালন কৰিছিল ড° শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে। – ১২৫সংখ্যক জন্মজয়ন্তী উপলক্ষে ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপকগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই এই মন্তব্য কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী…