সাময়িক ভাৱে স্থগিত চকা বন্ধ কাৰ্যসূচী। বৰ্তমানৰ পৰা কাৰ্যকৰী হোৱাকৈ চকা বন্ধ স্থগিত ৰাখিছে সদৌ অসম মটৰ পৰিবহণ সংন্হাই । কেইবাটাও মটৰ পৰিবহণ বৈঠকত মিলিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কথা সংবাদমেল যোগে সদৰী কৰিছে মটৰ পৰিবহণ সন্থাই। পৰিবহণ বিভাগে ১ টা দাবী মানি লৈছে ৫ টা দাবী মানি লোৱা নাই। ১১ ডিচেম্বৰলৈ সময় সীমা বান্ধি দিয়া হৈছে ৫ টা দাবী মানি নললে ১৪ ডিচেম্বৰৰ পৰা পুনৰ আন্দোলন কাৰ্যসূচী হাতত লব সন্হাই। Share this:FacebookX Related Post navigation বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ অভিযান; ২০২১ চনৰ পৰা ৰাজ্যত গ্ৰেপ্তাৰ ৬,৭০৫ জন অভিযুক্ত