Category: Assam

চৰকাৰী চাকৰিৰ লোভ; মাতৃ হত্যাৰ অভিযোগত কন্যাসহ গ্ৰেপ্তাৰ ৭ জন

মাতৃৰ চৰকাৰী চাকৰি নিজৰ নামত লাভ কৰাৰ আশাতেই নিজ মাতৃক হত্যা কৰাৰ ভয়ংকৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল ২৩ বছৰীয়া এগৰাকী যুৱতী। ৰাজস্থানৰ জয়পুৰত পোহৰলৈ অহা এই ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি…

অমৃত বৃক্ষ আন্দোলন: ১০ৰ পৰা ১৪ আগষ্টলৈ অসমত ১ কোটি গছ ৰোপণৰ লক্ষ্য

অসম চৰকাৰে ‘অমৃত বৃক্ষ আন্দোলন’ৰ অধীনত ৰাজ্যজুৰি এক কোটি পুলি ৰোপণৰ উচ্চাকাংক্ষী লক্ষ্য ঘোষণা কৰিছে। এই বৃহৎ ৰোপণ অভিযান ২০২৬ চনৰ ১০ আগষ্টৰ পৰা ১৪ আগষ্টলৈ অনুষ্ঠিত হ’ব। পবিতৰা বন্যপ্ৰাণী…

আৰক্ষী বাহিনীৰ ওপৰত ভয়ংকৰ আক্ৰমণ; বন্দুকধাৰীৰ গুলীচালনাত নিহত ৯ জোৱান

সশস্ত্ৰ দুৰ্বৃত্তৰ গুলীচালনাত নিহত হ’ল অন্ততঃ ৯ জন আৰক্ষী জোৱান। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ জিয়াৰাত জিলাত নিৰ্মীয়মাণ মাংগি বান্ধ প্ৰকল্পৰ নিৰাপত্তাত নিয়োজিত আৰক্ষী বাহিনীক লক্ষ্য কৰি সংঘটিত হয় এই ভয়ংকৰ আক্ৰমণ।…

চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী হ্ৰাসৰ দাবী নাকচ: শিক্ষামন্ত্ৰীৰ মতে ডাটা সংশোধনৰ বাবেই হ্ৰাস

বিদ্যালয়ত বিগত দুবছৰত অসমত ২,১২,৭৬৮ গৰাকী আৰু ২০২১-২ ৰ পৰা ২০২৪-২৫ চনলৈ ২৫,৬৭,৭৯৩ গৰাকী ছাত্ৰ-ছাত্ৰী কমিছে বুলি ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে কৰা অভিযোগ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে নাকচ কৰিছে।…

এটা দশকত ৰাজ্যত ৰুজু মহিলাৰ বিৰুদ্ধে অপৰাধৰ ২.০৪ লাখতকৈ অধিক গোচৰ; বিধানসভাত চৰকাৰৰ পৰিসংখ্যা

এটা দশকত অসমত মহিলাৰ বিৰুদ্ধে ৰুজু হৈছে ২ লাখ ৪ হাজাৰতকৈ অধিক অপৰাধজনিত গোচৰ। সোমবাৰে অসম বিধানসভাত দাখিল কৰা চৰকাৰী পৰিসংখ্যাত পোহৰলৈ আহে এই তথ্য। কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে…

‘কা’ৰ অধীনত অসমত নাগৰিকত্বৰ বাবে ৭০ জনৰ আবেদন দাখিল; ৬ জনৰ অনুমোদন লাভ

নাগৰিকত্ব সংশোধনী আইনৰ অধীনত অসমত ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে ৬ জন আবেদনকাৰীয়ে। আইনখন কাৰ্যকৰী হোৱাৰ পিছত ৰাজ্যত এতিয়ালৈকে নাগৰিকত্বৰ বাবে আবেদন জনাইছে মুঠ ৭০ জনে। সোমবাৰে অসম বিধানসভাৰ প্ৰশ্নোত্তৰ পৰ্বত…

ই-২০ ইন্ধনক লৈ বিধানসভাৰ বাহিৰত অখিল গগৈৰ প্ৰতিবাদ; সদনৰ ভিতৰতো উত্তপ্ত বাদ-বিবাদ

ই-২০ ইন্ধন নীতিৰ বিৰোধিতাই মঙলবাৰে উত্তপ্ত কৰি তোলে অসম বিধানসভাৰ চৌহদ। বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা ৰাজপথত মটৰচাইকেল ঠেলাগাড়ীত তুলি আনি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল…

‘মেজাংকৰি মেঘমল্লাৰ’ৰ উদ্যোগত তৰুণ নগৰত মহাপুৰুষীয়া ভাওঁনা সাবিত্ৰী সত্যবান মঞ্চস্থ

ৰাজ্যৰ অগ্ৰণী সাংস্কৃতিক – সামাজিক অনুষ্ঠান “মেজাংকৰি মেঘমল্লাৰ”ৰ উদ্যোগত চাৰি জুলাইৰ দিনা সন্ধিয়া মহানগৰীৰ তৰুণ নগৰত মঞ্চস্থ কৰা হয় মহাপুৰুষীয়া ভাওঁনা ‘সাবিত্ৰী সত্যবান’ । তৰুণ নগৰ উন্নয়ন সমিতিৰ সৌজন্যত মঞ্চস্থ…

মণিপুৰত সন্ত্ৰাসবাদ বিৰোধী অভিযানত চাৰি উগ্ৰপন্থী গ্ৰেপ্তাৰ, উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক

সন্ত্ৰাসবাদ বিৰোধী অভিযানত পুনৰ সফলতা লাভ কৰিলে নিৰাপত্তা বাহিনীয়ে। মণিপুৰৰ বিভিন্ন প্ৰান্তত চলোৱা পৃথক পৃথক অভিযানত দুজন নাবালকসহ চাৰিজন সন্দেহজনক উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰাৰ লগতে অস্ত্ৰ-শস্ত্ৰ, সজীৱ গুলী আৰু এটা সন্দেহজনক…

১১৬ বছৰ বয়সতো তিৰুমলাৰ ৩,৫৫০ চিৰি বগাই ভক্তিৰ নজিৰ; দেশজুৰি চৰ্চাত বৃদ্ধা

বয়সৰ ওচৰত নতি স্বীকাৰ নকৰি পুনৰ এক দৃষ্টান্ত স্থাপন কৰিলে এগৰাকী বৃদ্ধাই। ১১৬ বছৰ বয়সত তিৰুমালা মন্দিৰৰ ৩ সহস্ৰাধিক চিৰি বগাই ঈশ্বৰ দৰ্শনৰ বাবে উপস্থিত হয় লক্ষ্মাভা ওৰফে ভীমাব্বাই। ভগৱান…