Category: Assam

গুৱাহাটী ৰে’ল ষ্টেচনত ১১ সন্দেহজনক বাংলাদেশী আটক; অবৈধ অনুপ্ৰৱেশ চক্ৰৰ সন্ধানত তদন্ত

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ সন্দেহত ১১ জন বাংলাদেশী নাগৰিকক আটক কৰে ৰে’ল সুৰক্ষা বাহিনীয়ে। গুৱাহাটী ৰে’ল ষ্টেচনত চেন্নাইৰ টাম্বৰাম অভিমুখী যাত্ৰাৰ পূৰ্বে চলোৱা অভিযানত আটক কৰা হয় আটাইকেইজনকে। ৰে’ল সুৰক্ষা…

মধ্য আকাশৰ পৰা সন্ধানহীন মালবাহী বিমান! আৰব সাগৰত দুৰ্ঘটনাৰ আশংকা

মধ্য আকাশৰ পৰাই সন্ধানহীন হৈ পৰিল এখন মালবাহী বিমান। সংযুক্ত আৰব আমিৰশ্বাহীৰ ছাৰজাহৰ পৰা পাকিস্তানৰ কৰাচীলৈ আহি থকা কে–টু এয়াৰৱেজৰ ব’য়িং ৭৩৭ বিমানখনৰ সৈতে মঙলবাৰে নিশা হঠাতে বিচ্ছিন্ন হয় বিমান…

পোষ্টেল চেভিংছ একাউণ্টৰ পৰা ১.৩ কোটি টকা আত্মসাৎৰ অভিযোগ; চিবিআইৰ জালত ডাক বিভাগৰ দুজন কৰ্মচাৰী

পোষ্টেল চেভিংছ একাউণ্টত জমা থকা ১.৩ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত চিবিআইৰ জালত পৰিল ডাক বিভাগৰ দুজন কৰ্মচাৰী। মহীশূৰৰ ৪৪ জন গ্ৰাহকৰ পোষ্টেল চেভিংছ একাউণ্টৰ পৰা টকা নিজৰ আৰু আত্মীয়ৰ…

মোৰ দেহত ভাৰতৰ ডিএনএ আছেঃ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি

মোৰ দেহত ভাৰতৰ ডিএনএ আছে। – এই মন্তব্য কৰি ভাৰতৰ সৈতে নিজৰ আত্মীয়তাৰ অনুভূতি প্ৰকাশ কৰে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাবোৱ’ ছুবিয়ান্তোৱে। একে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ একাধিক চৰকাৰী আঁচনি অনুসৰণ কৰি…

বংগত এনকাউণ্টাৰ! আৰক্ষীৰ বন্দুক কাঢ়ি পলায়নৰ চেষ্টাৰ সময়তে নিহত নাবালিকা ধৰ্ষণ আৰু হত্যা গোচৰৰ অভিযুক্তৰ

আৰক্ষীৰ সৈতে সংঘটিত সংঘৰ্ষত নিহত হ’ল এগৰাকী ১১ বছৰীয়া কিশোৰীক ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ অন্যতম অভিযুক্ত প্ৰভাষ মণ্ডল। অপৰাধস্থলীত ঘটনাৰ পুনৰ্নিৰ্মাণ চলি থকাৰ সময়তে আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰাৰ…

কোনো ‘ধুৰন্ধৰ’ বা ‘চান্দা চোৰ’ৰ ৰেহাই নাইঃ ৰাম মন্দিৰৰ ধন কেলেংকাৰিত কঠোৰ সতৰ্কবাণী যোগী চৰকাৰৰ

যিমানেই ‘ধুৰন্ধৰ’ নহওক কিয়, ‘চান্দা চোৰ’ বুলি অভিযুক্ত কোনো লোককেই ৰেহাই নাপাব। বাৰাণসীত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উপস্থিতিত অনুষ্ঠিত এক অনুষ্ঠানত ৰাম মন্দিৰৰ দানৰ ধনক কেন্দ্ৰ কৰি উত্থাপিত অভিযোগৰ প্ৰসংগত এই…

কাকো তেল বিক্ৰী কৰিব নোৱাৰিব ইৰানে! পুনৰ কঠোৰ নিষেধাজ্ঞা আমেৰিকাৰ

বিশ্ব বজাৰত ইৰানৰ খাৰুৱা তেল বিক্ৰীৰ পথ পুনৰ প্ৰায় সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে আমেৰিকা যুক্তৰাষ্ট্ৰই। হৰমুজ প্ৰণালীত বাণিজ্যিক জাহাজৰ ওপৰত হোৱা আক্ৰমণৰ পিছতে সামৰিক অভিযান তীব্ৰ কৰাৰ লগতে তেল ৰপ্তানিৰ…

শক্তি বিভাগৰ গাফিলতিৰ পৰিণতি! ধমধমাত বিদ্যুতৰ তাঁৰ ছিগি যুৱকৰ মৃত্যু

শক্তি বিভাগৰ চৰম গাফিলতিৰ বাবে পুনৰ প্ৰাণ হেৰুৱাবলগীয়া হ’ল এজন সাধাৰণ নাগৰিকে। ধমধমাৰ নিকটৱৰ্তী তথা বাক্স জিলাৰ ঢেকীভাঙাত কালি নিশা সংঘটিত এই কৰুণ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত…

বহিঃৰাজ্যত কৰ্তব্যস্থলীলৈ যোৱাৰ পথত সন্ধানহীন চি আৰ পি এফৰ জোৱান অমৰেন্দ্ৰ ৰায়

ছুটী শেষ কৰি মধ্যপ্ৰদেশৰ নিমজস্থিত কৰ্তব্যস্থলীলৈ গৈ থকা অৱস্থাতে ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে অসমৰ এজন চি আৰ পি এফৰ জোৱান। বঙাইগাঁও জিলাৰ মাণিকপুৰৰ বাসিন্দা তথা চি আৰ পি এফৰ জোৱান…

বিধানসভাত চাকৰি দিয়াৰ প্ৰলোভনেৰে লাখ লাখ টকা আত্মসাৎ, ৰঙিয়াত অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰী গ্ৰেপ্তাৰ

অসম বিধানসভাত নিযুক্তি দিয়াৰ প্ৰলোভনেৰে লাখ লাখ টকা আত্মসাৎ কৰি আৰক্ষীৰ জালত পৰিল এজন চৰকাৰী কৰ্মচাৰী। ৰঙিয়া আৰক্ষীয়ে মঙলবাৰে অভিযান চলাই গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চক ধনজিৎ তালুকদাৰক। উল্লেখ্য যে, ধৃত ধনজিৎ…