Category: Assam

ছুটীত ঘৰলৈ অহা সেনা জোৱানক পথৰ মাজত প্ৰহাৰ কৰি হত্যা; মিজোৰামত প্ৰাক্তন সৈনিক লীগৰ উত্তাল প্ৰতিবাদ

ছুটীত গৃহৰাজ্যলৈ উভতি অহাৰ পথতে এক ভয়ংকৰ আক্ৰমণৰ বলি হৈ অকালতে প্ৰাণ হেৰুৱালে ভাৰতীয় সেনাৰ এগৰাকী কৰ্তব্যৰত জোৱানে। মিজোৰামৰ কোলাছিব জিলাৰ বুয়ালপুইস্থিত কফি ব’ৰ্ড অঞ্চলৰ সমীপত সংঘটিত হয় এই মৰ্মান্তিক…

ওড়িশা উপকূলত অ’এনজিচিৰ বৃহৎ সফলতা; গভীৰ সাগৰৰ বুকুত বিশাল গেছ ভাণ্ডাৰৰ সন্ধান

প্ৰাকৃতিক গেছৰ সন্ধানত এক ঐতিহাসিক সাফল্য অৰ্জন কৰিবলৈ সক্ষম হ’ল দেশৰ আগশাৰীৰ চৰকাৰী শক্তি প্ৰতিষ্ঠান অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেশ্যন চমুকৈ অ’এনজিচিয়ে। ওড়িশা উপকূলৰ পৰা প্ৰায় ৪৩ কিলোমিটাৰ দূৰত মহানদী…

জুবিন ক্ষেত্ৰত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি প্ৰাক্তন ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ

জুবিন ক্ষেত্ৰত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি প্ৰাক্তন ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নিখিল ভাৰত কংগ্ৰেছ কমিটী (AICC)ৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক ভূপেশ বাঘেলে আজি পুৱা গুৱাহাটীৰ সোণাপুৰস্থিত জুবিন…

সংগীতৰ ১০ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিলে ‘পথৰংগী’য়ে

সংগীতপ্ৰেমী আৰু শিল্পীসকলৰ এক অনানুষ্ঠানিক মঞ্চ ‘পথৰংগী’য়ে আজি সংগীতৰ ১০ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰে। সামাজিক আৰু সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ বিভিন্ন দিনত পথৰ কাষত সংগীত পৰিৱেশন কৰাৰ লগতে বিশিষ্ট সংগীতশিল্পীসকলৰ প্ৰতি সংগীতৰ…

আই আই টি-গুৱাহাটীত মানসিক স্বাস্থ্য, সহনশীলতা আৰু সু-স্বাস্থ্য বিষয়ক আঞ্চলিক সক্ষমতা বৃদ্ধি কৰ্মশালাৰ সামৰণি

ইতিবাচক মানসিক স্বাস্থ্য, সহনশীলতা আৰু সু-স্বাস্থ্য বিষয়ক দুদিনীয়া আঞ্চলিক সক্ষমতা বৃদ্ধি কৰ্মশালা সোমবাৰে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান-গুৱাহাটীত (আই আই টি-জি) সামৰণি পৰে। এই কৰ্মশালাখনে মানসিক স্বাস্থ্য আৰু সু-স্বাস্থ্য নীতিৰ উমৈহতীয়া বুজাবুজিক…

গুৱাহাটী-মানকাচৰ পথত মেঘালয়ত নৈশবাছলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ; চালক আহত, বাহনৰ ক্ষতিসাধন

আকৌ মেঘালয়ত অসমৰ বাহনৰ ওপৰত সংঘটিত হ’ল আক্ৰমণৰ ঘটনা. এইবাৰ চুবুৰীয়া ৰাজ্যখনত নৈশবাছৰ ওপৰত আক্ৰমণ সংঘটিত কৰে দুৰ্বৃত্তই। মেঘালয়ৰ মাজেৰে চলাচল কৰা কেইবাখনো যাত্ৰীবাহী নৈশ চুপাৰ বাছলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ…

এতিয়াৰে পৰা বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত প্ৰদান কৰা হ’ব চিকেন বিৰিয়ানী, চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

পুষ্টিহীনতা দূৰীকৰণ আৰু শিক্ষাৰ্থীৰ উপস্থিতি নিশ্চিত কৰাৰ লক্ষ্যৰে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এক অভূতপূৰ্ব পৰিৱৰ্তন আনিবলৈ সাজু হ’ল তামিলনাডু চৰকাৰ। চৰকাৰী বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজন আঁচনিত এইবাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সুস্বাদু ‘চিকেন বিৰিয়ানি’…

মহিমাময়ী নাৰী! নিজৰ দেহৰ কাপোৰ ফালি টিটিইক ফঁচাবলৈ মহিলা যাত্ৰীৰ অপচেষ্টা; ভাইৰেল ভিডিঅ’

নিজৰ দেহৰ কাপোৰ ফালি চলন্ত ৰে’লৰ ভিতৰত টিটিইক ফঁচাবলৈ আপ্ৰাণ চেষ্টা চলালে এগৰাকী মহিলা যাত্ৰীয়ে।কিন্তু সামাজিক মাধ্যমত এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে পোহৰলৈ আহে মহিলাগৰাকীৰ এই চৰম অভিসন্ধি। শেহতীয়াকৈ…

ভুৱা চৰকাৰী জাননীৰে কোটি টকাৰ প্ৰৱঞ্চনা চক্ৰ! গুৰুগ্ৰামৰ যুৱৰাজ হত্যাকাণ্ডৰ আঁৰত পোহৰলৈ চাঞ্চল্যকৰ তথ্য

পত্নীক বিক্ৰী কৰা বা যিয়েই কৰা, এই ধন ঘূৰাই দিয়া। – এনে এক নিৰ্দয় আৰু ভাবুকিপূৰ্ণ হোৱাটছএপ বাৰ্তা পোহৰলৈ অহাৰ লগে লগেই গুৰুগ্ৰামৰ চৰ্চিত যুৱৰাজ সিং মনছান্দা হত্যাকাণ্ডৰ আঁৰত উন্মোচিত…

কানাডাত বিমান প্ৰশিক্ষণৰ সময়তে ভয়ংকৰ দুৰ্ঘটনা; ভাৰতৰ দুই ছাত্ৰৰ কৰুণ মৃত্যু

অপূৰ্ণ হৈ ৰ’ল বৈমানিক হোৱাৰ সপোন! আকাশমাৰ্গত চলি থকা প্ৰশিক্ষণৰ সময়তে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল ভাৰতৰ দুই মেধাৱী ছাত্ৰই। কানাডাত বিমান চালন প্ৰশিক্ষণ গ্ৰহণ কৰি থকাৰ সময়তে…