Assam ডেৰ মাহত ৮ বাৰ সৰ্পদংশনৰ বলি ছাত্ৰী! হাথৰছৰ এটা পৰিয়ালত আতংকৰ সৃষ্টি এডাল সাপৰ September 25, 2026 Paromita এবাৰ নহয়, দুবাৰ নহয়, ডেৰ মাহৰ ভিতৰত ৮ বাৰকৈ সৰ্প দংশনৰ বলি হ’ল এগৰাকী কিশোৰী। উত্তৰ প্ৰদেশৰ হাথৰছ জিলাৰ জংচন কোতৱালী এলেকাৰ সৰু লাড়পুৰ গাঁৱত সংঘটিত হৈছে এই আচৰিত তথা…
Assam মধুপুৰ সত্ৰৰ বেদখল উচ্ছেদ আৰু গোহাঁই কমল আলি পুনৰ নিৰ্মাণৰ দাবী; মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কোচবিহাৰৰ ৰাজপৰিয়ালৰ September 24, 2026 Paromita মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰয়াণ ক্ষেত্ৰ ঐতিহাসিক মধুপুৰ সত্ৰৰ বেদখল উচ্ছেদ আৰু সংৰক্ষণৰ বাবে এইবাৰ সৰৱ হৈ পৰিল মহাৰাজ নৰনাৰায়ণৰ বংশধৰসকল। পশ্চিমবংগ ভ্ৰমণৰ সময়ত সত্ৰখন পৰিদৰ্শন কৰা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত…
Assam জন্মৰ পূৰ্বেই দশম শ্ৰেণী উত্তীৰ্ণ বিজেপি প্ৰাৰ্থী! শপতনামাত ভুৱা তথ্যৰ অভিযোগ তুলি কলকাতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ September 24, 2026 Paromita নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপি প্ৰাৰ্থী এগৰাকীয়ে জন্মলাভ কৰাৰ পূৰ্বেই উত্তীৰ্ণ হ’ল দশম শ্ৰেণীৰ পৰীক্ষা! উপ-নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ মনোনয়ন পত্ৰৰ শপতনামাত প্ৰকাশ পোৱা এনে এক অদ্ভুত আৰু বিসংগতিপূৰ্ণ তথ্যক লৈ…
Assam বিদ্যালয়ৰ কাষেৰে পাৰ হৈ যোৱা শোভাযাত্ৰাৰ উচ্চস্বৰৰ ডিজেৰ প্ৰকোপ; শ্ৰেণীকোঠাতে হৃদক্ৰিয়া বন্ধ হৈ ছাত্ৰীৰ কৰুণ মৃত্যু September 23, 2026 Paromita পথেৰে পাৰ হৈ যোৱা কোনো শোভাযাত্ৰাত বজোৱা উচ্চস্বৰৰ ডিজেই কাল হ’ল এগৰাকী দ্বিতীয় শ্ৰেণীৰ ছাত্ৰীৰ। ডিজেৰ প্ৰচণ্ড শব্দ আৰু কম্পনত বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰতে হঠাৎ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটি লয়…
Assam চেম্প্যুৰ খালী পেকেটক লৈ দুই পক্ষৰ মাজত ৰক্তক্ষয়ী সংঘাত; চিকিৎসাধীন অৱস্থাত এজনৰ কৰুণ মৃত্যু, আহত বহুতো September 23, 2026 Paromita চেম্প্যুৰ খালী পেকেটক লৈ সৃষ্টি হোৱা এক সামান্য সংঘাতেই অৱশেষত ধাৰণ কৰিলে চৰম ৰূপ। শিশুৰ খেলক কেন্দ্ৰ কৰি আৰম্ভ হোৱা এই সংঘাতৰ পৰিণতিত এজন লোকৰ কৰুণ মৃত্যু ঘটাৰ লগতে গুৰুতৰভাৱে…
Assam মুখ্য নিৰ্বাচনী আয়ুক্তৰ একপক্ষীয় সিদ্ধান্তক লৈ কমিছনৰ ভিতৰচৰাত নজিৰবিহীন সংঘাত; কেবিনেট সচিবৰ কাষ চাপিল দুই নিৰ্বাচনী আয়ুক্ত September 23, 2026 Paromita দেশৰ সৰ্বোচ্চ গণতান্ত্ৰিক অনুষ্ঠান নিৰ্বাচন আয়োগৰ ভিতৰচৰাতেই এইবাৰ মুকলিকৈ পোহৰলৈ আহিল এক অভূতপূৰ্ব অন্তৰ্দ্বন্দ্ব আৰু মতানৈক্যৰ ছবি। মুখ্য নিৰ্বাচনী আয়ুক্তৰ একপক্ষীয় কাৰ্যকলাপ আৰু গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াৰ স্বচ্ছতাক লৈ স্বয়ং আন দুজন…
Assam নগাঁও লোকসভা উপ-নিৰ্বাচনৰ ৰোডশ্ব’ৰ সময়ত কনভয়ত আক্ৰমণৰ অভিযোগ: অসম কংগ্ৰেছৰ গৰিহণা September 23, 2026 Tarali অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে (APCC) সোমবাৰে দাবী কৰে যে আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনৰ প্ৰচাৰৰ অংশ হিচাপে বৰমা-কাৱৈমাৰী অঞ্চলত অনুষ্ঠিত এক ৰোডশ্ব’ৰ সময়ত দলৰ জ্যেষ্ঠ নেতাসকলক কঢ়িয়াই নিয়া এটা কংগ্ৰেছৰ কনভয়ত…
Assam ব্যস্ত ৰাজপথৰ পৰা একে-৪৭ দেখুৱাই মন্ত্ৰীক অপহৰণ! দুৰ্বৃত্তৰ গুলীচালনাত আহত আন এজন মন্ত্ৰী September 22, 2026 Paromita ব্যস্ত ৰাজপথৰ পৰা দিন দুপৰতে অপহৰণ কৰা হ’ল এগৰাকী মন্ত্ৰীক! ক’লা বস্ত্ৰ আৰু মুখত মাস্ক পৰিধান কৰি অহা একাংশ দুষ্কৃতিকাৰীয়ে মন্ত্ৰীৰ কনভয়ৰ নিৰাপত্তাৰ বেহু ফালি অপহৰণ কৰি লৈ যায় খাইবাৰ-পাখতুনখোৱাৰ…
Assam আনক নিজৰ চিমকাৰ্ড ব্যৱহাৰ কৰিবলৈ দিলেই হ’ব পাৰে কাৰাবাস; টেলিকম বিভাগৰ নতুন নিৰ্দেশনা জাৰি September 22, 2026 Paromita সাৱধান হওক। যদি আপোনাৰ নামত থকা মোবাইল চিমকাৰ্ড আনে ব্যৱহাৰ কৰি আছে, তেন্তে ভৰিবলগীয়া হ’ব পাৰে ৫০ লাখ টকাৰ জৰিমনা আৰু খাটিবলগীয়া হ’ব পাৰে তিনি বছৰৰ কাৰাদণ্ড। শেহতীয়াকৈ টেলিকম বিভাগে…
Assam তিস্তাৰ উত্তাল সোঁতত উটি যোৱা তিনিদিনীয়া হাতীৰ পোৱালিক উদ্ধাৰ মাছমৰীয়াৰ; বন বিভাগৰ সহযোগত মাকৰ কোলালৈ উভতিল সন্তান September 22, 2026 Paromita তিস্তাৰ উত্তাল জলৰাশিত নিশ্চিত মৃত্যুৰ মুখত পৰা মাত্ৰ তিনি-চাৰিদিনীয়া এটা কণমানি হাতীৰ পোৱালিক নিজৰ জীৱন বিপন্ন কৰি উদ্ধাৰ কৰিলে কেইবাগৰাকীও মানৱদৰদী মাছমৰীয়াই। নদী পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়তে পানীৰ তীব্ৰ…