Assam টিএচিৰ শক্তিশালী বিকাশ: ২০২৬ চনত উচ্চ গড় মূল্যত ১০৬ নিযুত কিলোগ্ৰাম চাহ বিক্ৰী September 27, 2026 Tarali বিশ্বৰ অন্যতম প্ৰভাৱশালী চাহ নিলাম কেন্দ্ৰ তথা পৰিমাণৰ ফালৰ পৰা বিশ্বৰ দ্বিতীয় বৃহত্তম চিটিচি (CTC) চাহ নিলাম প্লেটফৰ্ম গুৱাহাটী চাহ নিলাম কেন্দ্ৰই (GTAC) ইয়াৰ কাৰ্যকালৰ ৫৬ বছৰ সম্পূৰ্ণ কৰিছে। ই…
Assam চিজেপি নেতাক আটক কৰি ৰখাৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ প্ৰতিবাদৰ হুংকাৰ September 27, 2026 Tarali ককৰোচ জনতা পাৰ্টিৰ (CJP) সহ-আহ্বায়ক আশুটোষ ৰাংকা আৰু দলটোৰ অন্যান্য নেতাসকলক আটক কৰি ৰখা কাৰ্যক লৈ দেওবাৰে গভীৰ উদ্বেগ প্ৰকাশ কৰে ৰাইজৰ দলৰ নেত্ৰী জ্ঞানশ্ৰী বৰাই। তেওঁ অভিযোগ কৰা অনুসৰি,…
Assam মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ এনডিএত মতভেদ; স্বচ্ছতাৰ দাবীত সৰৱ চিৰাগ পাছোৱান, টিডিপি আৰু আৰএলএম September 26, 2026 Paromita নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সংঘটিত সংঘাতক লৈ দেশজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াই এতিয়া জোকাৰি গৈছে এনডিএ মিত্ৰজোঁটক। কেৱল বিৰোধীয়েই নহয়, মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালীক লৈ এইবাৰ পোনপটীয়াকৈ প্ৰশ্ন তুলিলে…
Assam মুখ্য নিৰ্বাচনী আয়ুক্তৰ বাবে ‘কালাপানী’ৰ শাস্তিহে উপযুক্তঃ কিয় ক’লে কংগ্ৰেছ সাংসদ সুখদেৱ ভগতে? September 26, 2026 Paromita ভোটাৰ তালিকাৰ বিশেষ গভীৰ নিৰীক্ষণ চমুকৈ এছআইআৰ প্ৰক্ৰিয়াক লৈ দেশৰ ৰাজনৈতিক মহলত তীব্ৰ উত্তেজনাময় পৰিস্থিতি চলি থকাৰ মাজতেই মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে নজিৰবিহীনভাৱে সৰৱ হৈ উঠিল কংগ্ৰেছ। শনিবাৰে…
Assam ১২ ঘণ্টাৰ পেৰ’ল লৈ জেলৰ পৰা ওলাই কম্বোডিয়াৰ প্ৰেয়সীৰে বিবাহপাশত আৱদ্ধ কুখ্যাত গেংষ্টাৰ মেনপাল বাদলী September 26, 2026 Paromita অপৰাধৰ অন্ধকাৰ জগতৰ পৰা ওলাই আহি হিন্দু ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হ’ল হাৰিয়ানাৰ এজন কুখ্যাত গেংষ্টাৰ। পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ পৰা মাত্ৰ ১২ ঘণ্টাৰ পেৰ’ল লাভ কৰি কম্বোডিয়াৰ পৰা অহা…
Assam পুনৰ আকাশত মৃত্যুৰ কিৰিলি! সেনাৰ বিমানগ্ৰস্ত হৈ শীৰ্ষ সামৰিক বিষয়াসহ ১৪ গৰাকী আৰোহীৰ কৰুণ মৃত্যু September 26, 2026 Paromita আকৌ আকাশত উঠিল মৃত্যুৰ কিৰিলি! এইবাৰ আকাশমাৰ্গত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কমেও ১৪ জন লোকে। ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগো চমুকৈ ডি আৰ চিৰ দক্ষিণ-পশ্চিম প্ৰান্তত শুকুৰবাৰে সেনাৰ এখন…
Assam মুখ্য নিৰ্বাচনী আয়ুক্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন; এককভাৱে সিদ্ধান্ত লোৱাৰ অভিযোগ, ১৩ কোটি ভোটাৰ কৰ্তনৰ এছআইটি তদন্তৰ দাবী September 25, 2026 Paromita সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ ভাৰতীয় নিৰ্বাচন আয়োগৰ ভিতৰচৰাত সৃষ্টি হোৱা তীব্ৰ মতবিৰোধৰ মাজতে মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল এজন অধিবক্তা। আয়োগৰ আন দুজন নিৰ্বাচনী আয়ুক্তৰ…
Assam ভাৰত-ম্যানমাৰ সীমান্তত দুৰ্বৃত্তৰ অতৰ্কিত গুলীচালনা; গাঁৱত সোমাই ৪ নিৰীহ নগাক নৃশংসভাৱে হত্যা, উত্তপ্ত মণিপুৰ September 25, 2026 Paromita উত্তৰ-পূবৰ সীমান্তৱৰ্তী ৰাজ্য মণিপুৰত পুনৰ সংঘটিত হ’ল এক ভয়ংকৰ ৰক্তাক্ত কাণ্ড। বৃহস্পতিবাৰে বিয়লি ভাৰত-ম্যানমাৰ সীমান্তৰ নিচেই কাষৰীয়া কামজং জিলাৰ পিলং গাঁৱত অচিনাক্ত সশস্ত্ৰ দুৰ্বৃত্তৰ এটা দলে অতৰ্কিতে প্ৰৱেশ কৰি চলোৱা…
Assam অনুপ্ৰেৰণামূলক! মেধা আৰু অধ্যাৱসায়ৰে উজ্বলিল অটোৰিক্সা চালকৰ পুত্ৰ প্ৰভাত যাদৱ, ভৰি দিলে চিকিৎসক হোৱাৰ বাটত September 25, 2026 Paromita পঢ়িবলৈ ঘৰত এখন টেবুল নাছিল। নাছিল আন সা-সুবিধাও। কিন্তু অটোৰিক্সা চালক পিতৃৰ চকুত এটা সপোন আছিল। আৰু সেই সপোনৰ পম খেদিয়েই অৱশেষত সাফল্য অৰ্জন কৰিবলৈ সক্ষম হ’ল প্ৰভাত কুমাৰ যাদৱ।…
Assam ২০১৯ চনৰ ইষ্টাৰ দেওবাৰৰ ভয়ংকৰ বিস্ফোৰণ কাণ্ড! ১৫ জনকৈ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি উচ্চ ন্যায়ালয়ৰ September 25, 2026 Paromita ২০০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত হ’ল ২০১৯ চনৰ বিশ্বকঁপোৱা আক্ৰমণৰ ঘটনাত দোষী সাব্যস্ত হোৱা ১৫ জন অপৰাধী। শেহতীয়াকৈ শ্ৰীলংকাৰ উচ্চ ন্যায়ালয়ে অপৰাধীকেইজনক প্ৰতিজনকে ২০০ বছৰৰো অধিক কাৰাদণ্ডৰ শাস্তি বিহে। পাঁচ বছৰজোৰা…