Category: Assam

অসম চৰকাৰ মুঠ দায়বদ্ধতা ১.৬ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰিলে

বিগত দশকত অসমৰ বাকী ঋণ সৰে ৪.৫ গুণতকৈও বেছি বৃদ্ধি পাই ২০২৫ চনৰ ৩১ মাৰ্চলৈ ১.৬২ লাখ কোটি টকাত উপনীত হৈছে বুলি মঙলবাৰে ৰাজ্যিক বিধানসভাত অৱগত কৰা হয়। বিৰোধী বিধায়কসকলৰ…

ভুৱা আইএএছ বিষয়াৰ পৰিচয় দি বিয়া; তাৰ পিছতে ৪০ লাখ টকা দাবী কৰি গ্ৰেপ্তাৰ প্ৰৱঞ্চক মহিলা

সামাজিক মাধ্যমত পৰিচয়, তাৰ পিছত বিয়া। কিন্তু সংসাৰ আৰম্ভ হোৱাৰ কিছুদিনৰ ভিতৰতে ওলাই পৰিল এক চাঞ্চল্যকৰ প্ৰৱঞ্চনাৰ কাহিনী। নিজকে আইএএছ বিষয়া বুলি পৰিচয় দি এজন যুৱকক বিয়া কৰোৱা এগৰাকী মহিলাক…

খোজকৈ যাত্ৰী সমাজ সংস্কাৰক অজয় অ’লিয়ে শিশু শ্ৰম আৰু ভিক্ষাবৃত্তিৰ বিৰুদ্ধে অভিযান চলাবলৈ গুৱাহাটীত উপস্থিত

উত্তৰাখণ্ডৰ পিথোৰাগড়ৰ সমাজ সংস্কাৰক অজয় অ’লি বিগত এক দশকতকৈও অধিক সময় ধৰি খালী ভৰিৰে খোজ কাঢ়ি শিশুৰ অধিকাৰৰ বিষয়ে সজাগতা বিয়পাই আহিছে। ৩৩ বছৰীয়া এই কৰ্মীজন শুকুৰবাৰে গুৱাহাটীত উপস্থিত হয়।…

২০২৩ৰ পৰা দক্ষিণ শালমাৰা-মানকাচৰত ২০.৫৩ কোটি টকাৰ ড্ৰাগছ জব্দঃ বিধানসভাত চৰকাৰৰ তথ্য

ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এটাৰ পিছত এটাকৈ উন্মোচিত হৈছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ চক্ৰ। এনে সময়তে সীমান্তৱৰ্তী দক্ষিণ শালমাৰা-মানকাচৰক লৈ সোমবাৰে বিধানসভাত এক গুৰুত্বপূৰ্ণ…

ৰাম মন্দিৰৰ দান কেলেংকাৰীতকৈও ডাঙৰ ৱাকফ কেলেংকাৰী! তদন্তৰ দাবীত যোগীলৈ পত্ৰ

ৰাম মন্দিৰত ভক্তৰ দান আত্মসাতৰ অভিযোগক লৈ দেশজুৰি বিতৰ্ক অব্যাহত থকাৰ সময়তে এইবাৰ ৱাকফ সম্পত্তিক লৈ বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে এগৰাকী মুছলমান ধৰ্মগুৰুৱে। উত্তৰ প্ৰদেশৰ দুয়োখন ৱাকফ ব’ৰ্ডত বৃহৎ কেলেংকাৰী…

২৭ জনক বিদেশী ঘোষণা কৰা হাই ক’ৰ্টৰ ৰায়ত স্থগিতাদেশ; নতুনকৈ শুনানিৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বিদেশী ঘোষণা কৰা ২৭ জনৰ গোচৰ নতুনকৈ বিচাৰৰ পথ মুকলি কৰি গুৰুত্বপূৰ্ণ ৰায় দিলে উচ্চতম ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল কৰাৰ লগতে সংশ্লিষ্ট বিদেশী ন্যায়াধিকৰণক আইন অনুসৰি পুনৰ শুনানি…

অসম-নেপালী সাহিত্য জগতলৈ অপূৰণীয় ক্ষতি; পদ্মশ্ৰী গীতা উপাধ্যায়ৰ দেহাৱসান

অসম আৰু নেপালী সাহিত্য জগতক শোকস্তব্ধ কৰি চিৰবিদায় ল’লে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা পদ্মশ্ৰী গীতা উপাধ্যায়ে। সাহিত্য, অনুবাদ আৰু শিক্ষাক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে সন্মানিত এইগৰাকী বৰেণ্য ব্যক্তিয়ে এইবছৰেই লাভ…

সন্তানসম্ভৱা বোৱাৰীক হত্যা কৰি মৃতদেহ পুতিলে চোতালত, বিলাসীপাৰাত তীব্ৰ চাঞ্চল্য

বিলাসীপাৰা মহকুমাৰ লক্ষীগঞ্জ আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত হাজাৰীপাৰা গাঁৱত সংঘটিত হৈছে এক জঘন্য আৰু লোমহৰ্ষক হত্যাকাণ্ড। ঘৰৰ চোতালত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় এগৰাকী সন্তানসম্ভৱা বোৱাৰীৰ মৃতদেহ। নিহত মহিলাগৰাকী…

গড়ভঙা বনাঞ্চলৰ জলপ্ৰপাতত গা ধুবলৈ গৈ নিৰুদ্দেশ হোৱা ফটাশিলৰ যুৱকৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটীৰ দাঁতিকাষৰীয়া গড়ভঙা বনাঞ্চলৰ জলপ্ৰপাতত গা ধুবলৈ গৈ অকাল মৃত্যুক আঁকোৱালি লয় ফটাশিলৰ এজন যুৱকে। তিনিজন বন্ধুৰ সৈতে ফুৰিবলৈ গৈ সলিল সমাধি ঘটা যুৱকজনক ফটাশিলৰ নিখিল ঝা (২৫) বুলি চিনাক্ত…

হোম ষ্টে’ত তাণ্ডৱ চলাই পলায়ন; ছয় অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

অতিথিশালাত তাণ্ডৱ চলাই ক্ষতিসাধন কৰাৰ অভিযোগত এইবাৰ ছয়জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে মেঘালয় আৰক্ষীয়ে। অভিযুক্তসকলৰ ভিতৰত তিনিজন প্ৰাপ্তবয়স্ক আৰু তিনিজন নাবালক। আদালতত হাজিৰ কৰাৰ পিছত জামিনত মুকলি পায় আটাইকেইজনে। ১১ জুলাইত…