Assam বিধানসভাত উত্থাপন হ’ব কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক; গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ গঠনৰ প্ৰস্তাৱ July 6, 2026 Paromita প্ৰশাসনিক সংস্কাৰ আৰু আন্তঃগাঁথনি উন্নয়নৰ নতুন অধ্যায় আৰম্ভ কৰিব ৰাজ্য চৰকাৰে। সোমবাৰৰ পৰা আৰম্ভ হোৱা বিধানসভা অধিৱেশনত পৰ্যটন, ভূমি আৰু গুৱাহাটী মহানগৰৰ উন্নয়নৰ সৈতে জড়িত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপনৰ প্ৰস্তুতি…
Assam যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী; দলীয় নেতৃত্বলৈ পত্ৰ কংগ্ৰেছ বিধায়কৰ July 6, 2026 Paromita দলীয় বৈঠকত সংঘটিত এক ঘটনাক কেন্দ্ৰ কৰি কংগ্ৰেছৰ ভিতৰচৰাত সংঘটিত হৈছে এক নতুন বিতৰ্কৰ। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম মজুমদাৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ভাৰতীয় যুৱ…
Assam জুন ২০২৬ ত ১৫% জিএছটি বৃদ্ধিৰে ৰাষ্ট্ৰীয় গড় অতিক্ৰম কৰিলে অসমে July 5, 2026 Tarali যোৱা বছৰ একে সময়ৰ তুলনাত জুন মাহত অসমে ১৫ শতাংশ জিএছটি সংগ্ৰহ বৃদ্ধি প্ৰত্যক্ষ কৰিছে বুলি শনিবাৰে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জনায়। জুন মাহত জিএছটি সংগ্ৰহ ১,৪৩৭ কোটি টকালৈ বৃদ্ধি পাইছে,…
Assam “সাহস আৰু অনুগত্যৰ জীৱন”: পেট্ৰল হাতী জয়মালাক কাজিৰঙাই শ্ৰদ্ধাঞ্জলি জনালে July 5, 2026 Tarali আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে নিজৰ কিংবদন্তি মহিলা পেট্ৰল হাতী জয়মালাক অশ্ৰুসিক্ত বিদায় জনালে।“আজি কাজিৰঙাই নিজৰ অন্যতম সাহসী ৰক্ষকৰ প্ৰতি মূৰ নত কৰিছে। জয়মালা কেৱল এটা পেট্ৰল হাতী নাছিল, তাই আছিল…
Assam ৮ বছৰ পুৰণি গোচৰত দোষী সাব্যস্ত বিজেপি বিধায়ক! চাৰি বছৰৰ কাৰাদণ্ডৰ শাস্তি July 4, 2026 Paromita উৎসৱ উদযাপনৰ সময়ত গুলীচালনাৰ এক পুৰণি গোচৰত দোষী সাব্যস্ত হ’ল বিজেপিৰ এজন বিধায়ক। এই গোচৰৰ চূড়ান্ত ৰায় প্ৰদান কৰি বিজেপি বিধায়ক ৰাজু কুমাৰ সিঙক চাৰি বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহে আদালতে।…
Assam নিজৰ চাৰ্ভিছ অস্ত্ৰেৰে গুলীয়াই আত্মহনন আৰক্ষী জোৱানৰ, তামুলপুৰত চাঞ্চল্য July 4, 2026 Paromita এগৰাকী আৰক্ষী জোৱানৰ ৰহস্যজনক মৃত্যুৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে তামুলপুৰত। শুকুৰবাৰে নিশা ২৪ সংখ্যক অসম আৰক্ষী বেটেলিয়নৰ হাবিলদাৰ ঘনকান্ত মালাকাৰ গুলীবিদ্ধ হৈ মৃত অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতে ঘটনাক কেন্দ্ৰ কৰি…
Assam মানাহত কেমেৰাত বন্দী দুৰ্লভ ক’লা নাহৰফুটুকীৰ দৃশ্য July 4, 2026 Paromita বনৰ গভীৰতাত পুনৰ ধৰা পৰিল এক দুৰ্লভ অতিথিৰ। মানাহ ৰাষ্ট্ৰীয় উদ্যানত কেমেৰাত ধৰা পৰা এটা ক’লা নাহৰফুটুকীৰ দৃশ্যই প্ৰকৃতিপ্ৰেমী আৰু বন্যপ্ৰাণী অনুৰাগীৰ মাজত ব্যাপক সঁহাৰি সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে শনিবাৰে…
Assam নাবালিকাক ধৰ্ষণৰ অভিযোগত এজন গ্ৰেপ্তাৰ; ধুবুৰীত চাঞ্চল্য July 4, 2026 Paromita এগৰাকী নাবালিকাৰ ওপৰত পুনৰ সংঘটিত হ’ল যৌন নিৰ্যাতনৰ জঘন্য ঘটনা। ধুবুৰী জিলাৰ তামাৰহাট অঞ্চলত নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল বৰঝান গাঁৱৰ বাসিন্দা হাছিমুল। আৰক্ষী আৰু স্থানীয়…
Assam অসমত স্বাভাৱিকলৈ ঘূৰিছে বান পৰিস্থিতি; ৬,৬৭৮ জনলৈ হ্ৰাস প্ৰভাৱিত লোকৰ সংখ্যা July 4, 2026 Paromita ৰাজ্যত স্বাভাৱিক অৱস্থালৈ আহিছে বান পৰিস্থিতি। বাৰিষাৰ প্ৰথমটো বানে কেইবাখনো জিলাত তাণ্ডৱ সৃষ্টি কৰাৰ পিছত এতিয়া বহুলাংশে কমিছে ইয়াৰ প্ৰভাৱ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা মতে, ৰাজ্যখনত এতিয়া ৬,৬৭৮…
Assam চাইবাৰ প্ৰৱঞ্চনা আৰু অনলাইন জুৱা চক্ৰৰ বিৰুদ্ধে অভিযান; হাইলাকান্দিত চাৰিজন গ্ৰেপ্তাৰ July 4, 2026 Paromita অনলাইন প্ৰৱঞ্চনা আৰু অবৈধ অনলাইন জুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত জালত পৰিল চাৰিজনকৈ অভিযুক্ত। হাইলাকান্দিত চলোৱা তদন্তত লাখ লাখ টকাৰ চাইবাৰ প্ৰৱঞ্চনা আৰু অনলাইন জুৱাৰ কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ তথ্য…