Assam মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা! জিএমচিৰ বাহনত খুন্দা মাৰি বাইক আৰোহীৰ মৃ*ত্যু July 4, 2026 Paromita মহানগৰীত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এজন বাইক আৰোহী যুৱকে। শনিবাৰে গভীৰ নিশা ৰুক্মিণীগাঁও উৰণীয়া সেতুত গুৱাহাটী পৌৰ নিগমৰ পথ পৰিষ্কাৰ কৰা বাহনত তীব্ৰ বেগে বাইকখন খুন্দা মৰাৰ…
Assam পাকিস্তানত ১২৫ বছৰ পুৰণি গুৰুদ্বাৰত বুলড’জাৰ! সংখ্যালঘুৰ ধৰ্মীয় সুৰক্ষাক লৈ উদ্বেগ ভাৰতৰ July 3, 2026 Paromita ধ্বংসস্তূপত পৰিণত হ’ল এটা ১২৫ বছৰ পুৰণি ঐতিহাসিক গুৰুদ্বাৰ। সংখ্যালঘু সম্প্ৰদায়ৰ উপাসনাস্থলীৰ সুৰক্ষাক লৈ পুনৰ উদ্বেগ বৃদ্ধি হোৱাৰ মাজতে পাকিস্তানত সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া ভাৰততো সৃষ্টি হৈছে তীব্ৰ…
Assam সোণম ৰঘুবংশীৰ জামিনত স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ July 3, 2026 Paromita মেঘালয়ৰ বহুচৰ্চিত ৰাজা ৰঘুবংশী হত্যাকাণ্ড গোচৰক কেন্দ্ৰ কৰি চলি থকা আইনী যুঁজত পুনৰ মুখথেকেচা খাবলগীয়া হ’ল মেঘালয় চৰকাৰ। সোণম ৰঘুবংশীৰ জামিনৰ ওপৰত তাৎক্ষণিক স্থগিতাদেশ জাৰি কৰিবলৈ উচ্চতম ন্যায়ালয়ে অস্বীকাৰ কৰাৰ…
Assam এক কোটি টকাৰ উৎকোচৰ অভিযোগত হাৰিয়ানাৰ আইপিএছ বিষয়া গ্ৰেপ্তাৰ July 3, 2026 Paromita এক কোটি টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল এগৰাকী আইপিএছ বিষয়া। শেহতীয়াকৈ চিবিআইয়ে অভিযান চলাই ঘোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে হাৰিয়ানা কেডাৰৰ ২০১২ বৰ্ষৰ আইপিএছ বিষয়া দীপক গেহলাৱটক। পুডুচেৰীৰ প্ৰায় ৫,০০০…
Assam প্ৰৱঞ্চনাৰ অভিযোগত ওড়িশাত অসমৰ মহিলা গ্ৰেপ্তাৰ July 3, 2026 Paromita নিজকে উচ্চপদস্থ চৰকাৰী বিষয়া বুলি ভুৱা পৰিচয় দি দেশৰ বিভিন্ন প্ৰান্তত প্ৰৱঞ্চনা চলোৱাৰ অভিযোগত অসমৰ এগৰাকী মহিলাক পুনৰ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ব্যৱসায়ীকে ধৰি একাধিক লোকক লক্ষ্য কৰি ধন আত্মসাৎ কৰাৰ…
Assam অৰুণাচলত বান বিভীষিকা! দুৰ্যোগগ্ৰস্তলৈ সাত মাহৰ দৰমহা প্ৰদান ডিৰাঙৰ বিধায়কৰ July 3, 2026 Paromita অৰুণাচল প্ৰদেশত শেহতীয়া বানপানী আৰু ভূমিস্খলনে সৃষ্টি কৰা দুৰ্যোগৰ মাজতে দুৰ্যোগপীড়িত পৰিয়ালসমূহৰ সহায়ত আগবাঢ়ি আহিছে ৰাজ্যখনৰ ডিৰাং সমষ্টিৰ বিধায়ক ফুৰ্পা টছেৰিঙে। কীয়ি পান্যোৰ জিলাৰ ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে নিজৰ সাত…
Assam নলবাৰী লাভ মাৰ্ডাৰ! চিকিৎসাধীন অৱস্থাত মৃত্যু কিশোৰী মৃদুমুদ্ৰাৰ July 3, 2026 Paromita অৱশেষত মৃদুমুদ্ৰাও গ’লগৈ! একপক্ষীয় প্ৰেম, প্ৰত্যাখ্যান আৰু আক্ৰোশৰ ভয়ংকৰ পৰিণতিত সংঘটিত নৃশংস আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল নলবাৰীৰ ১৭ বছৰীয়া মৃদুমুদ্ৰা ডেকা। কিন্তু জীৱন-মৃত্যুৰ সেই যুঁজত…
Assam বন মহোৎসৱত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সেউজ ঘোষণা: ১ কোটি গছপুলি, জন্মদিনত এজোপা গছ July 2, 2026 Tarali অসমৰ বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বৃহস্পতিবাৰে ৭৭ সংখ্যক বন মহোৎসৱ উপলক্ষে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত আয়োজিত বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে স্থানীয় বাসিন্দা, বন বিভাগৰ বিষয়া আৰু অন্যান্য অংশগ্ৰহণকাৰীৰ সৈতে ৭৭টা…
Assam Latest News জুবিন গাৰ্গৰ ৯.৬৩ লাখৰ সম্পত্তিৰ উত্তৰাধিকাৰী পত্নী গৰিমা; আদালতে প্ৰমাণপত্ৰ প্ৰদান July 2, 2026 Tarali কামৰূপ (মেট্ৰ’) জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ অনুকূলে উত্তৰাধিকাৰী প্ৰমাণপত্ৰ জাৰি কৰিছে। ইয়াৰ জৰিয়তে তেওঁক জুবিন গাৰ্গৰ বিত্তীয় সম্পত্তি আৰু বেংক…
Assam গুৱাহাটী উচ্চ ন্যায়ালয়ে বিদেশী ন্যায়াধিকৰণৰ ৰায় বাহাল ৰাখিলে; ১৫টা নথিৰে নাগৰিকত্ব প্ৰমাণত ব্যৰ্থ July 2, 2026 Tarali গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ এজন বাসিন্দাক বিদেশী ঘোষণা কৰা বিদেশী ন্যায়াধিকৰণৰ সিদ্ধান্ত বাহাল ৰাখিছে। ন্যায়ালয়ে ৰায় দিছে যে ১৫টা নথি আৰু মৌখিক সাক্ষ্য দাখিল কৰাৰ পিছতো তেওঁ ভাৰতীয় নাগৰিকত্ব প্ৰমাণ…