Assam উত্তৰ প্ৰদেশ ডাবল মাৰ্ডাৰ কাণ্ডঃ পাঁচ সহোদৰ ভাতৃসহ ৯ জনক আজীৱন কাৰাদণ্ডৰ শাস্তি July 1, 2026 Paromita ভূমি দখলক কেন্দ্ৰ কৰি সংঘটিত ডাবল মাৰ্ডাৰ গোচৰত প্ৰায় পাঁচ বছৰৰ পিছত ৰায়দান কৰিলে উত্তৰ প্ৰদেশৰ এখন আদালতে। গোচৰটোৰ বিচাৰ সম্পূৰ্ণ কৰি পাঁচ সহোদৰ ভাতৃসহ ৯ জন অভিযুক্তক আজীৱন কাৰাদণ্ডৰে…
Assam গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ উদ্যোগত কৃত্ৰিম বুদ্ধিমত্তা আৰু তথ্য প্ৰযুক্তি বিষয়ক গ্ৰীষ্মকালীন ইণ্টাৰ্নশ্বিপ কাৰ্যসূচীৰ শুভাৰম্ভ July 1, 2026 Sonakshi Sarkar গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগে আজি গ্ৰীষ্মকালীন ইণ্টাৰ্নশ্বিপ কাৰ্যসূচী–২০২৬ ৰ শুভাৰম্ভ কৰে। বিশ্ববিদ্যালয়খনত স্নাতক শিক্ষাৰ্থীৰ বাবে আয়োজন কৰা এইটো এতিয়ালৈকে সৰ্ববৃহৎ গ্ৰীষ্মকালীন ইণ্টাৰ্নশ্বিপ কাৰ্যসূচী। কাৰ্যসূচীত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চল আৰু দেশৰ…
Assam জালুকৰ বৈয়ামত লুকুৱাই অনা হৈছিল নিচাযুক্ত সামগ্ৰী; কাছাৰত ৯.৫ কোটি টকাৰ ইয়াবা-হেৰ’ইন জব্দ July 1, 2026 Paromita উত্তৰ-পূবৰ ৰাজ্যসমূহত অব্যাহত থকা নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে ধাৰাবাহিক অভিযানৰ মাজতে এইবাৰ কাছাৰত জব্দ হ’ল প্ৰায় ৯.৫ কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ ইয়াবা টেবলেট আৰু হেৰ’ইন। জালুকভৰ্তি বৈয়ামৰ ভিতৰত লুকুৱাই…
Assam ভিয়েটনামৰ ৰেষ্টুৰেণ্টত তথাকথিত ভাৰতীয় ইনফ্লুৱেন্সাৰৰ উদ্ভণ্ডালি! কৰ্মচাৰীকো দুৰ্ব্যৱহাৰৰ অভিযোগ July 1, 2026 Paromita তথাকথিত ইনফ্লুৱেন্সাৰে উদ্ভণ্ডালি চলোৱাৰ ঘটনা ভাৰতত নতুন নহয়। কিন্তু এইবাৰ বিদেশৰ মাটিত ভাৰতৰ নাক কাটিলে তথাকথিত এই ইনফ্লুৱেন্সাৰে। ভিয়েটনামৰ হো চি মিন চিটিৰ এখন ভাৰতীয় ৰেষ্টুৰেণ্টত শিশুৰ আচৰণক কেন্দ্ৰ কৰি…
Assam ভেনেজুৱেলাত ভাৰতীয় সেনাৰ মানৱীয় অভিযান! ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ ৭৯ বৰ্ষীয় বৃদ্ধাক July 1, 2026 Paromita প্ৰচণ্ড ভূমিকম্পই বিধ্বস্ত কৰি যোৱা ভেনেজুৱেলাত বৰ্তমানো অব্যাহত আছে আতংক। এই পৰিস্থিতিত দেশখনৰ দুৰ্গতসকলৰ কাষত সহায়ৰ হাত হৈ থিয় দিছে ভাৰতীয় সেনাই। ‘অপাৰেচন আমিস্তাদ’ৰ অধীনত ভাৰতীয় সেনাই চলোৱা উদ্ধাৰ আৰু…
Assam নায়াৰাৰ গ্ৰাহকলৈ সকাহ; পেট্ৰ’লত ৫ টকা, ডিজেলত ৩ টকা মূল্য হ্ৰাস July 1, 2026 Paromita আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ প্ৰভাৱ এইবাৰ পৰিল খুচুৰা ইন্ধনৰ বজাৰত। ব্যক্তিগত খণ্ডৰ তেল বিপণন প্ৰতিষ্ঠান নায়াৰা এনৰ্জিয়ে বুধবাৰৰ পৰা দেশজুৰি নিজৰ খুচুৰা বিক্ৰী কেন্দ্ৰসমূহত পেট্ৰ’লৰ মূল্য লিটাৰপ্ৰতি…
Assam টিউচন চলি থকাৰ সময়তে খহি পৰিল ছাদ! ১৪ শিশুৰ কৰুণ মৃ*ত্যু July 1, 2026 Paromita শিক্ষাৰ্থীৰ কোলাহলেৰে মুখৰ হৈ থকা এটা টিউচন কেন্দ্ৰ মুহূৰ্ততে পৰিণত হ’ল মৃত্যুৰ ফান্দত। পাকিস্তানৰ পূবাঞ্চলীয় চহৰ লাহোৰত ব্যক্তিগত টিউচন কেন্দ্ৰ এটাৰ ছাদ খহি পৰাৰ ফলত কমেও ১৪ জন শিশুৰ মৃত্যু…
Assam মৰ্মান্তিক দুৰ্ঘটনা! ট্ৰেইলাৰ সৈতে খুন্দা মাৰি জ্বলি উঠিত যাত্ৰীবাহী বাছ, ৭ জনৰ মৃত্যু July 1, 2026 Paromita ৰাজপথত সংঘটিত এক ভয়াবহ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল ৭ গৰাকী বাছ যাত্ৰীয়ে। ৰাজস্থানৰ দৌছাৰ ওচৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত এখন যাত্ৰীবাহী শ্লিপাৰ বাছ ট্ৰেইলাৰৰ সৈতে খুন্দা মৰাৰ পিছতে জ্বলি উঠে। এই…
Assam ২০তম পৰিসংখ্যা দিৱস উদযাপন কৰিলে ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়, গুৱাহাটীয়ে June 30, 2026 Tarali পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয় (NSO), আঞ্চলিক কাৰ্যালয়, গুৱাহাটীয়ে অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয় (DES)ৰ সহযোগত সোমবাৰে ২০তম পৰিসংখ্যা দিৱস উদযাপন কৰে। ২০তম পৰিসংখ্যা দিৱসৰ…
Assam বিমানবন্দৰত হেৰুৱাইছিল বৃহৎ পৰিমাণৰ বৈদেশিক মুদ্ৰাভৰ্তি বেগ! অৱশেষত যাত্ৰীয়ে পালে ঘূৰাই June 30, 2026 Paromita বিমানবন্দৰত অসাৱধানতাবশতঃ এৰি যোৱা ১০ লাখ টকাতকৈ অধিক মূল্যৰ টকাভৰ্তি বেগ অৱশেষত ঘূৰাই পালে গৰাকীজনে। চিআইএছএফ, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ‘লষ্ট এণ্ড ফাউণ্ড’ শাখা আৰু হায়দৰাবাদ বিমানবন্দৰ কৰ্তৃপক্ষৰ সমন্বিত…