Category: Crime

গুৱাহাটী পত্নী হত্যাকাণ্ড: অভিযুক্তৰ স্বীকাৰোক্তি, অনুশোচনা নাই বুলি মন্তব্য

গুৱাহাটীত পত্নীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত ব্যক্তিজনে অপৰাধ স্বীকাৰ কৰিছে আৰু তেওঁৰ কৃতকৰ্মৰ বাবে কোনো অনুশোচনা নাই বুলি আৰক্ষীক জনাইছে। অভিযুক্তজনক ৰামানুজ গোস্বামী বুলি চিনাক্ত কৰা হৈছে। তেওঁ আৰক্ষীক জনাইছে…

ৰাজা ৰাঘুৱানশী হত্যাকাণ্ডঃ উচ্চতম ন্যায়ালয়ে পত্নীৰ জামিনত স্থগিতাদেশ দিবলৈ অস্বীকাৰ কৰাৰ পিছত পৰিয়ালে পুনৰ CBI তদন্তৰ দাবী জনালে

ইন্দোৰ ব্যৱসায়ী ৰাজা ৰাঘুৱানশীৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে পৰিয়ালে পুনৰ কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো CBIৰ জৰিয়তে তদন্তৰ দাবী জনাইছে। তেওঁলোকে অভিযোগ কৰিছে যে মেঘালয় আৰক্ষীৰ তদন্তত থকা ত্ৰুটিৰ বাবেই মূল অভিযুক্ত, অৰ্থাৎ…

মণিপুৰৰ কাকচিং জিলাত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ

গোষ্ঠীগত সংঘৰ্ষক কেন্দ্ৰ কৰি উত্তপ্ত হৈ থকা মণিপুৰৰ নিৰাপত্তা পৰিৱেশৰ মাজতে বৃহস্পতিবাৰে পুনৰ এক বৃহৎ সফলতা লাভ কৰিছে আৰক্ষীয়ে। ৰাজ্যখনৰ কাকচিং জিলাৰ পৰা আৰক্ষীয়ে ছটাকৈ আগ্নেয়াস্ত্ৰৰ লগতে বৃহৎ পৰিমাণৰ বিস্ফোৰক…

মাতৃৰ সৈতে গুৱাহাটীৰ ইডিৰ কাৰ্যালয়ত উপস্থিত তামান্না ভাটিয়া

বৃদ্ধি পাইছে বলিউড অভিনেত্ৰী তামান্না ভাটিয়াৰ বিপদ। অভিনেত্ৰীগৰাকী মহাদেৱ বেটিং এপ গোচৰৰ সৈতে সাঙুৰ খাই পৰিছে। সেয়ে অভিনেত্ৰীগৰাকীক প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) গুৱাহাটীৰ কাৰ্যালয়ত বৃহস্পতিবাৰে সোধা-পোছা কৰে। তামান্না ভাটিয়াক এই গোচৰত…

শিশু পৰ্ণগ্ৰাফী শব্দটোৰ সলনি শিশু যৌন উৎপীড়ন ব্যৱহাৰ কৰিবলৈ কেন্দ্ৰক পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে সোমবাৰে স্পষ্ট কৰি দিয়ে যে শিশু পৰ্ণগ্ৰাফী চোৱা আৰু ডাউনলোড কৰাটো এক অপৰাধ। উচ্চতম ন্যায়ালয়ে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এটা ৰায় সলনি কৰি এই ৰায় দিয়ে। উচ্চতম ন্যায়ালয়ে কয়…

নাগালেণ্ডৰ ১৩ জন লোকৰ হত্যাৰ গোচৰকলৈ কেন্দ্ৰীয় চৰকাৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে সোমবাৰে নাগালেণ্ডৰ মন জিলাত দুবছৰ বছৰ পূৰ্বে ১৩ জন সাধাৰণ লোকৰ মৃত্যুৰ গোচৰত কেন্দ্ৰীয় চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছে। নাগালেণ্ড চৰকাৰে এখন ৰিট আবেদন দাখিল কৰি ভাৰতীয় সেনাৰ সেই…

চামৰালি বজাৰত আৰক্ষীৰ বৃহৎ অভিযান

হোজাইৰ মোৰাঝাৰৰ চামৰালি বজাৰত আৰক্ষীয়ে এক গোপন সুত্ৰ পম খেদি চলোৱা এই অভিযানত জব্দ দুটাকৈ বন্ধুক৷ হোজাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চ আৰু মোৰাঝাৰ ,চৌধুৰীবজাৰ আৰক্ষীৰ যৌথ অভিযানতজব্দ কৰে দুটাকৈ বন্ধুক ৷…