Author: Paromita

নলবাৰী লাভ মাৰ্ডাৰ! চিকিৎসাধীন অৱস্থাত মৃত্যু কিশোৰী মৃদুমুদ্ৰাৰ

অৱশেষত মৃদুমুদ্ৰাও গ’লগৈ! একপক্ষীয় প্ৰেম, প্ৰত্যাখ্যান আৰু আক্ৰোশৰ ভয়ংকৰ পৰিণতিত সংঘটিত নৃশংস আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল নলবাৰীৰ ১৭ বছৰীয়া মৃদুমুদ্ৰা ডেকা। কিন্তু জীৱন-মৃত্যুৰ সেই যুঁজত…

উত্তৰ প্ৰদেশ ডাবল মাৰ্ডাৰ কাণ্ডঃ পাঁচ সহোদৰ ভাতৃসহ ৯ জনক আজীৱন কাৰাদণ্ডৰ শাস্তি

ভূমি দখলক কেন্দ্ৰ কৰি সংঘটিত ডাবল মাৰ্ডাৰ গোচৰত প্ৰায় পাঁচ বছৰৰ পিছত ৰায়দান কৰিলে উত্তৰ প্ৰদেশৰ এখন আদালতে। গোচৰটোৰ বিচাৰ সম্পূৰ্ণ কৰি পাঁচ সহোদৰ ভাতৃসহ ৯ জন অভিযুক্তক আজীৱন কাৰাদণ্ডৰে…

জালুকৰ বৈয়ামত লুকুৱাই অনা হৈছিল নিচাযুক্ত সামগ্ৰী; কাছাৰত ৯.৫ কোটি টকাৰ ইয়াবা-হেৰ’ইন জব্দ

উত্তৰ-পূবৰ ৰাজ্যসমূহত অব্যাহত থকা নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে ধাৰাবাহিক অভিযানৰ মাজতে এইবাৰ কাছাৰত জব্দ হ’ল প্ৰায় ৯.৫ কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ ইয়াবা টেবলেট আৰু হেৰ’ইন। জালুকভৰ্তি বৈয়ামৰ ভিতৰত লুকুৱাই…

ভিয়েটনামৰ ৰেষ্টুৰেণ্টত তথাকথিত ভাৰতীয় ইনফ্লুৱেন্সাৰৰ উদ্ভণ্ডালি! কৰ্মচাৰীকো দুৰ্ব্যৱহাৰৰ অভিযোগ

তথাকথিত ইনফ্লুৱেন্সাৰে উদ্ভণ্ডালি চলোৱাৰ ঘটনা ভাৰতত নতুন নহয়। কিন্তু এইবাৰ বিদেশৰ মাটিত ভাৰতৰ নাক কাটিলে তথাকথিত এই ইনফ্লুৱেন্সাৰে। ভিয়েটনামৰ হো চি মিন চিটিৰ এখন ভাৰতীয় ৰেষ্টুৰেণ্টত শিশুৰ আচৰণক কেন্দ্ৰ কৰি…

ভেনেজুৱেলাত ভাৰতীয় সেনাৰ মানৱীয় অভিযান! ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ ৭৯ বৰ্ষীয় বৃদ্ধাক

প্ৰচণ্ড ভূমিকম্পই বিধ্বস্ত কৰি যোৱা ভেনেজুৱেলাত বৰ্তমানো অব্যাহত আছে আতংক। এই পৰিস্থিতিত দেশখনৰ দুৰ্গতসকলৰ কাষত সহায়ৰ হাত হৈ থিয় দিছে ভাৰতীয় সেনাই। ‘অপাৰেচন আমিস্তাদ’ৰ অধীনত ভাৰতীয় সেনাই চলোৱা উদ্ধাৰ আৰু…

নায়াৰাৰ গ্ৰাহকলৈ সকাহ; পেট্ৰ’লত ৫ টকা, ডিজেলত ৩ টকা মূল্য হ্ৰাস

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ প্ৰভাৱ এইবাৰ পৰিল খুচুৰা ইন্ধনৰ বজাৰত। ব্যক্তিগত খণ্ডৰ তেল বিপণন প্ৰতিষ্ঠান নায়াৰা এনৰ্জিয়ে বুধবাৰৰ পৰা দেশজুৰি নিজৰ খুচুৰা বিক্ৰী কেন্দ্ৰসমূহত পেট্ৰ’লৰ মূল্য লিটাৰপ্ৰতি…

টিউচন চলি থকাৰ সময়তে খহি পৰিল ছাদ! ১৪ শিশুৰ কৰুণ মৃ*ত্যু

শিক্ষাৰ্থীৰ কোলাহলেৰে মুখৰ হৈ থকা এটা টিউচন কেন্দ্ৰ মুহূৰ্ততে পৰিণত হ’ল মৃত্যুৰ ফান্দত। পাকিস্তানৰ পূবাঞ্চলীয় চহৰ লাহোৰত ব্যক্তিগত টিউচন কেন্দ্ৰ এটাৰ ছাদ খহি পৰাৰ ফলত কমেও ১৪ জন শিশুৰ মৃত্যু…

মৰ্মান্তিক দুৰ্ঘটনা! ট্ৰেইলাৰ সৈতে খুন্দা মাৰি জ্বলি উঠিত যাত্ৰীবাহী বাছ, ৭ জনৰ মৃত্যু

ৰাজপথত সংঘটিত এক ভয়াবহ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল ৭ গৰাকী বাছ যাত্ৰীয়ে। ৰাজস্থানৰ দৌছাৰ ওচৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত এখন যাত্ৰীবাহী শ্লিপাৰ বাছ ট্ৰেইলাৰৰ সৈতে খুন্দা মৰাৰ পিছতে জ্বলি উঠে। এই…

বিমানবন্দৰত হেৰুৱাইছিল বৃহৎ পৰিমাণৰ বৈদেশিক মুদ্ৰাভৰ্তি বেগ! অৱশেষত যাত্ৰীয়ে পালে ঘূৰাই

বিমানবন্দৰত অসাৱধানতাবশতঃ এৰি যোৱা ১০ লাখ টকাতকৈ অধিক মূল্যৰ টকাভৰ্তি বেগ অৱশেষত ঘূৰাই পালে গৰাকীজনে। চিআইএছএফ, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ‘লষ্ট এণ্ড ফাউণ্ড’ শাখা আৰু হায়দৰাবাদ বিমানবন্দৰ কৰ্তৃপক্ষৰ সমন্বিত…

দেশজুৰি কূটাঘাতৰ ভয়ংকৰ পৰিকল্পনা! ত্ৰিপুৰাত জেএমবিৰে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ ৮ বাংলাদেশী

দেশৰ বিভিন্ন প্ৰান্তত কূটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ সম্ভাৱ্য ষড়যন্ত্ৰৰ সূত্ৰ বিচাৰি উলিয়াই বিশেষ অভিযান চলালে ত্ৰিপুৰা আৰক্ষীয়ে। সেই অভিযানতে আগৰতলা বিমানবন্দৰৰ সমীপৰ পৰা নিষিদ্ধ উগ্ৰপন্থী সংগঠন জেএমবি (জামাত-উল-মুজাহিদীন বাংলাদেশ)ৰ সৈতে…