Author: Paromita

দেশজুৰি কূটাঘাতৰ ভয়ংকৰ পৰিকল্পনা! ত্ৰিপুৰাত জেএমবিৰে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ ৮ বাংলাদেশী

দেশৰ বিভিন্ন প্ৰান্তত কূটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ সম্ভাৱ্য ষড়যন্ত্ৰৰ সূত্ৰ বিচাৰি উলিয়াই বিশেষ অভিযান চলালে ত্ৰিপুৰা আৰক্ষীয়ে। সেই অভিযানতে আগৰতলা বিমানবন্দৰৰ সমীপৰ পৰা নিষিদ্ধ উগ্ৰপন্থী সংগঠন জেএমবি (জামাত-উল-মুজাহিদীন বাংলাদেশ)ৰ সৈতে…

ৰাইজৰ দলৰ প্ৰাক্তন উপ-সভাপতি হৰিপ্ৰসাদ শইকীয়াৰ দলত্যাগ

অসমৰ ৰাজনীতিত নতুন জল্পনাৰ সূচনা কৰি ৰাইজৰ দলৰ উপ-সভাপতি হৰিপ্ৰসাদ শইকীয়াই এইবাৰ দলটোৰ প্ৰাথমিক সদস্যপদসহ সকলো সাংগঠনিক দায়িত্বৰ পৰা পদত্যাগ কৰে। ভৱিষ্যতৰ ৰাজহুৱা আৰু ৰাজনৈতিক ভূমিকা নতুনকৈ মূল্যায়ন কৰাৰ সিদ্ধান্তৰ…

ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বেই গৃহবন্দী অজয় ৰায়! অযোধ্যাত কংগ্ৰেছৰ প্ৰতিবাদ

ৰামলালাৰ আশীৰ্বাদ ল’বলৈ কংগ্ৰেছৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল অযোধ্যালৈ যোৱাৰ কথা আছিল। কিন্তু সেই কাৰ্যসূচীৰ পূৰ্বেই উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অজয় ৰায়ক গৃহবন্দী কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। দলটোৰ দাবী…

জে’লৰ ভিতৰতে মৃত্যু কয়দীৰ! ভুৱা চিকিৎসকৰ অভিযোগ হৈছিল গ্ৰেপ্তাৰ

ভুৱা চিকিৎসকৰ বিৰুদ্ধে ৰাজ্যজুৰি চলি থকা অভিযানৰ মাজতে এইবাৰ পোহৰলৈ আহিল এক অপ্ৰত্যাশিত ঘটনা। ভুৱা চিকিৎসকৰূপে পৰিচয় দি চিকিৎসা সেৱা আগবঢ়োৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈ ন্যায়িক জিম্মাত থকা এজন অভিযুক্তৰ কোকৰাঝাৰ…

৫৪ কোটি টকাৰ চোৰাং সোণ জব্দ; গুৱাহাটীত এজনক গ্ৰেপ্তাৰ

চোৰাং সোণৰ সৰবৰাহৰ বিৰুদ্ধে অব্যাহত অভিযানৰ মাজতে এইবাৰ গুৱাহাটীত উদ্ধাৰ হ’ল এক বৃহৎ পৰিমাণৰ সোণ। নিৰ্দিষ্ট গোপন তথ্যৰ ভিত্তিত অভিযান চলাই খাৰঘূলি অঞ্চলৰ পৰা প্ৰায় ৩৮ কিলোগ্ৰাম সন্দেহজনক চোৰাং সোণ…

অৰুণাচলত চীনৰ আগ্ৰাসনৰ দাবী খণ্ডন ভাৰতীয় সেনাৰ

অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত চীনৰ আগ্ৰাসনক লৈ শেহতীয়াকৈ সৃষ্টি হোৱা জল্পনা-কল্পনাৰ মাজতে এইবাৰ আনুষ্ঠানিকভাৱে মুখ খুলিলে ভাৰতীয় সেনাই। অৰুণাচলৰ আপাৰ সুৱনশিৰি জিলাৰ টাকছিং অঞ্চলত চীনা পিপলছ লিবাৰেশ্যন আৰ্মীয়ে (PLA) ভাৰতীয়…

অৰুণাচলত চীনা সেনাৰ আগ্ৰাসন! ভাৰতীয় ভূখণ্ডত চীনে সামৰিক শিবিৰ স্থাপনৰ অভিযোগ স্থানীয় সংগঠনৰ

ভাৰত-চীন সীমান্তত চীনৰ তৎপৰতা পুনৰ উদ্বেগৰ কাৰণ হৈ উঠিছে। এইবাৰ অৰুণাচল প্ৰদেশৰ আপাৰ সুৱনশিৰি জিলাৰ টাকচিং অঞ্চলত ভাৰতীয় ভূখণ্ড দখল কৰি চীনা পিপলছ লিবাৰেচন আৰ্মি (পিএলএ)-এ সামৰিক শিবিৰ, পথ আৰু…

অৰুণাচলত ভয়াবহ ভূমিস্খলন! কৰ্মৰত অৱস্থাত মৃত্যু অসমৰ যুৱকৰ

জীৱিকাৰ সন্ধানত অৰুণাচল প্ৰদেশলৈ গৈ ভয়ংকৰ ভূমিস্খলনত প্ৰাণ হেৰুৱাবলগীয়া হ’ল অসমৰ এজন যুৱকে। অনজাও জিলাৰ দুৰ্গম ৱালং অঞ্চলত দেওবাৰে নিশা সংঘটিত এই দুৰ্ঘটনাত মৃত্যু ঘটে ফকলেন চালক ৰূপম ৰাভাৰ। মৃত…

৩ বছৰীয়া কণমানিক ধৰ্ষণ-হত্যা! ৬০ দিনৰ ভিতৰতে শুনানি সম্পন্ন কৰি অপৰাধীক মৃত্যুদণ্ড আদালতৰ

মাত্ৰ ৬০ দিনৰ ভিতৰতে বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তিনি বছৰীয়া কণমানিক ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত এজন ৬৫ বছৰীয়া লোকক মৃত্যুদণ্ড বিহি নজিৰ সৃষ্টিকাৰী ৰায় দিলে পুনেৰ বিশেষ ফাষ্ট-ট্ৰেক আদালতে।…

বানৰ কৱলৰ পৰা প্ৰাণ বচাবলৈ ওলাই আহিব বন্যপ্ৰাণী; কাজিৰঙা কৰিড’ৰত কটকটীয়া যান-বাহন নিষেধাজ্ঞা

ৰাজ্যজুৰি আৰম্ভ হৈছে বাৰিষাৰ বানৰ তাণ্ডৱ। এই বান পৰিস্থিতিত বন্যপ্ৰাণীৰ নিৰাপদ স্থানান্তৰণ নিশ্চিত কৰিবলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথত কটকটীয়া যান-বাহন নিষেধাজ্ঞা জাৰি কৰিছে অসম চৰকাৰে। বাৰিষাৰ পানী…