Assam ‘জুবিন ক্ষেত্ৰ’ৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে ১৫ কোটি টকা অনুমোদন ৰাজ্য চৰকাৰৰ November 18, 2026 Paromita অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি তথা সৃষ্টিৰাজি যুগমীয়া কৰি ৰখাৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে। শিল্পীগৰাকীৰ নামত উৎসৰ্গিত ‘জুবিন ক্ষেত্ৰ’ৰ সৰ্বাংগীণ উন্নয়ন আৰু আন্তঃগাঁথনি নিৰ্মাণৰ বাবে…
Assam অসম ৰয়েল গ্লোবেল ইউনিভাৰ্চিটীত অনুষ্ঠিত নেইহাৰ (NEIHA) অধিৱেশনত ইতিহাসৰ বিভিন্ন দিশৰ ওপৰত বিদ্বানসকলৰ আলোকপাত November 18, 2026 Tarali উত্তৰ-পূব ভাৰত ইতিহাস সংস্থাৰ (NEIHA) ৪৫ সংখ্যক অধিৱেশন বুধবাৰে গুৱাহাটীৰ অসম ৰয়েল গ্লোবেল ইউনিভাৰ্চিটীত (RGU) আৰম্ভ হয়। এই তিনিদিনীয়া কাৰ্যসূচীত সমগ্ৰ ভাৰতৰ লগতে বিদেশৰো বিশিষ্ট ইতিহাসবিদ, শিক্ষাবিদ, গৱেষক আৰু পণ্ডিতসকলে…
Business ৰাছিয়াত ভয়ংকৰ বিমান দুৰ্ঘটনা November 18, 2026 Dipshikha ৰাছিয়াত ভয়ংকৰ বিমান দুৰ্ঘটনা। পশ্চিম চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়ান সেনাৰ বিমান। ভয়ংকৰ দুৰ্ঘটনাটোত বিমানখনত থকা ১৯জন লোকৰ মৃ*ত্যু। উৰণৰ কিছু সময়ৰ পাছতে জুই লাগিছিল বিমানখনত। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ ৰাছিয়াৰ অন্যতম…
Business ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ ওপজা দিন November 18, 2026 Dipshikha আজি ১৮ নৱেম্বৰ – ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ ওপজা দিন। কায়িকভাৱে জুবিন গাৰ্গ আমাৰ মাজত নাই যদিও অনুৰাগীসকলে নিশাই কেক কাটি উদযাপন কৰে প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন।প্ৰাণৰ শিল্পীক বিচাৰি জুবিনক্ষেত্ৰত অনুৰাগীয়ে ভিৰ…
Business দুলীয়াজানৰ চাঞ্চল্যকৰ ট্ৰিপল মাৰ্ডাৰৰ ঘটনাৰ ২৪ ঘণ্টাৰ নহওঁতেই মঙলবাৰে ঘটনাৰ দুই মূল অভিযুক্তক আৰক্ষী গ্ৰেপ্তাৰ November 18, 2026 Dipshikha দুলীয়াজানৰ চাঞ্চল্যকৰ ট্ৰিপল মাৰ্ডাৰৰ ঘটনাৰ ২৪ ঘণ্টাৰ নহওঁতেই মঙলবাৰে ঘটনাৰ দুই মূল অভিযুক্তক আৰক্ষী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ জেৰাত দুই অভিযুক্তই চন্দ্ৰকান্ত ভূঞাৰ পৰিয়ালক হত্যা কৰাৰ কথা স্বীকাৰ…
Business ঘাইপথত গৰু-ম’হৰ বাবে দুৰ্ঘটনা ৰোধৰ নতুন চিন্তা উচ্চতম ন্যায়ালয়ৰ! November 18, 2026 Dipshikha ৰাষ্ট্ৰীয় ঘাইপথত গৰু-ম’হৰ বিচৰণৰ ফলত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনা ৰোধৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণৰ চিন্তা কৰিছে উচ্চতম ন্যায়ালয়ে। পথ আৰু ঘাইপথত ঘূৰি ফুৰা গৰু-ম’হৰ ফলত হোৱা দুৰ্ঘটনা আৰু মৃত্যুৰ ঘটনাক…
Assam এন আৰ চি (NRC) পুনৰীক্ষণৰ বাবে আছুৰ আবেদন: কেন্দ্ৰ আৰু অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী November 18, 2026 Tarali এন আৰ চিৰ (NRC) চূড়ান্ত তালিকাত দেখা দিয়া বিসংগতিৰ পৰিপ্ৰেক্ষিতত সদৌ অসম ছাত্ৰ সন্থাই (আছু) দাখিল কৰা এক আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু অসম চৰকাৰলৈ জাননী জাৰি কৰিছে। ছাত্ৰ…
Assam অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, কথমপি ৰক্ষা পৰিয়ালটো November 18, 2026 Barnali Ghosh অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ বাহন দুৰ্ঘটনাগ্ৰস্থ।পুৱতি নিশা ৩ মান বজাত সংঘটিত হয় এই দুর্ঘটনা।মহানগৰীৰ হাতীগড় চাৰিয়ালিত সংঘটিত হয় এই দুর্ঘটনা।দুর্ঘটনাৰ সময়ত বাহনৰ ভিতৰত স্বামী আৰু সন্তানৰ সৈতে আছিল বৰষাৰাণী বিষয়াসৌভাগ্য ক্ৰমে…
Business নয়ডা কার্যালয় উদ্বোধনৰ সৈতে Samiran Tea-ৰ নতুন প্রডাক্ট প’র্টফ’লিঅ’ উন্মোচন, ১০ বিধ হার্বেল টি ব্লেন্ডে লাভ কৰিলে বিশেষ গুৰুত্ব November 18, 2026 Business Bureau অসমৰ চাহ উদ্যোগৰ সৈতে জড়িত ২০০৬ চনত প্রতিষ্ঠিত সমীৰণ চাহ উদ্যোগে নতুন দিল্লীৰ নয়দাৰ ভুটানী আলফাঠুমত বাণিজ্যিক কেন্দ্ৰ স্থাপনেৰে সেউজী সোণৰ বিকাশ যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম…
Assam জুবিন গাৰ্গৰ জন্মদিনত মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি, সমগ্ৰ অসমত শিল্পীগৰাকীক স্মৰণ November 18, 2026 Tarali অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কিংবদন্তি কণ্ঠশিল্পী তথা সংগীতৰ মহাতাৰকা জুবিন গাৰ্গৰ জন্ম জয়ন্তীত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ ৰাজ্যখনৰ সাংস্কৃতিক আৰু সংগীত জগতত জুবিন গাৰ্গৰ অমৰ প্ৰভাৱৰ কথা…