অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ বাহন দুৰ্ঘটনাগ্ৰস্থ।পুৱতি নিশা ৩ মান বজাত সংঘটিত হয় এই দুর্ঘটনা।মহানগৰীৰ হাতীগড় চাৰিয়ালিত সংঘটিত হয় এই দুর্ঘটনা।দুর্ঘটনাৰ সময়ত বাহনৰ ভিতৰত স্বামী আৰু সন্তানৰ সৈতে আছিল বৰষাৰাণী বিষয়াসৌভাগ্য ক্ৰমে ৰক্ষা পৰে অভিনেত্ৰী গৰাকীৰ লগতে পৰিয়ালটো।জানিব পৰা মতে জু-তিনিআলি ফালৰ পৰা গীতানগৰ অভিমুখে আহি আছিল AS-01-GU-0073 নম্বৰৰ XUV বাহন খন। চালকে চলাই অহা বাহন খনে হঠাৎ পথৰ দ্বিভাইডাৰত খুন্দা মাৰে।ইয়াৰ ফলতে সংঘটিত হয় দুর্ঘটনাটোসম্প্ৰতি বাহন খন গীতানগৰ থানাত আছে Share this:FacebookX Related Post navigation জুবিন গাৰ্গৰ জন্মদিনত মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি, সমগ্ৰ অসমত শিল্পীগৰাকীক স্মৰণ এন আৰ চি (NRC) পুনৰীক্ষণৰ বাবে আছুৰ আবেদন: কেন্দ্ৰ আৰু অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী