Business উজনিৰ নদীবান্ধৰ প্ৰভাৱ পৰিছে নামনি অসমত November 17, 2026 Dipshikha উজনিৰ বৃহৎ নদীবান্ধৰ বিৰূপ প্ৰভাৱ পৰিছে নামনি অসমত। অস্বাভাৱিকভাৱে শুকাইছে নামনিৰ অধিকাংশ নৈ। বৰ্তমানেও একেই পৰিৱেশ জলজলী আৰু কলহী নৈত। কামৰূপ, বৰপেটা আৰু গোৱালপাৰাৰ লাখ লাখ লোকৰ জীৱন-জীৱিকাৰ মূল উৎস…
Business আমেৰিকাত কমিছে ভাৰতীয় শিক্ষাৰ্থী November 17, 2026 Dipshikha আমেৰিকাত হ্ৰাস পাইছে ভাৰতীয় শিক্ষাৰ্থীৰ সংখ্যা। ২০২৫-২৬ বৰ্ষৰ শিক্ষা বৰ্ষত হ্ৰাস পাইছে ৬.৫ শতাংশ শিক্ষাৰ্থীৰ সংখ্যা। অপেন ড’ৰছ ৰিপ’ৰ্টত প্ৰকাশ পাইছে এই তথ্য। উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ যোৱা অনিহা শিক্ষাৰ্থীসকলৰ।…
Business গভীৰ খাৱৈত বাগৰি ১০ জন যাত্ৰীৰ মৃত্যু November 17, 2026 Dipshikha উত্তৰাখণ্ডৰ ঋষিকেশ-বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে পুৱা এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই গভীৰ খাৱৈত বাগৰি পৰাত কমেও ১০ জন যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে ২০ জন আহত হয় ৷ হৰিদ্বাৰৰ পৰা বদ্ৰীনাথলৈ…
Business ঘৰৰ ছাদ খহি ২ জনৰ মৃত্যু November 17, 2026 Dipshikha দিল্লীৰ শ্বাহদৰা জিলাৰ বিবেক বিহাৰৰ জ্ৱালা নগৰত মঙলবাৰে এটা অট্টালিকাৰ ছাদ খহি এটি তিনি মহীয়া শিশুসহ এজন লোকৰ মৃত্যু হয় ৷ এই ঘটনাত আন ৪ জন লোক গুৰুতৰভাৱে আহত হয়…
Assam তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন November 16, 2026 Barnali Ghosh তথ্য আৰু জনসংযোগ সঞ্চালকালয়, অসমৰ উদ্যোগত আজি দিছপুৰস্থিত লোক নিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত ৰাজ্যিক পৰ্যায়ত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়।অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জলসম্পদ আৰু…
Assam অসমৰ ক্ৰমবৰ্ধমান উদ্যোগীকৰণৰ প্ৰচেষ্টাক ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূতৰ প্ৰশংসা November 16, 2026 Tarali ভাৰতৰ বাবে ইউৰোপীয় সংঘৰ (EU) ৰাষ্ট্ৰদূত জিন-এৰিক পেকেটৰ নেতৃত্বত ইউৰোপীয় সংঘৰ এটা প্ৰতিনিধি দলে সোমবাৰে গুৱাহাটী ভ্ৰমণ কৰে। ইউৰোপীয় সংঘৰ এই প্ৰতিনিধি দলটোৱে গুৱাহাটীত অনুষ্ঠিত হোৱা “শিক্ষা, বিজ্ঞান, ডিপটেক আৰু…
Assam Sports বিজয় মাৰ্চেণ্ট ট্ৰফী এলিটত হিমাচল প্ৰদেশৰ বিৰুদ্ধে অসমৰ সাত উইকেটত জয়লাভ November 16, 2026 Tarali বিজয়ৱাড়াৰ ডিভিআৰ খেলপথাৰত অনুষ্ঠিত বিজয় মাৰ্চেণ্ট ট্ৰফী এলিটৰ এখন খেলত হিমাচল প্ৰদেশক সাত উইকেটত পৰাস্ত কৰি অসমে ছয় পইণ্ট অৰ্জন কৰিছে।টছত জিকি হিমাচল প্ৰদেশে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় যদিও…
Latest পৰিষ্কাৰ-পৰিচ্ছন্নতা পথ পুথিভঁৰাল পানী আৰু পোহৰত গুৰুত্ব ১০০ দিনীয়া অভিযানত মেয়ৰ মৃগেন শৰণীয়া November 16, 2026 Barnali Ghosh গুৱাহাটী মহানগৰীৰ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি গুৱাহাটী পৌৰ নিগমে আজিৰে পৰা ১০০ দিনীয়া এক অভিযান আৰম্ভ কৰিছে। মহানগৰীৰ গান্ধী মণ্ডপত আজি পুৱা এই ১০০ দিনীয়া পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ শুভাৰম্ভ…
Business নতুন প্ৰিমিয়াম ৰেহাই ৰাইডাৰ আৰু হিয়েৰ.নাও অভিযানৰ জৰিয়তে জেনেৰেলী চেন্ট্ৰেল লাইফ ইঞ্চুৰেন্সে শক্তিশালী কৰিছে সামগ্ৰী পৰ্টফলিঅ’ November 16, 2026 Business Bureau জেনেৰেলী চেন্ট্ৰেল লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেড(জিচিএলআই)-এ দীৰ্ঘম্যাদী বিত্তীয় পৰিকল্পনাৰ ধাৰাবাহিকতা নিশ্চিত কৰাৰ লগতে বিত্তীয় সুৰক্ষা শক্তিশালী কৰাৰ উদ্দেশ্যে ৱেইভাৰ অৱ প্ৰিমিয়াম ৰাইডাৰ মুকলি কৰাৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় ব্ৰেণ্ড অভিযান হিয়েৰ.নাও-ৰ শেহতীয়া…
Assam ‘অৰ্ণৱ’ৰ পিছত এইবাৰ আহি আছে ঘূৰ্ণীবতাহ ‘আকৱান’; একাধিক ৰাজ্যত হাই এলাৰ্ট জাৰি November 16, 2026 Paromita বিগত তিনি সপ্তাহৰ ভিতৰত তৃতীয়টো ঘূৰ্ণীবতাহৰ আশংকাই এতিয়া চিন্তাত পেলাইছে দেশৰ পূব উপকূলীয় ৰাজ্যসমূহক। বংগোপসাগৰত সৃষ্টি হোৱা গভীৰ নিম্নচাপ ঘনীভূত হৈ আজি বিয়লিলৈ ঘূৰ্ণীবতাহ ‘আকৱান’লৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে…