Month: November 2026

কাজিৰঙাৰ মৰ্মান্তিক দুৰ্ঘটনাই কঁপাই গৈছে দেশ

কাজিৰঙাৰ মৰ্মান্তিক দুৰ্ঘটনাই কঁপাই গৈছে দেশ। দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ২৬জনলৈ বৃদ্ধি পাইছে। ইপিনে আজি কাজিৰঙাৰ দুৰ্ঘটনাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।এই ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা দুৰ্ভগীয়া লোকসকলৰ শোকসন্তপ্ত…

জম্মু-কাশ্মীৰত পুনৰ সংঘটিত হৈছে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা

জম্মু-কাশ্মীৰত পুনৰ সংঘটিত হৈছে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা। বুধবাৰে কুলগাম জিলাৰ আখৰান অঞ্চলত চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ’ৰ্চ (CRPF)ৰ এটা নিৰাপত্তা চকী লক্ষ্য কৰি গুলীচালনা কৰে সন্ত্ৰাসবাদীয়ে। প্ৰাপ্ত তথ্য অনুসৰি, এই আক্ৰমণত…

ৰঙাজানৰ দুৰ্ঘটনাত শোক প্ৰকাশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

কাজিৰঙাৰ ৰঙাজানৰ ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। এই শোকাৱহ দুৰ্ঘটনাত বহু লোকৰ প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। X-ত ৰাষ্ট্ৰপতিয়ে লিখিছে, ‘‘অসমৰ কাজিৰঙাত সংঘটিত ভয়ংকৰ…

মণিপুৰৰ কাঞ্চিপুৰত তিনিগৰাকী কিংবদন্তি বীৰৰ মূৰ্তি দুষ্কৃতিকাৰীয়ে ক্ষতিসাধন কৰিলে, মুখ্যমন্ত্ৰীৰ গৰিহণা

মণিপুৰৰ তিনিগৰাকী কিংবদন্তি বীৰ — মহাৰাজ গম্ভীৰ সিং, মহাৰাজ নৰ সিং আৰু সানা হেৰাচন্দ্ৰৰ মূৰ্তি ২ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ লাংথাবলৰ কাঞ্চিপুৰত অচিনাক্ত দুষ্কৃতিকাৰীয়ে ক্ষতিসাধন কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ অংশ…

ৱাংগালাৰ সোণালী জয়ন্তীত হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ; অসম-মেঘালয়ৰ সাংস্কৃতিক সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ

১২ নৱেম্বৰত তুৰাত অনুষ্ঠিত মেঘালয়ৰ ঐতিহ্যমণ্ডিত ৱাংগালা উৎসৱৰ সোণালী জয়ন্তী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে আৰু অসম তথা মেঘালয়ৰ মাজত থকা গভীৰ সাংস্কৃতিক, ঐতিহাসিক তথা আৱেগিক সম্পৰ্কৰ…

এমাহৰ পিছত বেংগালুৰুৰ পৰা উদ্ধাৰ আগৰতলাৰ নিৰুদ্দেশ কিশোৰী

বেংগালুৰুত উদ্ধাৰ আগৰতলাৰ নাবালিকা, চলচ্চিত্ৰৰ অডিচনৰ প্ৰলোভনেৰে লৈ যোৱাৰ অভিযোগ চলচ্চিত্ৰৰ অডিচনৰ প্ৰতিশ্ৰুতিৰে বেংগালুৰুলৈ প্ৰলোভিত কৰি লৈ যোৱাৰ পিছত নিৰুদ্দেশ হোৱা আগৰতলাৰ এগৰাকী নাবালিকা ছোৱালীক সমাজকৰ্মী, তেওঁৰ পিতৃ আৰু এটা…

প্ৰধানমন্ত্ৰী মোদীক মুখামুখি বিতৰ্কৰ বাবে পুনৰ প্ৰত্যাহ্বান ৰাহুল গান্ধীৰ; ক’লে

সংসদৰ মজিয়াত বিৰোধীৰ কণ্ঠ ৰোধ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি শাসক-বিৰোধীৰ মাজত চলি থকা ৰাজনৈতিক বাকযুদ্ধই লাভ কৰিছে নতুন মোৰ। সদনৰ বাহিৰত পোনপটীয়া ৰাজহুৱা বিতৰ্কত অৱতীৰ্ণ হ’বলৈ শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক…

সাধাৰণ ৰাইজৰ মূৰত আকাশলংঘী মূল্যবৃদ্ধিৰ ৰামটাঙোন

​ আকাশলংঘী মূল্যবৃদ্ধিৰ জুইত এতিয়া দগ্ধ হৈছে দেশৰ সাধাৰণ মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালসমূহ। পাকঘৰৰ জুই নুমুৱাবলৈ গৈ এতিয়া চকুপানী টুকিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে। বৃহস্পতিবাৰে কেন্দ্ৰীয় পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে…

কাৰাগাৰত অসুস্থ শেখৰজ্যোতি গোস্বামী! চিকিৎসাৰ নথি আদালতত দাখিল, কাৰা কৰ্তৃপক্ষক বিশেষ নিৰ্দেশ

কাৰাগাৰত শাৰীৰিক অসুস্থতাত ভুগিছে জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম অভিযুক্ত শেখৰজ্যোতি গোস্বামী। তেওঁৰ স্বাস্থ্যজনিত সমস্যাক লৈ ফাষ্টট্ৰেক আদালতত দাখিল কৰা হৈছে চিকিৎসা সম্পৰ্কীয় নথি-পত্ৰ। প্ৰাপ্ত তথ্য অনুসৰি, শেখৰজ্যোতি গোস্বামীৰ স্বাস্থ্যৰ প্ৰতি…

ACS বিষয়া দেৱেশ্বৰ বৰাৰ ভাতৃ কিৰণ বৰাক গ্ৰেপ্তাৰ

ACS বিষয়া দেৱেশ্বৰ বৰাৰ ভাতৃ কিৰণ বৰাক গ্ৰেপ্তাৰ কৰিছে CM Vigilance-এ। দেৱেশ্বৰ বৰাৰ সৈতে জড়িত ধনৰ লেনদেনৰ তথ্য পোহৰলৈ অহাৰ পাছতে কিৰণ বৰাৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা। প্ৰাপ্ত…