Business ‘অৰ্ণৱ’ৰ পিছতে পুনৰ ঘূৰ্ণীবতাহৰ আশংকা! বংগোপসাগৰত সৃষ্টি ‘মুৰাছু’, অন্ধ্ৰপ্ৰদেশত য়েল্ল’ এলাৰ্ট November 2, 2026 Dipshikha পুনৰ এক নতুন সাগৰীয় ঘূৰ্ণীবতাহৰ আশংকাই চিন্তিত কৰি তুলিছে উপকূলীয় অঞ্চলৰ বাসিন্দাসকলক। ‘অৰ্ণৱ’ নামৰ ঘূৰ্ণীবতাহ পাৰ হোৱাৰ মাত্ৰ তিনিদিনৰ পিছতে বংগোপসাগৰত সৃষ্টি হৈছে আন এক ঘূৰ্ণীবতাহৰ অনুকূল পৰিস্থিতি। নতুনকৈ সৃষ্টি…
Business আমেৰিকাৰ ফ্ল’ৰিডাত ভয়ংকৰ বিমান দুৰ্ঘটনা! জুই লাগি আৱাসিক এলেকাত খুন্দা, ৯ জনৰ মৃত্যু November 2, 2026 Dipshikha আমেৰিকাৰ ফ্ল’ৰিডাত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। দেওবাৰে এখন বাণিজ্যিক জেট বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত বিমানখনত থকা ৯ গৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি,…
Business অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি অব্যাহত! পিঁয়াজ-চাউলৰ পিছত এইবাৰ বাঢ়িল গাখীৰৰ দাম November 2, 2026 Dipshikha দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক। পিঁয়াজ আৰু চাউলৰ পিছত এইবাৰ বৃদ্ধি পালে গাখীৰৰ দাম। প্ৰতিলিটাৰ গাখীৰত ২ টকাকৈ বৃদ্ধি কৰা হৈছে মূল্য। প্ৰাপ্ত তথ্য অনুসৰি, পূৰ্বে প্ৰতিলিটাৰ…
Latest Political যদি ২০২৪ৰ নিৰ্বাচন বাতিল ৰায়বেৰেলীৰো বাতিল হ’ব লাগে ৰাহুলক হিমন্তৰ খোঁচা November 2, 2026 Barnali Ghosh অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে কয় যে কংগ্ৰেছে অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিবলৈ ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR)ৰ বিৰোধিতা কৰিছে। শিমলাত বিজেপিৰ ‘গণতন্ত্ৰ বচাওক, নৈৰাজ্য শেষ কৰক’ সমাৱেশত ভাষণ দি…
Assam News বেংগালুৰুত জ্বলা নুডলছক লৈ হোৱা কাজিয়াৰ পিছত অসমৰ ফাষ্ট-ফুড দোকানৰ কৰ্মচাৰীক প্ৰহাৰ November 2, 2026 Tarali বেংগালুৰুৰ ইলেক্ট্ৰনিক চিটিৰ সমীপৰ দোদ্দাথোগুৰুত এটা ফাষ্ট-ফুড দোকানৰ তিনিজন কৰ্মচাৰীক নুডলছৰ জ্বলা সোৱাদক লৈ হোৱা কাজিয়াৰ পিছত এদল লোকে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে বুলি আৰক্ষীয়ে জনাইছে। এই ঘটনা ২৯ অক্টোবৰৰ…
Latest News অগ্ৰিম কৰ বিতৰণে ৰাজ্যসমূহৰ বিত্তীয় অৱস্থা শক্তিশালী কৰিব: কনৰাড চাংমা November 2, 2026 Tarali মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৰাজ্য চৰকাৰসমূহক কৰ বিতৰণৰ অগ্ৰিম কিস্তি মুকলি কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰিছে। কেন্দ্ৰীয় চৰকাৰে ৩১ অক্টোবৰত ৰাজ্য চৰকাৰসমূহক ১,০৯,০১৯ কোটি টকাৰ অতিৰিক্ত কৰ…
Assam পানীৰ নাটনিৰ পৰা পানীৰ দেউলীয়া অৱস্থালৈ: আইআইটি গুৱাহাটীৰ পূব হিমালয় মঞ্চত বিশেষজ্ঞৰ সকীয়নি November 1, 2026 Tarali বালিপৰা ফাউণ্ডেশ্যন আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ (আইআইটি গুৱাহাটী) সহযোগত আয়োজিত ১৪ সংখ্যক পূব হিমালয়ান নেচাৰনমিক্স™️ ফ’ৰাম (EHNF) ২০২৬-ত নীতি নিৰ্ধাৰক, উদ্যোগ নেতা, বিজ্ঞানী, গৱেষক, শিক্ষাবিদ আৰু বহনক্ষমতা বিশেষজ্ঞসকলে পূব…
Assam গুৱাহাটীত বাঁহী বাদক দীপক শৰ্মা ৰ প্ৰথম বাৰ্ষিক স্মৃতি দিৱসউচ্চাংগ সংগীতৰ কৰ্মশালা উপস্থিত পণ্ডিত সমীৰ ৰাও November 1, 2026 Tarali মঘাই মোহন কৃষ্টি সংঘৰ সভাপতি,তথা বিশিষ্ট সমাজকৰ্মী ,সাহিত্যক দিলীপ বৰা, কবি সমাজসেৱী , সৰোজিনী বসুমতাৰী, ক্ৰীড়া সংগঠক বিজুৰাম নুনিছা সমাজ সেৱক কনক চক্ৰৱৰ্তীকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। ইয়াৰ পাছতেই…