Month: November 2026

দেশৰ জনসাধাৰণে বিভাজনৰ পৰিৱৰ্তে ঐক্য বিচৰাৰ স্পষ্ট ইংগিত দিছে: বাৰাক ওবামা

আমেৰিকান কংগ্ৰেছৰ দুয়োটা সদনতে ডেম’ক্ৰেটিক পাৰ্টিয়ে লাভ কৰা সম্ভাৱ্য সংখ্যাগৰিষ্ঠতা আৰু ঐতিহাসিক সফলতাৰ পিছত প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ডেম’ক্ৰেটিক দলৰ নেতা বাৰাক ওবামাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সামাজিক মাধ্যম এক্স-ৰ জৰিয়তে…

ঘনকান্ত গগৈৰ এনকাউণ্টাৰক লৈ কাৰো শোকৰ প্ৰয়াজন নাইঃ অখিল গগৈ

ঘাতক ঘনকান্ত গগৈৰ এনকাউণ্টাৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। হোটেল বিলাস ইনৰ পাঁচজনীয়া নৰসংহাৰ কাণ্ডৰ মূল অভিযুক্ত শিৱসাগৰত আৰক্ষীৰ গুলীত নিহত হোৱাৰ পিছতে…

২০৩০ চনৰ ভিতৰত ৩০% আন্তঃৰাষ্ট্ৰীয় ৰাজহৰ লক্ষ্যৰে ৪টা নতুন মডেল মুকলিৰে ইউৰোপত ব্যৱসায়িক বৃদ্ধিৰ লক্ষ্য টিভিএছ মটৰৰ

টিভিএছ মটৰ কোম্পানীয়ে মিলানৰ এআইচিএমএ ২০২৬ত ৪টা প্ৰডাকচন-ৰেডী মডেল উন্মোচন কৰিছে। টিভিএছ মটৰে বৈদ্যুতিক বাহন, প্ৰিমিয়াম চহৰীয়া পৰিবহন আৰু লাইটৱেইট স্পৰ্টছ মটৰচাইকেলৰ এটা নতুন পৰ্টফলিঅ’ৰ জৰিয়তে কোম্পানীটোৱে নিজৰ ইউৰোপীয় সম্প্ৰসাৰণৰ…

টিভিএছৰ মালিকানাধীন নৰ্টনে গোলকীয় সম্প্ৰসাৰণৰ বাবে মুকলি কৰিলে ৪৫০ চিচিৰ আৰবান মটৰচাইকেল

ব্ৰিটিছ মটৰচাইকেল নিৰ্মাতা কোম্পানী নৰ্টন মটৰচাইকেলছে সম্পূৰ্ণ নতুন ৪৫০ চিচিৰ আৰবান মটৰচাইকেল উন্মোচন কৰিছে, যিয়ে টিভিএছ মটৰ কোম্পানীৰ মালিকানাধীন ব্ৰেণ্ডটোৰ গোলকীয় পুনৰুত্থানৰ পৰৱৰ্তী পৰ্যায়ৰ সূচনা কৰিলে। আধুনিক চহৰীয়া পৰিবহনৰ বাবে…

হোটেল বিলাস ইন কাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈ আৰু নাই

গুৱাহাটী মহানগৰীৰ হোটেল বিলাস ইন কাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈ আৰু নাই ৷ অসম আৰক্ষীৰ এনকাউণ্টাৰত ঘনকান্ত গগৈৰ মৃত্যু হয় ৷ পাঁচজনকৈ নিৰীহক গুলীয়াই হত্যা কৰা ঘনকান্তৰ অসম আৰক্ষীৰ গুলীত…

মধ্যপ্ৰাচ্যৰ চলি থকা সংকটৰ প্ৰভাৱ পৰিব ৰাজ্যবাসীৰ ওপৰত

মধ্যপ্ৰাচ্যৰ চলি থকা সংকটৰ প্ৰভাৱ পৰিব ৰাজ্যবাসীৰ ওপৰত। প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে ৫ পইচাকৈ মাচুল বৃদ্ধি কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। অৱশ্যে এই বৰ্ধিত মাচুল সম্পূৰ্ণ সাময়িক হ’ব বুলি স্পষ্ট কৰি দিছে…

বিশ্ব অভিলেখ গঢ়ি ইতিহাস ৰচিলে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে

বিশ্ব অভিলেখ গঢ়ি ইতিহাস ৰচিলে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে। মাত্ৰ ৯ ঘণ্টাৰ ভিতৰতে নিৰ্মাণ কৰা হ’ল ১০৮টা বৌদ্ধ স্তূপ। প্ৰায় ৬ হাজাৰ স্বেচ্ছাসেৱকৰ অংশগ্ৰহণেৰে ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিত সৃষ্টি কৰা এই…

‘মই হয়তো জীয়াই নাথাকিম’–গৰিমা শইকীয়া গাৰ্গ

গৰিমা শইকীয়া গাৰ্গৰ স্বাস্থ্যৰ বৰ্তমান অৱস্থা সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে চিকিৎসক ডাঃ হিতেশ বৰুৱাই। সংবাদমেলত গৰিমাক উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ স্থানান্তৰ কৰাৰ কথা সদৰী কৰে চিকিৎসকগৰাকীয়ে।সংবাদমেলত চিকিৎসক ডাঃ হিতেশ বৰুৱাই…

শ্বিলঙত FCRA পেনেলৰ বৈঠক খ্ৰীষ্টান NGOৰ পুঁজিত প্ৰভাৱ নপৰে বুলি আশ্বাস

যুটীয়া সংসদীয় সমিতি (JPC) ৰ অধ্যক্ষ সঞ্জয় জয়ছোৱালে সোমবাৰে কয় যে দেশত প্ৰাপ্ত ২২,০০০ কোটি টকাৰ বিদেশী অৱদানৰ ভিতৰত ধৰ্মীয় সংগঠনসমূহে মাত্ৰ প্ৰায় ছয় শতাংশহে লাভ কৰে। “বাকী ৯৪ শতাংশ…

৩২ সমষ্টিত হ’ব ভোটগ্ৰহণ ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী

অসম ৰাজ্যিক নিৰ্বাচন আয়োগে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ২০২৬ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। সেই অনুসৰি পৰিষদখনৰ ৩২টা সমষ্টিত অহা ৩০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।নিৰ্বাচনী সময়সূচী অনুসৰি, ৩ নৱেম্বৰত…