Month: November 2026

উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে শ্যামকানু মহন্তই

শুকুৰবাৰেও উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে শ্যামকানু মহন্তই। ৩০ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত পুনৰ হ’ব শ্যামকানু মহন্তৰ জামিনৰ শুনানি। ইফালে, সিদ্ধাৰ্থ শৰ্মায়ো জামিন লাভ নকৰিলে। আনহাতে, অমৃতপ্ৰভা মহন্তৰ জামিনৰ প্ৰসংগত ১৬…

প্ৰণৱ দলেৰ বিৰুদ্ধে থকা NSA গোচৰ খাৰিজ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

প্ৰণৱ দলেৰ বিৰুদ্ধে আৰোপ কৰা ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (NSA)ৰ গোচৰ খাৰিজ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এই ৰায়ৰ পিছতে প্ৰণৱ দলেৰ বিৰুদ্ধে আৰোপ কৰা NSA গোচৰক লৈ সৃষ্টি হৈছে বিশেষ চৰ্চা।…

দুলীয়াজানৰ অইলৰ টেংক ফাৰ্মত ভয়ংকৰ অগ্নিকাণ্ড! গুৰুতৰভাৱে আহত ২৫ বিষয়া-কৰ্মচাৰী

দুলীয়াজনৰ টেঙাখাতস্থিত অইল ইণ্ডিয়া লিমিটেডৰ (OIL) ইণ্টাৰমিডিয়েট টেংক ফাৰ্মত (ITF) আজি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। প্ৰতিষ্ঠানটোত হঠাৎ সূত্ৰপাত ঘটা জুইৰ লেলিহান শিখাই সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি কৰে। অগ্নিকাণ্ডৰ…

ড্ৰোণ এআই ব্যৱহাৰ কৰি ভাৰতীয় পথৰ যান-জঁটৰ আৰ্হি অধ্যয়ন আইআইটি গুৱাহাটীৰ গৱেষকৰ

ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান গুৱাহাটীৰ (আইআইটি-জি) গৱেষকসকলে দিল্লীৰ সমীপৰ এটা ঘাইপথৰ পৰা উচ্চ ৰিজ’লিউশ্যনৰ ড্ৰোণ-ভিত্তিক যান-বাহনৰ তথ্য ব্যৱহাৰ কৰি ভাৰতৰ ভিন্নধৰ্মী পথৰ অৱস্থাত যান-জঁটৰ গতিবিধি বিশ্লেষণ আৰু ভৱিষ্যদ্বাণী কৰাত সহায় কৰিব…

আঘোণৰ আগতেই ৰাণীত ধান কটাৰ ধুম হাতীৰ ভয়ত আধা পকা ধানেই কাটিবলৈ বাধ্য কৃষক

আঘোণ মাহ নহয় বনৰীয়া হাতীৰ অধিক উপদ্ৰৱৰ আশংকাত কাতি মাহৰ আধা দিন পাৰ হোৱাৰ পাছতেই গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ শালি ধানৰ খেতিৰ বাবে বিখ্যাত বৃহত্তৰ ৰাণী অঞ্চলত ঠাইবিশেষে এইবেলি কিছু আগতীয়াকৈ…

এণ্টাৰপ্রাইজৰ ৰূপান্তৰ ত্বৰান্বিত কৰিবলৈ পিডব্লিউচি ইণ্ডিয়াৰ সৈতে এআইকেন্দ্ৰিক পদক্ষেপ মুকলি ভি বিজনেছৰ

ভোডাফোন আইডিয়া(ভি)ই নিজৰ সমগ্ৰ কাৰ্যকলাপত এআইকেন্দ্ৰিক ৰূপান্তৰ ত্বৰান্বিত কৰিবলৈ আৰু উদ্যোগসমূহক পৰৱৰ্তী প্ৰজন্মৰ প্ৰযুক্তি ব্যৱহাৰ কৰাত সহায় কৰাৰ উদ্দেশ্যে ভি ইনটেলিজেন্স শীৰ্ষক এক কৌশলগত এআই পদক্ষেপ মুকলি কৰিছে।এই পদক্ষেপটো পিডব্লিউচি…

গড্ৰেজ ফাউণ্ডেচনৰ সৈতে সংস্কৃতি মন্ত্ৰালয়ৰ অংশীদাৰিত্ব: ইণ্ডিয়া বিয়েনালে ২০২৬ত স্থাপন হ’ব বিশেষ পেভিলিয়ন

নতুন দিল্লীৰ পুৰণা কিলাত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়া বিয়েনালে ২০২৬ত গড্ৰেজ পেভিলিয়ন স্থাপনৰ বাবে গড্ৰেজ ফাউণ্ডেচনে কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয় আৰু স্থাপত্য প্ৰতিষ্ঠান এইউআৰ-ৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। এই প্ৰদৰ্শনীখন…

২০২৮ৰ নেচন্স চেম্পিয়নশ্বিপৰ ফাইনেল আয়োজনৰ পৰা আঁতৰিল কাটাৰ

মধ্যপ্ৰাচ্যত চলি থকা বৰ্ধিত সংকট আৰু অনিশ্চয়তাৰ প্ৰতি লক্ষ্য ৰাখি কাটাৰে ২০২৮ চনৰ নেচন্স চেম্পিয়নশ্বিপৰ ফাইনেল মেচসমূহ আয়োজন নকৰাৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্তৰ ফলত কাটাৰ এয়াৰৱেজৰ সৈতে হোৱা নতুন ট্ৰফীৰ…

১৬ নৱেম্বৰ পৰ্যন্ত নিৰ্বাচিত মেগনাইট আৰু গ্ৰেভাইট ভেৰিয়েণ্টত বিনামূলীয়া চিএনজি ৰেট্ৰ’ফিটমেণ্ট পদান কৰিব নিচানে

নিচান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ ভাৰতীয় গ্ৰাহকসকলৰ বাবে চিএনজি-চালিত বাহন অধিক সুলভ কৰি তোলাৰ উদ্দেশ্যে এক সীমিত সময়ৰ উৎসৱকালীন অফাৰ ঘোষণা কৰিছে। এই ফেষ্টিভ অফাৰৰ অধীনত কোম্পানীটোৱে মেগনাইট আৰু গ্ৰেভাইট…

কেন্দ্ৰীয় সংস্থাৰে লালু যাদৱক উৎপীড়নৰ অভিযোগ; ধীৰেন্দ্ৰ শাস্ত্ৰীকো তীব্ৰ সমালোচনা তেজস্বীৰ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ জৰিয়তে পিতৃ লালু প্ৰসাদ যাদৱক নিৰন্তৰ হাৰাশাস্তি কৰাৰ অভিযোগ তুলি বিজেপি আৰু আৰ এছ এছৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে ৰাষ্ট্ৰীয় জনতা দল চমুকৈ আৰ জে ডি-ৰ…