Month: November 2026

ৰাছিয়া-ইউক্ৰেইনৰ মাজত শীঘ্ৰেই শান্তি চুক্তি হোৱাৰ সম্ভাৱনা!

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত দীৰ্ঘদিনীয়া যুদ্ধৰ অৱসান ঘটাৰ সম্ভাৱনাক লৈ আশাবাদী আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। শীঘ্ৰেই দুয়োখন দেশৰ মাজত এখন শান্তি চুক্তি স্বাক্ষৰিত হ’ব পাৰে বুলি আস্থা প্ৰকাশ কৰিছে ট্ৰাম্পে।…

গড্ৰেজ এগ্ৰ’ভেটৰ দ্বিতীয় ত্ৰৈমাসিকৰ ৰাজহ ১৭% বৃদ্ধিৰে হৈছেগৈ ২,৯৯৫ কোটি টকা, লভ্যাংশ ২২% বৃদ্ধি

পশু পুষ্টি, তৈলপাম আৰু বি২চি ফুডচ খণ্ডৰ শক্তিশালী প্ৰদৰ্শনৰ বলত ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰত শেষ হোৱা ২০২৭ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত গড্ৰেজ এগ্ৰ’ভেট লিমিটেডৰ একত্ৰিত ৰাজহ বাৰ্ষিক ১৭% বৃদ্ধি পাই…

গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ দীপাৱলীৰ প্ৰচাৰ অভিযানৰ জৰিয়তে কৰ্মক্ষেত্ৰলৈ এলজিবিটিকিউআইএ+ অন্তৰ্ভুক্তিৰ প্ৰসাৰ

গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে #Celebrating Acceptance দীপাৱলী প্ৰচাৰ অভিযানৰ চতুৰ্থখন চুটি ছবি দ্য ৰূমমেট মুকলি কৰিছে, য’ত আধুনিক কৰ্মক্ষেত্ৰত এলজিবিটিকিউআইএ+ অন্তৰ্ভুক্তি, আস্থা আৰু সন্মানৰ গুৰুত্বক প্ৰদৰ্শন কৰা হৈছে। ২০২৬ চনৰ ৬…

চনী ইণ্ডিয়াই ইণ্টাৰনেল ৰ’ ৰেকৰ্ডিং আৰু অপেন গেট শ্বুটিং সুবিধাৰে মুকলি কৰিলে এফএক্স৫ চিনেমা লাইন কেমেৰা

চনী ইণ্ডিয়াই চিনেমা লাইন ছিৰিজত ‘এফএক্স৫’ নামৰ এটা নতুন ফুল-ফ্ৰেম কেমেৰা মুকলি কৰিছে। পেছাদাৰী ছবি নিৰ্মাতা আৰু ভিডিঅ’ নিৰ্মাতাসকলক লক্ষ্য কৰি নিৰ্মাণ কৰা এই কেমেৰাটোত ইণ্টাৰনেল ৰ’ ৰেকৰ্ডিং, অপেন গেট…

ভূমি, জনসাধাৰণ আৰু সংস্কৃতিৰ মাজৰ আধ্যাত্মিক সম্পৰ্কক অন্বেষণ কৰিবলৈ চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন

“পৃথিৱী আমাৰ মাতৃ আৰু আমি তেওঁৰ সন্তান” শীৰ্ষক বিষয়বস্তুৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত ‘ছল’ (Sol) নামৰ তিনিদিনীয়া চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে। এই…

দীর্ঘ ৩৫ বছর পর প্রতিশ্রুতি রক্ষাকারী জনপ্রতিনিধি পেল কালিনগর পঞ্চম খণ্ড

:দীর্ঘ প্রায় ১০ বছরের বিদ্যুৎ সমস্যার অবশেষে অবসান ঘটল মহাদেবপুর গাঁও পঞ্চায়েতের কালিনগর পঞ্চম খণ্ড এলাকায়। এলাকাবাসীর দীর্ঘদিনের দাবি ও সমস্যার কথা বিবেচনা করে ৬৩ কেভি ক্ষমতাসম্পন্ন একটি নতুন বৈদ্যুতিক…

মুকলি আকাশৰ তললৈ প্ৰণৱ দলে! আৰোপিত এনএছএৰ গোচৰ খাৰিজ উচ্চ ন্যায়ালয়ৰ

সুদীৰ্ঘ ১১৮ দিনৰ অন্তত অৱশেষত মুকলি আকাশৰ তললৈ ওলাব জনজাতীয় সংগ্ৰামী নেতা প্ৰণৱ দলে। শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰণৱ দলেৰ বিৰুদ্ধে চৰকাৰে আৰোপ কৰা এনএছএৰ গোচৰ খাৰিজ কৰি তেওঁৰ আটক…

বিধায়ক ক্ৰয়ৰ চেষ্টাৰ চাঞ্চল্যকৰ অভিযোগ! তামিলনাডুত এআইএডিএমকেৰ প্ৰাক্তন উপ-মেয়ৰ গ্ৰেপ্তাৰ

বিধায়ক ক্ৰয়-বিক্ৰয়ৰ জৰিয়তে চৰকাৰ পতনৰ ষড়যন্ত্ৰ চলোৱাৰ অভিযোগত তামিলনাডুত গ্ৰেপ্তাৰ হ’ল এজন প্ৰভাৱশালী ৰাজনৈতিক নেতা। শুকুৰবাৰে পুৱা মাদূৰাই নগৰ কেন্দ্ৰীয় অপৰাধ শাখাই (চিচিবি) এআইএডিএমকেৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন উপ-মেয়ৰ পি…

এইচপি ইণ্ডিয়াই এআই-চালিত অম্নিবুক ৫ আৰু প্ৰ’বুক ৪ জি২আইএছ-ৰে সম্প্ৰসাৰণ লেপটপৰ পৰ্টফ’লিঅ’ৰ

এইচপি ইণ্ডিয়াই শিক্ষাৰ্থী, ক্ৰমবৰ্ধমান ব্যৱসায়িক প্ৰতিষ্ঠান আৰু সঘনাই ভ্ৰমণ কৰা পেচাদাৰীসকলক উদ্দেশ্যি এআই-উপযোগী কাৰ্যক্ষমতা, সহজে কঢ়িয়াই নিব পৰা সুবিধা আৰু অত্যাধুনিক বৈশিষ্ট্য সমৃদ্ধ দুটা নতুন লেপটপ— এইচপি অম্নিবুক আৰু এইচপি…

এক শোকাৱহ হিট এণ্ড ৰানৰ ঘটনা

কাছাৰ জিলাৰ বৰখলাত সংঘটিত হৈছে এক শোকাৱহ হিট এণ্ড ৰানৰ ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত প্ৰাণ হেৰুৱালে এগৰাকী মানসিকভাৱে অসুস্থ ব্যক্তিয়ে। জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত কৰিয়েই বাহনসহ ঘটনাস্থলীৰ পৰা পলায়ন…