Month: November 2026

অৰুণাচলৰ পৰা অসমলৈ চিয়াং প্ৰকল্পৰ বিৰোধিতাৰ জোৱাৰ; জোনাইত তীব্ৰ প্ৰতিবাদ

প্ৰস্তাৱিত চিয়াং আপাৰ মাল্টিপাৰ্পাছ প্ৰজেক্ট (SUMP)-ক লৈ সৃষ্টি হোৱা উত্তেজনা হ্ৰাস কৰাৰ উদ্দেশ্যে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি অৰুণাচল প্ৰদেশ চৰকাৰে এই মেগা জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতা কৰাৰ বাবে আটক কৰা…

বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে আছুৰ ৰাজ্যজুৰি প্ৰতিবাদ

বিদ্যুতৰ মাচুল বৃদ্ধি বিৰুদ্ধে সমগ্ৰ ৰাজ্য জুৰি প্ৰতিবাদ সাব্যস্ত আছুৰ । চৰকাৰ আৰু শক্তি বিভাগৰ এই জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ উজাৰি আজি সদৌ অসম ছাত্ৰ সন্থা (আছু)-ৰ আহ্বান মৰ্মে ৰাজ্যৰ…

মহানগৰীত অগ্নিকাণ্ড

মহানগৰীৰ ভঙাগড়ত আজি পুৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ঘটনাত চিটি ধাবা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোখনকে ধৰি ৭ খনকৈ দোকান ক্ষতিগ্ৰস্ত হয়। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি চিটি ধাবা নামৰ…

গড্ৰেজে এনএক্স প্ৰ’ এনক্ৰিপ্টৰ বিশেষ প্ৰচাৰৰ জৰিয়তে ঘৰুৱা সুৰক্ষালৈ লৈ আহিছে ফেচ ৰিকগনিচন প্ৰযুক্তি

গড্ৰেজ এণ্টাৰপ্ৰাইজ গ্ৰুপৰ চিকিউৰিটি চল্যুচন বিজনেচে মুকলি কৰিলে ইউৰ ফেচ ইজ কি নামৰ এক নতুন প্ৰচাৰ অভিযান, যাৰ জৰিয়তে ফেচ ৰিকগনিচন (মুখমণ্ডল চিনাক্তকৰণ) প্ৰযুক্তিযুক্ত পৰৱৰ্তী প্ৰজন্মৰ হোম লকাৰ গড্ৰেজ এনএক্স…

বিশ্ব গুণগত মানদণ্ড মাহ২০২৬ উদযাপনৰ লগতে বিক্ৰী পৰৱৰ্তী সেৱাৰ উৎকৃষ্টতাৰ ওপৰত গুৰুত্ব অধিক বৃদ্ধি কৰিছে নিচান মটৰ ইণ্ডিয়াই

নিচান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ সমগ্ৰ ভাৰতত থকা ৩১৫ টা বিক্ৰী আৰু সেৱা কেন্দ্ৰৰ জৰিয়তে গ্ৰাহকৰ সন্তুষ্টি আৰু সেৱাৰ উৎকৃষ্টতাৰ প্ৰতি থকা দায়বদ্ধতাক সুদৃঢ় কৰিবলৈ ২০২৬ চনৰ সমগ্ৰ নৱেম্বৰ মাহটো…

বংগ নিৰ্বাচনৰ বৈধতাক লৈ প্ৰশ্ন; এছআইআৰক লৈ প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত এছ ৱাই কুৰেশ্বীৰ বিস্ফোৰক মন্তব্য

এছআইআৰ প্ৰক্ৰিয়াত হোৱা ব্যাপক নাম কৰ্তনক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰি ২০২৬ চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচন আইনীভাৱে বৈধ আছিলনে নাই, তাক লৈ তাৎপৰ্যপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে দেশৰ প্ৰাক্তন মুখ্য নিৰ্বাচনী…

টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ মহম্মদ ছামীৰ

ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ ঘোষণা কৰিছে ভাৰতীয় তাৰকা বেগী বলাৰ মহম্মদ ছামীয়ে। শুকুৰবাৰে সামাজিক মাধ্যমত নিজৰ সিদ্ধান্তৰ কথা প্ৰকাশ কৰি ক্ৰিকেটৰ দীঘলীয়া…

ৰাজ্যবাসীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

ৰাজ্যবাসীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। অহা ১২ নৱেম্বৰত ২৪ ঘণ্টীয়া পেট্ৰ’ল পাম্প বন্ধৰ ঘোষণা কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েশ্বনে। ডিলাৰসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত এই বন্ধৰ ঘোষণা কৰিছে সংগঠনটোৱে।…

ৰেন’ই আৰম্ভ কৰিলে ডাষ্টাৰ ষ্ট্ৰং হাইব্ৰিডৰ ডেলিভাৰী, হায়দৰাবাদত নতুন শ্ব’ৰুম মুকলিৰে প্ৰিমিয়াম ৰিটেইল নেটৱৰ্কৰ সম্প্ৰসাৰণ

ৰেন’ ইণ্ডিয়াই দীপাৱলীৰ পূৰ্বে ডাষ্টাৰ ষ্ট্ৰং হাইব্ৰিড ই-টেক ১৬০ বাহনৰ গ্ৰাহক ডেলিভাৰী প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াৰ সৈতে সংগতি ৰাখি দেশজুৰি ৰিটেইল নেটৱৰ্ক সম্প্ৰসাৰণ ৰণকৌশলৰ অংশ হিচাপে হায়দৰাবাদৰ হাইটেক চিটীত প্ৰতিষ্ঠানটোৰ…

শিক্ষাৰ্থীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

শিক্ষাৰ্থীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ অৰ্থাৎ CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ২০২৭ বৰ্ষৰ পৰীক্ষাৰ সময়সূচী ঘোষণা কৰা হৈছে। ঘোষিত সময়সূচী অনুসৰি, ২০২৭ চনৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ…