Assam ৰেলৱে সুৰক্ষা বাহিনীৰ তিনিদিনীয়া অভিযানত আঠটি শিশু উদ্ধাৰ, চাৰিজনক আটক ২.০৮ কোটিৰ সামগ্ৰী জব্দ November 10, 2026 Barnali Ghosh উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনী চমুকৈ আৰ পি এফে চলোৱা অভিযানত ৰঙিয়া, নিউ বঙাইগাঁও, কাটিহাৰ, নিউ জলপাইগুড়ী আৰু গুৱাহাটী ৰে’লৱে ষ্টেচনত মুঠ আঠটি শিশুক উদ্ধাৰ কৰে। উদ্ধাৰ কৰা শিশুসকলৰ…
Assam Sports দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ভাৰতীয় মহিলা টেষ্ট আৰু এদিনীয়া দলত অসমৰ ক্ৰিকেটাৰ জিন্তিমণি কলিতা নিৰ্বাচিত November 10, 2026 Tarali আগন্তুক দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ভাৰতীয় মহিলা টেষ্ট আৰু এদিনীয়া দলত স্থান লাভ কৰিছে অসমৰ জিন্তিমণি কলিতাই। সোঁহতীয়া মধ্যম গতিৰ বলাৰ আৰু বাওঁহতীয়া বেটাৰ জিন্তিমণিৰ জ্যেষ্ঠ ৰাষ্ট্ৰীয় দলত এই নিৰ্বাচন…
Sports হেমিণ্টনত বৰষুণৰ বাবে বাতিল তৃতীয় এদিনীয়া November 10, 2026 Sonakshi Sarkar নিউজিলেণ্ডৰ হেমিণ্টনৰ ছেডন পাৰ্কত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তৃতীয়খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচখন বৰষুণৰ বাবে বল পেলোৱাৰ পূৰ্বেই বাতিল ঘোষণা কৰা হয়। মেচখনৰ আৰম্ভণিতে ভাৰতীয় দলৰ অধিনায়ক শুভমন…
Assam মৌচুমী বায়ুৰ আগমনৰ সময় চিনাক্ত কৰিবলৈ আইআইটি মাদ্ৰাজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন গৱেষণা November 10, 2026 Tarali এটা নিৰ্দিষ্ট স্থানত প্ৰকৃততে মৌচুমী বায়ুৰ আগমন কেতিয়া হয়? আইআইটি মাদ্ৰাজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এটা ‘জলবায়ু-নেটৱৰ্ক’ (climate-network) পদ্ধতি বিকশিত কৰিছে যিয়ে এটা হ্ৰস্বম্যাদী স্থানীয় বৰষুণ আৰু বৃহৎ পৰিসৰৰ ধাৰাবাহিক…
Assam বলীউডৰ ‘ৰামায়ণ’ত বৰপেটাৰ বেত শিল্পৰ চমক; জয়নালে বনোৱা কৱচ পিন্ধিলে ৰণবীৰ, ৰবিয়ে November 10, 2026 Paromita বলীউডৰ বহুচৰ্চিত পৌৰাণিক ছবি ‘ৰামায়ণঃ পাৰ্ট ১’ৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে অসমৰ পৰম্পৰাগত বেত শিল্প। পৰিচালক নীতিশ তিৱাৰীৰ এই ছবিখনৰ দুই মূল অভিনেতা ৰণবীৰ কাপুৰ আৰু ৰবি ডুবেৰ বাবে…
Assam বানপীড়িতৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ভাৰতীয় গোৰ্খা পৰিসংঘৰ ২.৩৪ লাখ টকাৰ অনুদান November 10, 2026 Tarali বৃহস্পতিবাৰে অসম সচিবালয়ত ভাৰতীয় গোৰ্খা পৰিসংঘৰ (BGP) অসম ৰাজ্যিক সমিতিৰ এটা সঁজাতী দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। এই বৈঠকত ২০০৬ চনৰ অনুসূচিত জনজাতি আৰু অন্যান্য পৰম্পৰাগত বনবাসী (বন…
Latest কমনৱেলথ কেৰাটে চেম্পিয়নশ্বিপত অৰুণাচলৰ খেলুৱৈ খ্যা টাই বেংডেৰ স্বৰ্ণ জয় November 9, 2026 Tarali ৫ৰ পৰা ৮ নৱেম্বৰলৈ স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত ১২ সংখ্যক কমনৱেলথ কেৰাটে চেম্পিয়নশ্বিপ ২০২৬-ত ছিনিয়ৰ পুৰুষৰ দলীয় কাটা (kata) ইভেণ্টত স্বৰ্ণ পদক জিকি অৰুণাচল প্ৰদেশৰ কেৰাটে খেলুৱৈ খ্যা টাই বেংডেই ৰাজ্য…
Assam ‘হৃদয় ভূচিত্ৰ – এ মেপ অৱ হাৰ্ট’ৰ আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ; জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত November 9, 2026 Tarali ড° মুকুল কুমাৰ শৰ্মাৰ দ্বাৰা পৰিচালিত পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবি ‘হৃদয় ভূচিত্ৰ – এ মেপ অৱ হাৰ্ট’ অহা ৮ৰ পৰা ১২ জানুৱাৰীলৈ জয়পুৰত অনুষ্ঠিত হ’বলগীয়া সন্মানীয় জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত…
Assam লোক নিৰ্মাণ বিভাগৰ সচিব দেৱজিৎ দাসলৈ নতুন দায়িত্ব November 9, 2026 Barnali Ghosh অসম চৰকাৰৰ পাৰ্চনেল বিভাগে ৰাজ্যপাল প্ৰদত্ত এক নিৰ্দেশ যোগে অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ সচিব দেৱজিৎ দাসক ৭ নৱেম্বৰত লোক নিৰ্মাণ বিভাগৰ ( পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ ) আয়ুক্ত…
Assam News অসমৰ বাবে গৌৰৱৰ ক্ষণ: ৰাষ্ট্ৰীয় চলচ্চিত্ৰত স্থান পালে থলুৱা হস্তশিল্পই November 7, 2026 Tarali আগন্তুক মহাকাব্যিক ছবি ‘ৰামায়ণ’ৰ সাজ-সজ্জা ডিজাইনত অৱদান আগবঢ়াই অসমৰ চহকী হস্তশিল্প পৰম্পৰাই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। প্ৰখ্যাত সাজ-সজ্জা ডিজাইনাৰ অজয় কুমাৰে তেওঁৰ দলৰ সৈতে অসম ভ্ৰমণ কৰি সৰ্পত বেত, মৰাপাট…