Business ক্ৰীড়াক্ষেত্ৰলৈ আহিল এক সুখবৰ November 12, 2026 Dipshikha ভাৰতৰ ক্ৰীড়াক্ষেত্ৰলৈ আহিল এক সুখবৰ। ২০২৯ চনৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব ভাৰতত। এইবাৰ প্ৰতিযোগিতাখনৰ আয়োজক হিচাপে নিৰ্বাচিত হৈছে তামিলনাডুৰ ৰাজধানী চেন্নাই। উল্লেখ্য যে, ২০২৭ চনৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপ অনুষ্ঠিত…
Business আজি গুৱাহাটীত গ্ৰাহকে নাপাব পেট্ৰ’ল আৰু ডিজেল November 12, 2026 Dipshikha গুৱাহাটীৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। আজি গুৱাহাটীত গ্ৰাহকে নাপাব পেট্ৰ’ল আৰু ডিজেল। নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েশ্যন (NEIPDA)-ৰ বৃহত্তৰ গুৱাহাটী গোটে গ্ৰহণ কৰিছে এই বিশেষ কাৰ্যসূচী। সংস্থাটোৱে ঘোষণা কৰা অনুসৰি,…
Business উচ্ছেদিত পৰিয়াললৈ বৃহৎ সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, তাৎক্ষণিক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ নিৰ্দেশ November 12, 2026 Dipshikha ৰাজ্যৰ উচ্ছেদিত পৰিয়ালসমূহৰ বাবে আহিল এক বৃহৎ সকাহ। উচ্ছেদিত পৰিয়ালক তাৎক্ষণিকভাৱে পুনৰ সংস্থাপন, পুনৰ্বাসন আৰু ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। গোৱালপাৰাৰ হাচিলা বিল, কামৰূপৰ বঙৰা আৰু নগাঁৱৰ কচুৱাত…
Assam মণিপুৰৰ ৰাজ্যপালৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ষষ্ঠ সংযোজন এলেকা ভ্ৰমণ November 11, 2026 Tarali মণিপুৰৰ ৰাজ্যপাল শ্ৰী অজয় কুমাৰ ভাল্লাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ষষ্ঠ সংযোজন এলেকা ভ্ৰমণ কৰি উদ্যানখনৰ চহকী প্ৰাকৃতিক ঐতিহ্য প্ৰত্যক্ষ কৰে। ভোমোৰাগুৰিত নাও চাফাৰিৰে এই ভ্ৰমণ আৰম্ভ…
Business অভিনেতা মিঠুন চক্ৰৱৰ্তীৰ উপস্থিতিত শ্যাম মেটালিক্সে কলকাতাবাসীৰ সৈতে ৪ দিনীয়াকৈ উদযাপন কৰিলে দীপাৱলী November 11, 2026 Business Bureau শ্যাম মেটালিক্সে ৬ ৰ পৰা ৯ নৱেম্বৰলৈ এক্ৰ’পলিছ মলত আলোকসময় কলকাতা নামৰ এক ৪ দিনীয়া উৎসৱৰ আয়োজন কৰে, যিয়ে দেৱালীৰ সময়ত কলা, সংস্কৃতি আৰু সামূহিক অংশগ্ৰহণক একেলগে একত্ৰিত কৰে। ৯…
Sports ফিফাৰ প্লেয়াৰ ইম্পেক্ট প্ৰগ্ৰেমত সুনীল ছেত্ৰী November 11, 2026 Sonakshi Sarkar ভাৰতীয় ফুটবলৰ মহাতাৰকা সুনীল ছেত্ৰীয়ে ‘ফিফা প্লেয়াৰ ইম্পেক্ট প্ৰগ্ৰেম’ৰ জৰিয়তে বিশ্বজুৰি সামাজিক পৰিৱৰ্তন আনিবলৈ আৰু বিভিন্ন সম্প্ৰদায়ক অনুপ্ৰাণিত কৰিবলৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। শিক্ষাৰ সম্প্ৰসাৰণ, মানসিক স্বাস্থ্য সুৰক্ষা আৰু…
Assam শ্বেখ হাছিনাৰ নতুন পাছপ’ৰ্টৰ আবেদন নাকচ বাংলাদেশ চৰকাৰৰ; প্ৰত্যৰ্পণ চুক্তিৰ অধীনত ভাৰতক হস্তান্তৰৰ দাবী November 11, 2026 Paromita স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ পৰিকল্পনা কৰা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আশাত চেঁচাপানী ঢালিছে দেশখনৰ বৰ্তমানৰ চৰকাৰে। নতুন পাছপ’ৰ্ট বিচাৰি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে দাখিল কৰা আবেদন পোনপটীয়াকৈ নাকচ কৰে বাংলাদেশ চৰকাৰে। দেশখনৰ বৈদেশিক…
Assam ডিগাৰুত ৰে’ল দুৰ্ঘটনা: লাইনচ্যুত কলকাতা–ছাইৰাং এক্সপ্ৰেছৰ ইঞ্জিনসহ ৫টা দবা November 11, 2026 Barnali Ghosh মহানগৰীৰ পাৰ্শ্বৱৰ্তী ডিগাৰুত আজি পুৱা ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হয়। কলকাতা-চাইৰাং এক্সপ্ৰেছ ইঞ্জিনসহ 5 টাকৈ দবা আকস্মিকভাৱে ইঞ্জিনসহ লাইনচ্যুত হয় । কোনো যাত্ৰী হতাহত হোৱা নাই ।কলকাতা–ছাইৰাং এক্সপ্ৰেছখন ডিগাৰু ৰে’লৱে…
Latest News মণিপুৰ আৰক্ষীৰ বৃহৎ আফু খেতি ধ্বংসৰ অভিযানৰ পৰিকল্পনা November 11, 2026 Tarali মণিপুৰ আৰক্ষীয়ে অন্যান্য নিৰাপত্তা বাহিনীৰ সহযোগত ৰাজ্যখনৰ ১০খন জিলাৰ ৫১৬খন গাঁৱত অবৈধ আফু খেতি (Poppy cultivation) ধ্বংস কৰাৰ এক পৰিকল্পনা যুগুত কৰিছে। অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন-শৃংখলা) লহাৰী দৰ্জী লাথুৱে…
Assam অসমৰ যোৰহাটত চাৰিজন সন্দেহযুক্ত গঁড় চিকাৰী গ্ৰেপ্তাৰ November 10, 2026 Tarali অসমৰ যোৰহাট জিলাৰ টীয়কৰ হাতীশাল অঞ্চলৰ পৰা যোৰহাট বন সংমণ্ডলৰ এক বিশেষ অভিযানত চাৰিজন সন্দেহযুক্ত গঁড় চিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। এক নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত বন বিষয়াসকলে বৰলুইতৰ ঘন অৰণ্যত…