Business আমেৰিকাৰ নিউয়ৰ্কৰ ব্ৰুকলীনত সংঘটিত হৈছে এক শোকাৱহ ঘটনা November 13, 2026 Dipshikha আমেৰিকাৰ নিউয়ৰ্কৰ ব্ৰুকলীনত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। এটা তিনিমহলীয়া অট্টালিকা খহি পৰাৰ ফলত দুটাকৈ শিশুসহ মুঠ ৮ জন লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে, এই দুৰ্ঘটনাত ১৮ গৰাকী লোক গুৰুতৰভাৱে আহত…
Business অসমত প্ৰথমবাৰৰ বাবে বাহ সাজি বংশবৃদ্ধি অৰিয়েণ্টেল ডাৰ্টাৰৰ! কামৰূপত ৯টা বাহৰ সন্ধান November 13, 2026 Dipshikha অসমৰ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত পোহৰলৈ আহিছে এক গুৰুত্বপূৰ্ণ সফলতাৰ খবৰ। ৰাজ্যখনত প্ৰথমবাৰৰ বাবে ‘অৰিয়েণ্টেল ডাৰ্টাৰ’ (Oriental Darter) নামৰ এবিধ জলচৰ চৰাইয়ে বাহ সাজি বংশবৃদ্ধি কৰাৰ তথ্য লাভ কৰা হৈছে। বৃহস্পতিবাৰে…
Business আইডিবিআই বেংকক বিশ্ব মানদণ্ডৰ বিত্তীয় সেৱা প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা ফেয়াৰফেক্সৰ November 13, 2026 Business Bureau ফেয়াৰফেক্স ফাইনেন্সিয়েল হোল্ডিংছে আইডিবিআই বেংকৰ ৬০.৭২ শতাংশ নিয়ন্ত্ৰণাধীন অংশীদাৰিত্ব ৫২,৮৭৮ কোটি টকাত অধিগ্ৰহণ কৰাৰ প্ৰস্তাৱে বেংকটোৰ ব্যৱসায়িক আৰ্হি নতুনকৈ গঢ়ি তুলিব বুলি আশা কৰা হৈছে, য’ত বেংকিং, বীমা, বিনিয়োগ বেংকিং…
Latest News হায়দৰাবাদত অনুষ্ঠিতব্য গোলকীয় ‘ভাৰত সন্মিলন ২০২৬’লৈ আমন্ত্ৰিত গৌৰৱ গগৈ; অংশগ্ৰহণ কৰিব ৭০খন দেশৰ প্ৰতিনিধিয়ে November 13, 2026 Tarali অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ (APCC) সভাপতি, লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈক তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত আজিৰে পৰা আৰম্ভ হোৱা তিনিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন ‘ভাৰত সন্মিলন ২০২৬ – এখন…
Assam গুৱাহাটী পৌৰ নিগমৰ ১ নং ৱাৰ্ডলৈ গৌৰৱ কঢ়িয়াই অনা দেবস্মিতা কাশ্যপক সম্বৰ্ধনা November 13, 2026 Barnali Ghosh সদ্য সমাপ্ত গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱৰ শ্ৰেষ্ঠ সংগীত শিল্পী তথা বিশ্ববিদ্যালয়ৰ স্নাতক তৃতীয় ছেমিষ্টাৰৰ ইংৰাজী বিভাগৰ মেধাৱী ছাত্ৰী দেবস্মিতা কাশ্যপে গুৱাহাটী পৌৰ নিগমৰ এক নম্বৰ ৱাৰ্ডলৈ বিৰল গৌৰৱ কঢ়িয়াই…
Latest তুৰাত ভূমি পট্টা বিতৰণ, ৭.৪৯ কোটি টকা ব্যয়েৰে ৰংজেং প্ৰশাসনিক কমপ্লেক্সৰ আধাৰশিলা স্থাপন November 12, 2026 Barnali Ghosh মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই মঙলবাৰে তুৰা চহৰৰ জি এ ডি (সাধাৰণ প্ৰশাসন বিভাগ)ৰ ভূমিত বসবাস কৰা পৰিয়ালসমূহক ভূমি পট্টা প্ৰদান কৰে। পিছত ছ’চিয়েল মিডিয়াত মুখ্যমন্ত্ৰীয়ে কয় যে ভূমি পট্টাই…
Assam আজাৰাৰ গড়লত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা অনুপ্ৰেৰণামূলক ভাষণ বিশিষ্ট অতিথিৰ November 12, 2026 Barnali Ghosh গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা থানা এলেকাৰ গড়ল খেলিয়াপাৰাস্থিত ‘এস্পায়াৰ কেৰিয়াৰ ক্লাছেজ’ৰ সপ্তম বাৰ্ষিক অধিৱেশনখন আজি গড়ল দৌল মন্দিৰ চৌহদত অনুষ্ঠিত হয়। অধিৱেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত অনুষ্ঠানত হাইস্কুল শিক্ষা পৰীক্ষা…
Assam ৪ বছৰীয়া সেৱা সম্পূৰ্ণ কৰাৰ পাছত অগ্নিবীৰসকলক বিবাহৰ অনুমতি দিব সশস্ত্ৰ বাহিনীয়ে November 12, 2026 Sonakshi Sarkar অগ্নিবীৰসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। চাৰি বছৰীয়া প্ৰাৰম্ভিক সেৱা সম্পূৰ্ণ কৰা অগ্নিবীৰসকলক সশস্ত্ৰ বাহিনীয়ে বিবাহৰ অনুমতি প্ৰদান কৰাৰ সম্ভাৱনা আছে। অগ্নিপথ আঁচনিৰ শেহতীয়া সংশোধনীৰ অংশ হিচাপে এই পৰিৱৰ্তন আনিবলৈ লোৱা…
Assam জনজাতীয় লোকে জন্মৰে পৰা গাহৰিৰ সৈতে শোৱে…! বিজেপি বিধায়কৰ বিতৰ্কিত মন্তব্য, অৱশেষত বিচাৰিলে ক্ষমা November 12, 2026 Paromita জনজাতীয় সমাজ আৰু তেওঁলোকৰ খাদ্যাভ্যাসক লৈ কৰা এক আপত্তিজনক মন্তব্যক কেন্দ্ৰ কৰি ত্ৰিপুৰাৰ ৰাজনীতিত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সামাজিক মাধ্যমত এই বক্তব্য ভাইৰেল হৈ পৰাৰ পিছত সৃষ্টি হোৱা তুমুল বিতৰ্কৰ…
Business আজিৰে পৰা গ্ৰাহকৰ মূৰত মাধমাৰ November 12, 2026 Dipshikha আজিৰে পৰা গ্ৰাহকৰ মূৰত মাধমাৰ! পুনৰ বৃদ্ধি পালে গাখীৰৰ দাম। আমূলৰ লগতে মাদাৰ ডেইৰীৰ গাখীৰৰ দাম বৃদ্ধিৰ ফলত এতিয়া অধিক ধন ভৰিব লাগিব গ্ৰাহকে। আমূলৰ বিভিন্ন প্ৰকাৰৰ গাখীৰৰ দাম প্ৰতি…