উজনিৰ বৃহৎ নদীবান্ধৰ বিৰূপ প্ৰভাৱ পৰিছে নামনি অসমত। অস্বাভাৱিকভাৱে শুকাইছে নামনিৰ অধিকাংশ নৈ। বৰ্তমানেও একেই পৰিৱেশ জলজলী আৰু কলহী নৈত। কামৰূপ, বৰপেটা আৰু গোৱালপাৰাৰ লাখ লাখ লোকৰ জীৱন-জীৱিকাৰ মূল উৎস জলজলী আৰু কলহী নৈ। বিগত ৩-৪ বছৰে বান নোহোৱাত বন্ধ হৈ পৰিছে জীৱিকাৰ পথ। Share this:FacebookX Related Post navigation আমেৰিকাত কমিছে ভাৰতীয় শিক্ষাৰ্থী