Month: November 2026

বলীউডৰ নষ্টালজিয়াক মূলধন হিচাপে লৈ কে৩জি-ৰ ২৫ সংখ্যক বৰ্ষপূৰ্তিত এয়াৰবিএনবিৰ বিনামূলীয়া ‘ৰায়চান্দ হাউছ’ ভ্ৰমণৰ অভিজ্ঞতা

বলীউডৰ ব্লকবাষ্টাৰ ছবি কভি খুছি কভি গম-ৰ ২৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে এয়াৰবিএনবি-এ মায়ানগৰী মুম্বাইত ছবিখনৰ ঐতিহাসিক ৰায়চান্দ হাউছক পুনৰ জীৱন্ত কৰি তুলিছে, যাৰ জৰিয়তে অনুৰাগীসকলে বহু চৰ্চিত এই পৰিয়ালটোৰ পুনৰ…

ৰাইডাৰ্ছ মীট ২০২৬ত সুৰক্ষা অংশীদাৰিত্বৰে উত্তৰ-পূৰ্বাঞ্চলত নিজৰ উপস্থিতি শক্তিশালী কৰিছে এছএমকে-ই

ছিকিমত অনুষ্ঠিত হ’বলগীয়া ১৬সংখ্যক নৰ্থ-ইষ্ট ৰাইডাৰ্ছ মীট (এনইআৰএম) ২০২৬ৰ অফিচিয়েল ছেফটি পাৰ্টনাৰ আৰু একমাত্ৰ হেলমেট ব্ৰেণ্ড হোৱাৰ লগতে ৰাইডিং কমিউনিটী এষ্টাৰাইডৰ দ্বাৰা আয়োজিত ১,৬৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক মটৰচাইকেল অভিযানত সহযোগিতা…

বেংকত জমা দিবলৈ নিয়া বৃদ্ধৰ টকাৰ বাণ্ডিল থপিয়াই নি গছৰ ওপৰৰ পৰা নোটৰ বৰষুণ এটা বান্দৰৰ, তাৰ পিছত

বেংকত জমা দিবলৈ নিয়া নগদ ধনৰ বাণ্ডিল থপিয়াই নি গছৰ ওপৰৰ পৰা নোটৰ বৰষুণ ঘটালে এটা বান্দৰে। হিমাচল প্ৰদেশৰ ৰাজধানী ছিমলাৰ উপায়ুক্ত কাৰ্যালয় চৌহদত সংঘটিত এই বিচিত্ৰ ঘটনাই উপস্থিত লোকসকলক…

গাড়ী চালকৰ বাবে আহি গল SOP

গাড়ী চালকৰ বাবে আহি গল SOP ।অসমত সকলো বাণিজ্যিক বাহনত স্পীড ডিভাইচ বাধ্যতামূলক!নিয়ম উলংঘা কৰিলে বাতিল হ’ব পাৰে ফিটনেছ চাৰ্টিফিকেট আৰু পাৰ্মিট।অসমত পথ দুৰ্ঘটনা আৰু অত্যধিক গতিত বাহন চলোৱাৰ ঘটনা…

উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত ড্ৰাগছ বিৰোধী অভিযান

উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত STFৰ ড্ৰাগছৰ বিৰোধী অভিযান। বুজন পৰিমাণৰ ড্ৰাগছসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। ১০ কেজি ৭২০ গ্ৰাম হেৰ’ইন জব্দ অভিযানকাৰী দলৰ। জব্দকৃত হেৰ’ইনৰ বজাৰ মূল্য প্ৰায় ৮৫ কোটি টকা। ধৃত…

হাছিনাৰ প্ৰত্যাৰ্পণক লৈ থমকি ৰৈছে ভাৰত-বাংলাদেশৰ সম্পৰ্ক, উকলিবলৈ ওলাইছে গংগাৰ পানী চুক্তিৰ ম্যাদ

বাংলাদেশৰ ক্ষমতাচ্যুত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ভাৰতৰ পৰা উভতাই পঠিওৱাৰ (প্ৰত্যাৰ্পণ) বিতৰ্কিত বিষয়টোক লৈ ঢাকা আৰু নতুন দিল্লীৰ মাজত সৃষ্টি হোৱা অচলাৱস্থাৰ প্ৰভাৱ এতিয়া দুয়োখন দেশৰ মাজত থকা ৩০ বছৰীয়া…

অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অসম চৰকাৰে নিৰন্তৰভাৱে অভিযান চলাই আহিছে

অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অসম চৰকাৰে নিৰন্তৰভাৱে অভিযান চলাই আহিছে । বুধবাৰে পুৱতি নিশা মুঠ ৩৮ গৰাকী অনুপ্ৰৱেশকাৰীক বিতাড়ন কৰা হৈছে । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই গুৰুত্বপূৰ্ণ…

ইংলেণ্ডৰ হাতত পৰাস্ত হোৱাৰ পাছতো ফিফা ৰেংকিংত শীৰ্ষস্থানত অক্ষুণ্ণ স্পেইন

চলিত সপ্তাহত বিশ্ব তথা ইউৰোপীয় চেম্পিয়ন স্পেইনৰ বিৰুদ্ধে ইংলেণ্ডে জয়লাভ কৰা সত্ত্বেও বুধবাৰে প্ৰকাশ পোৱা পুৰুষৰ নতুন ফিফা ৰেংকিঙত দল দুটাৰ স্থানৰ কোনো সালসলনি হোৱা নাই। ৪৩ খন খেলৰ অপৰাজেয়…

জুবিন ক্ষেত্ৰৰ কামৰ বাবে ১৫কোটি টকাৰ অবন্টন

প্ৰাণৰ শিল্পীৰ জন্মদিনৰ শুভক্ষণত জুবিন ক্ষেত্ৰৰ প্ৰথম পৰ্যায়ৰ কামৰ বাবে চৰকাৰে ১৫ কোটি টকাৰ অনুমোদন জনায় ।মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে ।প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিনৰ শুভক্ষণত এই…

তামুলপুৰৰ ধান ক্ৰয় কেন্দ্ৰত উপস্থিত মন্ত্ৰী কৌশিক ৰায় তিনি দিনৰ ভিতৰত কৃষকক ধন আদায়ৰ আশ্বাস

আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সমবায়; খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে এখন পৰ্যালোচনা সভাত অংশ লয়। মন্ত্ৰীগৰাকীৰ সভাপতিত্বত…