Assam কেতন হত্যাৰ অভিযুক্ত ছিয়াক লৈ বিস্ফোৰক তথ্য! গ্ৰেপ্তাৰ পূৰ্বেই ইণ্টাৰনেটত সন্ধান কৰিছিল এইসমূহ কথা… July 7, 2026 Paromita আৰক্ষী জিম্মাত কিধৰণৰ ব্যৱহাৰৰ সন্মুখীন হ’বলগীয়া হয় মহিলা? জেৰাৰ সময়ত কেনে প্ৰশ্ন সোধা হয়? – গ্ৰেপ্তাৰৰ পূৰ্বেই ইণ্টাৰনেটত এই সমূহ প্ৰশ্নৰ উত্তৰ বিচাৰিছিল ছিয়া গোৱেলে। মহাৰাষ্ট্ৰৰ পুনেত কেতন আগৰৱাল হত্যাকাণ্ডৰ…
News উখৰুলত জংগীৰ অতৰ্কিত আক্ৰমণ, নিহত ২ অসম ৰাইফলছৰ জোৱান July 6, 2026 Tarali সোমবাৰে দুপৰীয়া মণিপুৰৰ উখৰুল জিলাত সন্দেহযুক্ত জংগীয়ে অসম ৰাইফলছৰ এটা টহল দলৰ ওপৰত অতৰ্কিত আক্ৰমণ চলোৱাত ২ জন অসম ৰাইফলছৰ জোৱান নিহত আৰু কেইবাজনো আহত হয়। প্ৰতিৰক্ষা সূত্ৰ মতে, উখৰুল…
Latest নিৰৱ মোদীৰ প্ৰত্যৰ্পণৰ পথ প্ৰশস্ত; ইউৰোপীয় আদালততো শেষ আইনী যুঁজত পৰাজয় July 6, 2026 Tarali ভাৰতলৈ প্ৰত্যৰ্পণৰ ক্ষেত্ৰত প্ৰায় সকলো আইনী বাধা আঁতৰিল পলাতক হীৰা ব্যৱসায়ী নিৰৱ মোদীৰ। ইউৰোপীয় মানৱ অধিকাৰ আদালততো শেষ আইনী যুঁজত পৰাজিত হোৱাৰ পিছত এতিয়া তেওঁক ভাৰতলৈ প্ৰত্যৰ্পণৰ প্ৰক্ৰিয়া অধিক দ্ৰুত…
Assam আলফা (স্বা)ৰ সৈতে যোগাযোগ আৰু ধন দাবীৰ অভিযোগ! ডিব্ৰুগড়ত এজনক গ্ৰেপ্তাৰ July 6, 2026 Paromita নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ সৈতে যোগাযোগ ৰক্ষা আৰু ধন দাবীৰ কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত আৰক্ষীৰ জালত পৰিল এজন। তদন্তৰ ভিত্তিত অভিযান চলাই টিংখং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তজনক। ডিব্ৰুগড় জিলাৰ…
Assam মণিপুৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত দুই অসম ৰাইফলছৰ জোৱান; আহত কেইবাজনো July 6, 2026 Paromita মণিপুৰত সন্ত্ৰাসবাদীৰ অতৰ্কিত আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হ’ল অসম ৰাইফলছৰ দুজন জোৱান। সোমবাৰে উখৰুল জিলাত সংঘটিত এই আক্ৰমণত কেইবাজনো আন জোৱানো আহত হয়। আৰক্ষীৰ তথ্য অনুসৰি, দুপৰীয়া প্ৰায় ১.৩০ বজাত নুংসাং…
Assam অসম বিধানসভাৰ কাৰ্যবিৱৰণীত সংযোজন হ’ল হিন্দী ভাষা; বাজেট অধিৱেশনৰ পৰাই আৰম্ভ নতুন ব্যৱস্থা July 6, 2026 Paromita অসম বিধানসভাৰ কাৰ্যবিৱৰণীত সংযোজন হ’ল হিন্দী ভাষা। সোমবাৰৰ পৰা আৰম্ভ হোৱা বাজেট অধিৱেশনৰ পৰাই অসমীয়া, ইংৰাজী আৰু বড়োৰ লগতে হিন্দীতো সদনৰ কাৰ্যবিৱৰণীত অন্তৰ্ভূক্ত কৰে ৰাজ্য চৰকাৰে। এই সিদ্ধান্তৰ জৰিয়তে প্ৰথমবাৰৰ…
Business চ’নীয়ে ভাৰতত ৬৬.৮ মেগাপিক্সেলৰ ফ্লেগশ্বিপ কেমেৰা আলফা ৭আৰ VI মুকলি কৰি অধিক উন্নত কৰিলে নিজৰ মানদণ্ড July 6, 2026 Business Bureau চ’নী ইণ্ডিয়াই ভাৰতত আলফা ৭আৰ VI মুকলি কৰি নিজৰ প্ৰিমিয়াম আলফা কেমেৰা পৰ্টফলিঅ’ৰ সম্প্ৰসাৰণ কৰিছে। ই হৈছে ৬৬.৮ মেগাপিক্সেলৰ বেক-ইলুমিনেটেড এক্সমৰ আৰএছ চিম’ছ চেন্সৰ আৰু শেহতীয়া বিয়ঞ্জ এক্সআৰ২ ইমেজ প্ৰচেছিং…
Sports ইংলেণ্ডক হৰুৱাই অষ্ট্ৰেলিয়া পুনৰ মহিলা টি-২০ বিশ্বকাপৰ চেম্পিয়ন July 6, 2026 Sonakshi Sarkar ক্ৰীড়া ইতিহাসত আন এক সোণালী অধ্যায় সৃষ্টি কৰি অষ্ট্ৰেলিয়াই দেওবাৰে লৰ্ডছ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হোৱা ২০২৬ বৰ্ষৰ আইচিচি মহিলা টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিছে। এক ৰোমাঞ্চকৰ ফাইনেল খেলত অষ্ট্ৰেলিয়াই আয়োজক…
Sports ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত নৰৱে July 6, 2026 Sonakshi Sarkar ২০২৬ চনৰ ফিফা বিশ্বকাপত সোমবাৰে পুৱতি নিশা এক ডাঙৰ বিপৰ্যয় সৃষ্টি কৰি নৰৱেই শক্তিশালী ব্ৰাজিলক ২-১ গ’লত পৰাস্ত কৰে। এই ঐতিহাসিক জয়ৰ সৈতে নৰৱেই পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ…
Assam বান আৰু ভূমিস্খলনত বিধ্বস্ত ডোডা-কিস্তৱাৰ ঘাইপথ; মাটিৰ তলত পোত গ’ল একাধিক বাহন July 6, 2026 Paromita প্ৰবল বৰষুণৰ পিছত সংঘটিত আকস্মিক বানে বিধ্বস্ত কৰিলে জম্মু-কাশ্মীৰৰ ডোডা-কিস্তৱাৰ ঘাইপথ। সোমবাৰে পুৱতি নিশা সংঘটিত এই দুৰ্যোগৰ ফলত যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ লগতে পথৰ ওপৰতে মাটি আৰু শিল-বালিৰ…