Month: July 2026

ৰেন’ই সৰলীকৃত সামগ্ৰীৰে কুইডক দিলে নতুন ৰূপ, ক্লাইম্বাৰৰ কাৰ্যকৰী মূল্য এতিয়া ৪.৯৯ লাখ টকা

ৰেন’ ইণ্ডিয়াই এক নতুন ৰূপ, সৰলীকৃত ভেরিয়েন্ট সূচী আৰু সংশোধিত মূল্যৰে নতুন ৰেন’ কুইড মুকলি কৰিছে, যাৰ উদ্দেশ্য হৈছে ভাৰতীয় ক্ৰেতাসকলৰ বাবে প্ৰথমখন গাড়ীৰ মালিকীস্বত্ব অধিক সহজলভ্য কৰি তোলা। এই…

ট্ৰাই-ৰ ড্ৰাইভ টেষ্টত ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ মোবাইল নেটৱৰ্কৰ বাস্তৱিক ছবিখন প্ৰকাশ

টেলিকম ৰেগুলেটৰী অথৰিটি অৱ ইণ্ডিয়া(ট্ৰাই)-এ অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত চলোৱা ইণ্ডিপেণ্ডেণ্ট ড্ৰাইভ টেষ্ট(আইডিটি)ৰ ফলাফলসমূহ প্ৰকাশ কৰিছে। ইয়াৰ জৰিয়তে গ্ৰাহকসকলে টেলিকম সেৱা প্ৰদানকাৰী কোম্পানীসমূহৰ মোবাইল নেটৱৰ্কৰ গুণগত মানৰ এক বিতং…

ZEE5 ৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰতে আঁতৰিল ‘Satluj’, কণৱলজিত সিঙে প্ৰশ্ন কৰিলে: “বাক্ স্বাধীনতা ক’ত?”

ZEE5 ৰ পৰা ‘Satluj’ ছবিখন হঠাতে আঁতৰাই দিয়াৰ পিছত চেন্সৰশ্বিপ আৰু শিল্পৰ স্বাধীনতাক লৈ নতুনকৈ বিতৰ্ক আৰম্ভ হৈছে। এই সিদ্ধান্তক লৈ এতিয়া ছবিখনৰ দলৰ সৈতে জ্যেষ্ঠ অভিনেতা কণৱলজিত সিঙেও ক্ষোভ…

অমৃত বৃক্ষ আন্দোলন: ১০ৰ পৰা ১৪ আগষ্টলৈ অসমত ১ কোটি গছ ৰোপণৰ লক্ষ্য

অসম চৰকাৰে ‘অমৃত বৃক্ষ আন্দোলন’ৰ অধীনত ৰাজ্যজুৰি এক কোটি পুলি ৰোপণৰ উচ্চাকাংক্ষী লক্ষ্য ঘোষণা কৰিছে। এই বৃহৎ ৰোপণ অভিযান ২০২৬ চনৰ ১০ আগষ্টৰ পৰা ১৪ আগষ্টলৈ অনুষ্ঠিত হ’ব। পবিতৰা বন্যপ্ৰাণী…

আৰক্ষী বাহিনীৰ ওপৰত ভয়ংকৰ আক্ৰমণ; বন্দুকধাৰীৰ গুলীচালনাত নিহত ৯ জোৱান

সশস্ত্ৰ দুৰ্বৃত্তৰ গুলীচালনাত নিহত হ’ল অন্ততঃ ৯ জন আৰক্ষী জোৱান। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ জিয়াৰাত জিলাত নিৰ্মীয়মাণ মাংগি বান্ধ প্ৰকল্পৰ নিৰাপত্তাত নিয়োজিত আৰক্ষী বাহিনীক লক্ষ্য কৰি সংঘটিত হয় এই ভয়ংকৰ আক্ৰমণ।…

চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী হ্ৰাসৰ দাবী নাকচ: শিক্ষামন্ত্ৰীৰ মতে ডাটা সংশোধনৰ বাবেই হ্ৰাস

বিদ্যালয়ত বিগত দুবছৰত অসমত ২,১২,৭৬৮ গৰাকী আৰু ২০২১-২ ৰ পৰা ২০২৪-২৫ চনলৈ ২৫,৬৭,৭৯৩ গৰাকী ছাত্ৰ-ছাত্ৰী কমিছে বুলি ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে কৰা অভিযোগ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে নাকচ কৰিছে।…

এটা দশকত ৰাজ্যত ৰুজু মহিলাৰ বিৰুদ্ধে অপৰাধৰ ২.০৪ লাখতকৈ অধিক গোচৰ; বিধানসভাত চৰকাৰৰ পৰিসংখ্যা

এটা দশকত অসমত মহিলাৰ বিৰুদ্ধে ৰুজু হৈছে ২ লাখ ৪ হাজাৰতকৈ অধিক অপৰাধজনিত গোচৰ। সোমবাৰে অসম বিধানসভাত দাখিল কৰা চৰকাৰী পৰিসংখ্যাত পোহৰলৈ আহে এই তথ্য। কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে…

‘কা’ৰ অধীনত অসমত নাগৰিকত্বৰ বাবে ৭০ জনৰ আবেদন দাখিল; ৬ জনৰ অনুমোদন লাভ

নাগৰিকত্ব সংশোধনী আইনৰ অধীনত অসমত ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে ৬ জন আবেদনকাৰীয়ে। আইনখন কাৰ্যকৰী হোৱাৰ পিছত ৰাজ্যত এতিয়ালৈকে নাগৰিকত্বৰ বাবে আবেদন জনাইছে মুঠ ৭০ জনে। সোমবাৰে অসম বিধানসভাৰ প্ৰশ্নোত্তৰ পৰ্বত…

ই-২০ ইন্ধনক লৈ বিধানসভাৰ বাহিৰত অখিল গগৈৰ প্ৰতিবাদ; সদনৰ ভিতৰতো উত্তপ্ত বাদ-বিবাদ

ই-২০ ইন্ধন নীতিৰ বিৰোধিতাই মঙলবাৰে উত্তপ্ত কৰি তোলে অসম বিধানসভাৰ চৌহদ। বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা ৰাজপথত মটৰচাইকেল ঠেলাগাড়ীত তুলি আনি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল…

পৰ্তুগালক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত স্পেইন

২০২৬ চনৰ ফিফা বিশ্বকাপৰ এক ৰুদ্ধদ্বাৰ খেলত স্পেইনে পৰ্তুগালক ১-০ গলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলখনৰ একেবাৰে শেষ মুহূৰ্তত (৯১ মিনিটত) স্পেইনৰ খেলুৱৈ মিকেল মেৰিনোই ফেৰান টৰেছৰ পাছৰ…