Month: July 2026

এগৰাকী পৰিবহন বিষয়াৰ সম্পত্তিয়ে চকু কপালত তুলিছে আৰক্ষীৰ

অৱসৰপ্ৰাপ্ত এগৰাকী পৰিবহন বিষয়াৰ সম্পত্তিয়ে চকু কপালত তুলিছে আৰক্ষীৰ। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত দুৰ্নীতি নিবাৰক শাখাৰ (Vigilance Team) এক অভিযানত এজন অৱসৰপ্ৰাপ্ত পৰিবহণ বিষয়াৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে কেইবা কোটি টকাৰ…

পিতৃ-মাতৃক কোনো সন্তানে কৰিব নোৱাৰিব অবহেলা

বৃদ্ধকালত পিতৃ-মাতৃক কোনো সন্তানে অনাদৰ কৰিলে তেনে সন্তানক সকলো পৈতিক সা-সম্পত্তি পৰা আইনগতভাৱে বঞ্চিত কৰিব পাৰিব। বম্বে উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ ৰায়দানত স্পষ্ট কৰি দিছে যে যদি সন্তানৰ লালন-পালন…

ছিণ্ডিকেটৰ বাবেহে ৰাজ্য়ত মূল্যবৃদ্ধি হৈছে

অখিল গগৈয়ে এইবাৰ ঠেলাত আনিলে মাছ, ব্ৰইলাৰ মুৰ্গী, কণী, চুপাৰী আদি সামগ্ৰী । দেখুৱালে কি দৰে ছিণ্ডিকেটৰ বাবেহে ৰাজ্য়ত মূল্যবৃদ্ধি হৈছে…। বিধানসভাৰ বাজেট অধিৱেশনৰ বৃহস্পতিবাৰে অৰ্থাৎ চতুৰ্থ দিনা সদনৰ বাহিৰত…

অৰুণাচল প্ৰদেশত এক ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে

এইবাৰ অৰুণাচল প্ৰদেশত এক ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৷ জানিব পৰা মতে, বুধবাৰে লোহিত জিলাৰ লোহিতপুৰত এই ভূমিস্খলনৰ ঘটনাটো সংঘটিত হৈছে, যাৰ ফলত দুজন শ্ৰমিকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা…

কঠোৰ হৈছে পৌৰ নিগম

গুৱাহাটীক পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত কঠোৰ হৈছে পৌৰ নিগম । নিয়ম পালন নকৰাসকলৰ বাবে ৩০০-২৫,০০০ টকাৰ জৰিমনাৰ ব্যৱস্থা ।মহানগৰীৰ য’তে-ত’তে আৱৰ্জনা পেলোৱা, ৰাজহুৱা সম্পত্তি নষ্ট কৰা আৰু প্ৰাকৃতিক জলাশয় প্ৰদূষিত…

ফীফা সভাপতি ইনফান্তিনোৰ বিৰুদ্ধে আইঅ’চিৰ ওচৰত অভিযোগ দাখিলৰ প্ৰস্তুতি

মানৱ অধিকাৰ সংগঠন ‘ফেয়াৰস্কোৱাৰ’-এ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ ওচৰত বিশ্ব ফুটবল সংস্থা ফীফাৰ সভাপতি জিয়ানি ইনফান্তিনোৰ বিৰুদ্ধে এক আনুষ্ঠানিক অভিযোগ দাখিল কৰাৰ কথা ঘোষণা কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰতি…

স্কোডা অটো ইণ্ডিয়াই প্ৰথম ছমাহত বিক্ৰীৰে গঢ়িলে অভিলেখ

স্কোডা অটো ইণ্ডিয়াই ২০২৬ চনৰ প্ৰথমাৰ্ধত ৩৮,৮৯৪খন বাহন বিক্ৰী কৰি এইপৰ্যন্ত সৰ্বাধিক অৰ্ধ-বাৰ্ষিক বিক্ৰীৰ অভিলেখ গঢ়িছে, যি যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ৭.৫ শতাংশ অধিক। ২০২৫ চনত কোম্পানীটোৱে সৰ্বাধিক বাৰ্ষিক…

গুৱাহাটী ক’ল্ড-চেইন হাবৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চললৈ ক’ল্ডষ্টাৰৰ সম্প্ৰসাৰণ

ক’ল্ডষ্টাৰ লজিষ্টিকছে গুৱাহাটীত নিজৰ প্ৰথমটো ৱেৰহাউচিং (উদ্ধাৰ কাৰ্য/ভঁৰাল) সুবিধা মুকলি কৰি উত্তৰ-পূব ভাৰতত প্ৰৱেশ কৰিছে। ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা দ্বিতীয় শ্ৰেণীৰ বজাৰসমূহৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত কৰাৰ লগতে কোম্পানীটোৱে ইয়াৰ জৰিয়তে…

এক সুস্থিৰ বৃদ্ধিৰে এক্সিছ মেক্স লাইফে অতিক্ৰম কৰিলে ২ লাখ কোটি টকাৰ এইউএমৰ সীমা

এক্সিছ মেক্স লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেড-এ ২০২৬ চনৰ ৩০ জুন পৰ্যন্ত পৰিচালনাধীন সম্পদ(এইউএম)ৰ ক্ষেত্ৰত ২ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰি এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্পৰ্শ কৰিছে। কোম্পানীটোৱে জানিবলৈ দিয়া…

জুন মাহত ঘৰুৱা বিক্ৰী ১২৯% বৃদ্ধি নিচানৰ, মুঠ পাইকাৰী বিক্ৰী বৃদ্ধি পালে ১৬%লৈ

নিচান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ ২০২৬ চনৰ জুন মাহত ঘৰুৱা পাইকাৰী বিক্ৰীত বছৰি ১২৯ শতাংশ বৃদ্ধিৰে ৩,০০৬ খন বাহন বিক্ৰী কৰিছে। এই পৰিসংখ্যাই প্ৰমাণ কৰে যে ক্ৰমাগত চতুৰ্থ মাহৰ বাবে…