বৃদ্ধকালত পিতৃ-মাতৃক কোনো সন্তানে অনাদৰ কৰিলে তেনে সন্তানক সকলো পৈতিক সা-সম্পত্তি পৰা আইনগতভাৱে বঞ্চিত কৰিব পাৰিব। বম্বে উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ ৰায়দানত স্পষ্ট কৰি দিছে যে যদি সন্তানৰ লালন-পালন কৰাৰ পিছতো তেওঁলোকে বৃদ্ধ বয়সত পিতৃ-মাতৃৰ চোৱাচিতা নকৰে, তেন্তে পিতৃ-মাতৃয়ে সন্তানক দিয়া নিজৰ সম্পত্তি ঘূৰাই লোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে। আনকি পিতৃ-মাতৃ আৰ্থিকভাৱে স্বাৱলম্বী হ’লেও এই নিয়ম প্ৰযোজ্য হ’ব বুলি আদালতে কয়। Share this:FacebookX Related Post navigation ছিণ্ডিকেটৰ বাবেহে ৰাজ্য়ত মূল্যবৃদ্ধি হৈছে এগৰাকী পৰিবহন বিষয়াৰ সম্পত্তিয়ে চকু কপালত তুলিছে আৰক্ষীৰ