Month: July 2026

মৰ্মান্তিক! এজনক বচাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু একেটা পৰিয়ালৰ ৪ সদস্যৰ

বিদ্যুৎস্পৃষ্ট হৈ ইজনৰ পিছত সিজনকৈ মৃত্যুক সাৱটিবলগীয়া হ’ল একেটা পৰিয়ালৰ চাৰি সদস্যই। বুধবাৰে পুৱা মহাৰাষ্ট্ৰৰ ছাতাৰা জিলাত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ অহা পৰিয়ালৰ এজন সদস্যক…

যোগীঘোপাত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ, আদালতৰ নিৰ্দেশত প্ৰেৰণ জেল হাজোতলৈ

অনাধিকাৰভাৱে এলোপেথিক চিকিৎসা সেৱা আগবঢ়াই অহা এজন ভুৱা চিকিৎসকক অৱশেষত গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। বঙাইগাঁও জিলাৰ যোগীঘোপাত বুধবাৰে আৰক্ষীৰ জালত পৰে ভুৱা চিকিৎসকজন। ধৃত ভুৱা চিকিৎসকজনক যোগীঘোপাৰ ছোট বৰজানা গাঁৱৰ বাসিন্দা…

ভুল চিকিৎসাৰ বাবে ৰোগীৰ মৃত্যুৰ অভিযোগ! স্বস্তি হাস্পতালৰ মুখ্যদ্বাৰত ৰাইজে লগালে তলা

চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে এগৰাকী মহিলাৰ অকাল মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগেৰে আজি উত্তপ্ত হৈ পৰিল ৰঙিয়া। চহৰখনৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় ‘স্বস্তি হাস্পতাল’ত এই ঘটনা সংঘটিত হয়। মৃত মহিলাগৰাকী ৰঙিয়াৰ…

সাংবাদিকক যৌন নিৰ্যাতনৰ গোচৰত দোষী সাব্যস্ত ড’নাল্ড ট্ৰাম্প, ভুক্তভোগীক ৫ মিলিয়ন ডলাৰ ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ

যৌন নিৰ্যাতনৰ এক গোচৰত দোষী সাব্যস্ত হোৱা ড’নাল্ড ট্ৰাম্পক লৈ আন এক গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰিলে আদালতে। লেখিকা তথা প্ৰাক্তন সাংবাদিক ই জিন কেৰ’লে ট্ৰাম্পৰ বিৰুদ্ধে দাখিল কৰিছিল এই অসামৰিক…

ফুৰিবলৈ গৈ স্বামীৰ সৈতে কথা পাতি থকাৰ মাজতেই লুইতত জাপ মহিলাৰ, নিমাতিঘাটত তীব্ৰ চাঞ্চল্য

স্বামীৰ সৈতে নদীৰ পাৰত বহি কথা পাতি থকাৰ মাজতে হঠাতে ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দিলে এগৰাকী মহিলাই। যোৰহাটৰ নিমাতিঘাটত সংঘটিত হয় এই শোকাবহ তথা ৰহস্যজনক ঘটনা। নিখোজ মহিলাগৰাকী নাওবৈচা পটীয়াগাঁৱৰ দিহিঙীয়াকুৰিৰ…

ড্ৰাগছ আসক্তৰ বিৰুদ্ধে চলোৱা অভিযানত জব্দ বুজন পৰিমাণৰ চুৰি সামগ্ৰী, দুজনক আটক

শিলচৰৰ পাছত এইবাৰ চুৰি সামগ্ৰীৰ‌ বিৰুদ্ধে কালাইন আৰক্ষীৰ বৃহৎ সফলতা। ড্ৰাগছ আসক্ত অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই কালাইন থানাৰ আৰক্ষীয়ে বুজন পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কালাইন থানাৰ এগৰাকী…

গুৱাহাটী ৰে’ল ষ্টেচনত ১১ সন্দেহজনক বাংলাদেশী আটক; অবৈধ অনুপ্ৰৱেশ চক্ৰৰ সন্ধানত তদন্ত

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ সন্দেহত ১১ জন বাংলাদেশী নাগৰিকক আটক কৰে ৰে’ল সুৰক্ষা বাহিনীয়ে। গুৱাহাটী ৰে’ল ষ্টেচনত চেন্নাইৰ টাম্বৰাম অভিমুখী যাত্ৰাৰ পূৰ্বে চলোৱা অভিযানত আটক কৰা হয় আটাইকেইজনকে। ৰে’ল সুৰক্ষা…

মধ্য আকাশৰ পৰা সন্ধানহীন মালবাহী বিমান! আৰব সাগৰত দুৰ্ঘটনাৰ আশংকা

মধ্য আকাশৰ পৰাই সন্ধানহীন হৈ পৰিল এখন মালবাহী বিমান। সংযুক্ত আৰব আমিৰশ্বাহীৰ ছাৰজাহৰ পৰা পাকিস্তানৰ কৰাচীলৈ আহি থকা কে–টু এয়াৰৱেজৰ ব’য়িং ৭৩৭ বিমানখনৰ সৈতে মঙলবাৰে নিশা হঠাতে বিচ্ছিন্ন হয় বিমান…

পোষ্টেল চেভিংছ একাউণ্টৰ পৰা ১.৩ কোটি টকা আত্মসাৎৰ অভিযোগ; চিবিআইৰ জালত ডাক বিভাগৰ দুজন কৰ্মচাৰী

পোষ্টেল চেভিংছ একাউণ্টত জমা থকা ১.৩ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত চিবিআইৰ জালত পৰিল ডাক বিভাগৰ দুজন কৰ্মচাৰী। মহীশূৰৰ ৪৪ জন গ্ৰাহকৰ পোষ্টেল চেভিংছ একাউণ্টৰ পৰা টকা নিজৰ আৰু আত্মীয়ৰ…

১,০০০ কোটি টকীয়া আৰটিডি বজাৰ দখলৰ উদ্দেশ্যেৰে ৰাস্নাৰ জপিন পৰ্টফলিঅ’ত ১ লিটাৰৰ পেকেটৰ সম্প্ৰসাৰণ

ৰাস্না প্ৰাইভেট লিমিটেডে সমগ্ৰ দেশজুৰি জপিন ১-লিটাৰ টেট্ৰা পেক কাৰ্টন মুকলি কৰি নিজৰ ৰেডী-টু-ড্ৰিংক পানীয়ৰ পৰ্টফলিঅ’ সম্প্ৰসাৰণ কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে ভাৰতৰ আনুমানিক ১,০০০ কোটি টকীয়া প্ৰিমিয়াম আৰটিডি ফলৰ পানীয়ৰ…