গুৱাহাটীক পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত কঠোৰ হৈছে পৌৰ নিগম । নিয়ম পালন নকৰাসকলৰ বাবে ৩০০-২৫,০০০ টকাৰ জৰিমনাৰ ব্যৱস্থা ।মহানগৰীৰ য’তে-ত’তে আৱৰ্জনা পেলোৱা, ৰাজহুৱা সম্পত্তি নষ্ট কৰা আৰু প্ৰাকৃতিক জলাশয় প্ৰদূষিত কৰা কাৰ্য ৰোধ কৰিবলৈ পৌৰ নিগমে এক নতুন ৰাজহুৱা জাননী জাৰি কৰিছে ।এতিয়াৰে পৰা ৰাস্তাই ঘাটে আৱৰ্জনাই নহয়, পিক পেলালেও জৰিমনা ভৰিব লাগিব । Share this:FacebookX Related Post navigation স্কোডা অটো ইণ্ডিয়াই প্ৰথম ছমাহত বিক্ৰীৰে গঢ়িলে অভিলেখ অৰুণাচল প্ৰদেশত এক ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে