Assam নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত পিষ্টলসহ আটক বিহাৰৰ এজন লোক July 21, 2026 Paromita ৰে’ল ষ্টেচনসমূহত অব্যাহত থকা নিৰাপত্তা ব্যৱস্থাৰ মাজতে নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত জব্দ হ’ল এটা পিষ্টল আৰু পাঁচজাঁই সজীৱ গুলী। অস্ত্ৰসহ বিহাৰৰ এজন লোকক জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে ৰে’ল আৰক্ষীয়ে।…
Assam এনআৰচিৰ পৰা বাদ পৰা লোকৰ আপীল প্ৰক্ৰিয়া কেতিয়া? কেন্দ্ৰ-অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী July 21, 2026 Paromita অসমৰ চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰা লোকসকলৰ আপীল প্ৰক্ৰিয়া এতিয়াও আৰম্ভ নোহোৱাক কেন্দ্ৰ কৰি উচ্চতম ন্যায়ালয়ত পুনৰ উত্থাপিত হৈছে গুৰুত্বপূৰ্ণ প্ৰশ্ন। এইবাৰ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু ৰাজ্যিক এনআৰচি সমন্বয়কৰ…
Assam একে পৰিয়ালৰ চাৰি সদস্য সন্ধানহীন; বানৰ সোঁতে উটুৱাই নিলে মাতৃ-কন্যাক, উদ্ধাৰত নামি নিৰুদ্দেশ দুই পুত্ৰ July 21, 2026 Paromita উজনি অসমৰ বিস্তীৰ্ণ অঞ্চলত অব্যাহত বান পৰিস্থিতিয়ে কঢ়িয়াই আনিলে আন এক শোকাৱহ ঘটনা। চৰাইদেউ জিলাত বানপানীৰ প্ৰবল সোঁতত উটি গৈ সন্ধানহীন হৈ পৰিছে একেটা পৰিয়ালৰ চাৰিজন সদস্য। ঘটনাৰ পিছত সময়মতে…
Assam উজনি অসমৰ বানাক্ৰান্ত অঞ্চলত সেনাৰ ‘জল ৰাহত’ অভিযান; ২০০ৰো অধিক লোকক উদ্ধাৰ July 21, 2026 Paromita ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰী ৰূপ। বিশেষকৈ উজনি অসমত ধাৰাসাৰ বৰষুণ আৰু নদ-নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত কেইবাখনো জিলাৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। বিস্তীৰ্ণ অঞ্চলত আবদ্ধ হৈ পৰিছে…
Latest BIMSTECৰ ধন সৰবৰাহ আৰু সন্ত্ৰাসবাদীৰ বিত্তীয় সাহায্য বিৰোধী বৈঠক শ্বিলঙত অনুষ্ঠিত July 21, 2026 Tarali ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অধীনৰ ৰাজহ বিভাগে সফলতাৰে BIMSTEC ৰ Anti-Money Laundering আৰু Combating the Financing of Terrorism (SG-AML/CFT) ৰ ১৪ সংখ্যক উপ-গোটৰ বৈঠক সোমবাৰে শ্বিলঙত আয়োজন কৰে।এই বৈঠকত BIMSTEC…
Sports আৰ্জেণ্টিনাক অতিক্ৰম কৰি ফিফা ৰেংকিঙৰ শীৰ্ষত স্পেইন July 21, 2026 Sonakshi Sarkar ২০২৬ চনৰ ফিফা পুৰুষ বিশ্বকাপৰ ঐতিহাসিক জয়ৰ পাছত স্পেইনে পুনৰ ফিফা ৰেংকিঙৰ শীৰ্ষ স্থান দখল কৰিছে। ১৯ জুলাইত অনুষ্ঠিত ফাইনেলখনত স্পেইনে অতিৰিক্ত সময়ত ১-০ গ’লত ডিফেন্ডিং চেম্পিয়ন আৰ্জেণ্টিনাক পৰাস্ত কৰি…
Business দিখৌ নদীৰ বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে July 21, 2026 Dipshikha শিৱসাগৰ জিলাত দিখৌ নদীৰ বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ বন্যাত সকলক উদ্ধাৰ কৰাৰ বাবে সেনাবাহিনীৰ হেলিকপ্টাৰ আৰু মটৰচালিত নাও ব্যৱহাৰ কৰা হৈছে যদিও এয়া পৰ্যাপ্ত নহয় বুলি অভিযোগ উত্থাপন…
Business এইবাৰ কৃষকৰ গৰ্জনত কঁপিব দিল্লী July 21, 2026 Dipshikha CJP নহয়, এইবাৰ কৃষকৰ গৰ্জনত কঁপিব দিল্লী। ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ বিৰোধিতাৰে হাৰিয়ানাৰ পৰা দিল্লীলৈ গাড়ীয়ে গাড়ীয়ে আহিল হাজাৰ হাজাৰ কৃষক। বন্ধ কৰি দিয়া হ’ল শম্ভু বৰ্ডাৰ।প্ৰস্তাবিত ভাৰত-আমেৰিকা বাণিজ্য চুক্তিৰ বিৰুদ্ধে…
Business গাড়ীৰ পিছত এইবাৰ পাকঘৰ,ৰেষ্টুৰেণ্টত ঠাই ল’ব ইথানলে July 21, 2026 Dipshikha পেট্ৰ’লৰ পিছত এইবাৰ ভাৰত চৰকাৰে ইথানল চিলিণ্ডাৰৰ কথা চিন্তা চৰ্চা কৰিছে। এই সন্দৰ্ভত প্ৰাৰম্ভিক প্ৰায় সকলো প্ৰস্তুতি সম্পন্ন কৰিছে কেন্দ্ৰীয় চৰকাৰে। ঘৰুৱা পাকঘৰৰ ইন্ধন খণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ এখন…
Business ছিকিমত সুৰংগ দুৰ্ঘটনা July 21, 2026 Dipshikha ছিকিমৰ নামচি জিলাৰ ঝোলুংগেৰ সমৰদঙত নিৰ্মাণৰত সুৰংগ মঙলবাৰে পুৱতি নিশা খহি পৰাৰ এক দুৰ্ঘটনা সংঘটিত হৈছে ৷ এই ঘটনাৰ ফলত সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা…