Month: July 2026

আল্ট্ৰাভায়োলেটৰ কেছবেক আঁচনি ঘোষণা

ইন্ধনৰ ক্ৰমাগত মূল্যবৃদ্ধিৰ মাজতে পেট্ৰ’ল চালিত দুচকীয়া বাহনৰ গৰাকীসকলক বৈদ্যুতিক বাহন(ইভি) আঁকোৱালি ল’বলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে বুধবাৰে আল্ট্ৰাভায়োলেট নামৰ ইভি নিৰ্মাতা প্ৰতিষ্ঠানটোৱে এক দেশজোৰা গ্ৰাহক ইনচেণ্টিভ কাৰ্যসূচী ঘোষণা কৰিছে। কোম্পানীটোৱে…

হোম ক্ৰেডিট ইণ্ডিয়াই অধিগ্ৰহণ কৰিলে ভাৰ্থনা ফাইনেন্স

টিভিএছ ভেনু গ্ৰুপৰ অন্তৰ্ভুক্ত হোম ক্ৰেডিট ইণ্ডিয়াই সম্পূৰ্ণ নগদ ধনৰ লেনদেনৰ বিনিময়ত ভাৰ্থনা ফাইনেন্স প্ৰাইভেট লিমিটেডৰ ১০০ শতাংশ অংশীদাৰিত্ব অধিগ্ৰহণ কৰাৰ বাবে এক চুক্তিত উপনীত হৈছে। অৱশ্যে এই প্ৰক্ৰিয়াটো ৰিজাৰ্ভ…

ছানফিষ্ট মেৰী লাইটে পুৰী ৰথযাত্ৰাত সূৰ্য বৰদানৰ জৰিয়তে বৃদ্ধি কৰিছে ভিটামিন ডিৰ সজাগতা অভিযান

ছানফিষ্ট মেৰী লাইটে প্ৰচুৰ সূৰ্যৰ পোহৰ পোৱাৰ পিছতো দেশৰ লাখ লাখ ভাৰতীয়ক প্ৰভাৱিত কৰি অহা ভিটামিন ডি-ৰ অভাৱজনিত সমস্যাৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ ঐতিহ্যমণ্ডিত পুৰী ৰথযাত্ৰাত সূৰ্য বৰদান পদক্ষেপৰ দ্বিতীয়…

ভাৰতত নিচানে মুকলি কৰিলে প্ৰিমিয়াম এছইউভি টেক্টন, বাহনখনৰ প্ৰাৰম্ভিক মূল্য ১০.৪৯ লাখ টকা

নিচান মটৰ ইণ্ডিয়াই বৃহস্পতিবাৰে ভাৰতত ৱৰ্ল্ড প্ৰিমিয়াৰৰ জৰিয়তে সম্পূৰ্ণ নতুন টেক্টন প্ৰিমিয়াম চি-এছইউভি বাহনখন মুকলি কৰিছে। এয়া হৈছে ২০২৬ চনত কোম্পানীটোৰ দ্বিতীয়টো উৎপাদন আৰু দেশৰ দ্ৰুতগতিত বৃদ্ধি পোৱা এছইউভি বজাৰত…

২১গৰাকী এমডিআৰটি উপদেষ্টাৰে টাটা এআইএ-ই অসমত নিজৰ স্থিতি কৰিছে শক্তিশালী, ভাৰতৰ অক্ষুণ্ণ ৰাখিছে শীৰ্ষ ৰেংকিং

টাটা এআইএ লাইফ ইঞ্চুৰেন্সে-এ অসমত ২১গৰাকী মিলিয়ন ডলাৰ ৰাউণ্ড টেবুল(এমডিআৰটি)-যোগ্য উপদেষ্টা পঞ্জীয়ন কৰিছে। ইয়াৰ দ্বাৰা ৰাজ্যখনৰ জীৱন বীমা খণ্ডত নিজৰ উপস্থিতি শক্তিশালী কৰাৰ লগতে ধাৰাবাহিকভাৱে চতুৰ্থ বছৰৰ বাবে এমডিআৰটি-যোগ্য উপদেষ্টাৰ…

মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে আইজলৰ বাবে এখন প্ৰতীকী স্থাপত্যৰ কল্পনা কৰিছে: ভানাপা হল ডিজাইন বঁটা প্ৰদান অনুষ্ঠান

সোমবাৰে মিজোৰামৰ মুখ্যমন্ত্ৰী পু লালডুহোমাই আইজলৰ I&PR মিনি থিয়েটাৰত অনুষ্ঠিত হোৱা ভানাপা হল আৰু পাৰ্ক আৰ্কিটেকচাৰেল ডিজাইন প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰে। নগৰ উন্নয়ন আৰু দৰিদ্ৰতা নিৰ্মূলন (UD&PA) বিভাগে এই…

শবানা আজমীয়ে ছাত্ৰ প্ৰতিবাদী সমদলত যোগদান, NEET প্ৰশ্নপত্ৰ ফাদিলৰ বিষয়ত চৰকাৰে ব্যৱস্থা ল’বলৈ আহ্বান

প্ৰবীণ বলীউড অভিনেত্ৰী শবানা আজমী, এ সোমবাৰে বৃদ্ধি পাই অহা ছাত্ৰ আন্দোলনত নিজৰ সমৰ্থন আগবঢ়ালে। তেওঁ ককৰোচ জনতা পাৰ্টিৰ ‘সংসদ চলো’ সমদলত যোগদান কৰি সংসদলৈ আগবাঢ়ে। অভিযুক্ত NEET প্ৰশ্নপত্ৰ ফাদিলৰ…

ধুবুৰীত আন্তঃৰাষ্ট্ৰীয় অনলাইন জুৱা চক্ৰ উৎখাত; গ্ৰেপ্তাৰ চাৰিজন

ৰাজ্যত অব্যাহত থকা জুৱাৰ অবৈধ বেহাৰ মাজতে এইবাৰ ধুবুৰীত অনলাইন জুৱাৰ বেহা চলাই জালত পৰিল চাৰি জুৱাৰী। ধুবুৰী চহৰৰ এখন হোটেলত চলি থকা আন্তঃৰাষ্ট্ৰীয় অনলাইন জুৱা আৰু অনলাইন খেলৰ চক্ৰ…

চৰকাৰৰ সৈতে আলোচনাৰ পথ মুকলি; ২১ দিনৰ অন্তত অনশন ভংগ আইছাৰ তিনি নেতাৰ

বিগত প্ৰায় এমাহ ধৰি নতুন দিল্লীৰ যন্তৰ মন্তৰত চলি অহা প্ৰতিবাদৰ অন্তত অৱশেষত আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে মোদী চৰকাৰে। শিক্ষা ব্যৱস্থাত সংস্কাৰ আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে সাব্যস্ত…

অসমত বান পৰিস্থিতিৰ অৱনতি; মৃতকৰ সংখ্যা ৫লৈ বৃদ্ধি, ৫৭ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত

ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ মাজতে ৰাজ্যত সৃষ্টি হৈছে অধিক সংকটজনক পৰিস্থিতি। এজন লোকৰ মৃত্যু হোৱাৰ পিছতে এইবাৰৰ বানত মৃতকৰ সংখ্যা ৫জনলৈ বৃদ্ধি পাইছে। আনহাতে সাতখন জিলাত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা ৫৭…