Month: April 2026

চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ! নিৰ্বাচন আয়োগত মোদীৰ বিৰুদ্ধে ৭০০ বিশিষ্ট নাগৰিকৰ অভিযোগ

নিৰ্বাচনী যুঁজৰ মাজতে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে একত্ৰিত হৈছে দেশৰ ৭০০ গৰাকী বিশিষ্ট নাগৰিক। ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণৰ নামত বিৰোধী পক্ষক ৰাজনৈতিক আক্ৰমণ কৰি নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ…

মহানগৰীৰ বতাহঘুলিত ভূমিস্খলন

মহানগৰী পাঞ্জাবাৰীৰ বতাহঘুলিত ভূমিস্খলনৰ ঘটনা।ভূমি স্খলনৰ ফলত খহিল এঘৰ লোকৰ গাৰ্ড ৱাল ।দেওবাৰৰ নিশাৰ বৰষুণ পাছত মহানগৰীৰ ভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ লগতে খহনীয়াৰ সৃষ্টি হৈছে ।পাঞ্জাবাৰীৰ বতাহঘুলিৰ ৰঙা টিলা অঞ্চলৰ…

অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; ২০ জনক দোষী সাব্যস্ত আদালতৰ, ২৫ জনক দোষমুক্ত ঘোষণা

অৱশেষত প্ৰদান কৰা হ’ল ৰাজ্য কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ চূ়ড়ান্ত ৰায়দান। কাৰ্বি আংলঙৰ ডকমকাত ছয় বছৰ পূৰ্বে সংঘটিত হোৱা সেই নৃশংস গণপ্ৰহাৰৰ ঘটনাই আজিও জোকাৰি যায় প্ৰতিজন অসমীয়াৰ বিবেক। সোমবাৰে নগাঁও…

ৰাহুল গান্ধীৰ নাগৰিকত্বৰ গোচৰত নতুন মোৰ; লক্ষ্ণৌ বিচাৰপীঠৰ ন্যায়াধীশ সুভাষ বিদ্যাৰ্থীৰ অব্যাহতি

লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ দ্বৈত নাগৰিকত্বৰ বিতৰ্কই এতিয়া এক বিশেষ নাট্যৰূপ ধাৰণ কৰিছে। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠৰ ন্যায়াধীশ সুভাষ বিদ্যাৰ্থীয়ে সোমবাৰে এই স্পৰ্শকাতৰ গোচৰৰ পৰা নিজকে আঁতৰাই ৰখাৰ…

আলকাৰাজ-আৰিনা ছাবালেংকা বছৰৰ শ্ৰেষ্ঠ টেনিছ তাৰকা

লৰিয়াছ বঁটাত টেনিছ খেলুৱৈ কাৰ্লোছ আলকাৰাজ আৰু আৰিনা ছাবালেংকাই ক্ৰমে পুৰুষৰ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু মহিলাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰাৰ বিপৰীতে ফ্ৰান্সৰ ফুটবল ক্লাব পেৰিছ চেণ্ট জাৰ্মেইনক বছৰৰ শ্ৰেষ্ঠ…

আঘাতমুক্ত পাথিৰানাৰ প্ৰত্যাৱৰ্তন, ৰাজস্থান মেচৰ আগতে নাইট শিবিৰত যোগ

ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলত নামিবৰ আগতে কলকাতা নাইট ৰাইডাৰ্ছৰ বাবে এটা ভাল খবৰ আহিছে। মথীশা পাথিৰানা দলত যোগদান কৰিছে।তেওঁ আঘাতৰ পৰা সম্পূৰ্ণ সুস্থ হৈ উঠিছে। শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডৰ পৰা অনুমতি…

পাকিস্তানক চৌদি আৰৱে প্ৰদান কৰিলে ১ বিলিয়ন মাৰ্কিন ডলাৰ

পাকিস্তানৰ কেন্দ্ৰীয় বেংকে লাভ কৰিছে চৌদি আৰৱৰ বিত্ত মন্ত্ৰালয়ৰ পৰা ১ বিলিয়ন মাৰ্কিন ডলাৰ। ষ্টেট বেংক অৱ পাকিস্তানে এই ঘোষণা কৰিছে। ষ্টেট বেংক অৱ পাকিস্তানে কয় যে চৌদি আৰৱৰ বিত্ত…

গোৱাত উজ্বলিল অসম; ৰাষ্ট্ৰীয় ছেইলিং চেম্পিয়নশ্বিপত ৰূপৰ পদক নিশামণি বৰাৰ

ৰাষ্ট্ৰীয় ক্ৰীড়া জগতত পুনৰবাৰ গৌৰৱ কঢ়িয়াই আনিলে অসমৰ জীয়ৰী নিশামণি বৰাই। গোৱাত অনুষ্ঠিত হোৱা ২০২৬ বৰ্ষৰ সৰ্বভাৰতীয় নেচনেল ছেইলিং চেম্পিয়নশ্বিপত নিশামণিয়ে অৰ্জন কৰে ৰূপৰ পদক। যোৱা ১৩ এপ্ৰিলৰ পৰা ১৭…

বংগত ৰাইজে বিচাৰে পৰিবর্তন: সন্ত্ৰাস-দুৰ্নীতিৰ অভিযোগ তুলিলে হিমন্ত বিশ্ব শৰ্মাই

পশ্চিমবংগত এতিয়া যুদ্ধংদেহী ৰূপত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সোমবাৰে ৰাজ্যখনৰ তামলুকত এক নিৰ্বাচনী জনসভাত অংশ লৈ বিজেপি নেতাগৰাকীয়ে মমতা বেনাৰ্জীৰ চৰকাৰক…

বিতৰ্কিত মন্তব্যৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুৱাৰত পৱন খেৰাৰ জামিন আবেদন

মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে কৰা বিস্ফোৰক মন্তব্যই এতিয়া চৰম বিপাঙত পেলাইছে নিখিল ভাৰত কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাক। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ একাধিক বিদেশী পাছপ’ৰ্ট আৰু বিদেশত গোপন সম্পত্তি থকা বুলি…