Month: April 2026

স্মাৰ্ট চিটী গুৱাহাটীত কৃত্ৰিম বানৰ তাণ্ডৱ; জনসাধাৰণৰ সহযোগিতা বিচাৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আহ্বান

এজাক বৰষুণতে মহাসাগৰত পৰিণত হ’ল স্মাৰ্ট চিটী গুৱাহাটী। মহানগৰীৰ চুকে-কোণে সৃষ্টি হোৱা ভয়াৱহ কৃত্ৰিম বানত স্তব্ধ হৈ পৰিছে স্বাভাৱিক জীৱনযাত্ৰা। এই দুৰ্বিষহ পৰিস্থিতিৰ পাছতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জনসাধাৰণৰ সহযোগিতা…

সান্ধ্য আইন ভংগৰ অভিযোগত ইম্ফলত ১৯ জন আটক; কঠোৰ অভিযান মণিপুৰ আৰক্ষীৰ

সান্ধ্য আইন উলংঘন কৰি ৰাজহুৱা সম্পত্তিৰ হানি কৰাৰ অভিযোগত মণিপুৰ আৰক্ষীয়ে ১৯ জন ব্যক্তিক আটক কৰিছে। ১৯ এপ্ৰিলত বৃহত্তৰ ইম্ফল অঞ্চলৰ বিভিন্ন স্থানত চলোৱা এক বিশেষ অভিযানত আৰক্ষীয়ে এই লোকসকলক…

মাইলছ ব্ৰনছন ৰেচিডেন্সিয়েল স্কুল, গুৱাহাটীয়ে এআই-নেতৃত্বাধীন শৈক্ষিক গ্ৰেডিঙৰ বাবে স্মাৰ্টটেলৰ সৈতে অংশীদাৰিত্ব

অসমৰ আগশাৰীৰ আৱাসিক প্ৰতিষ্ঠান মাইলছ ব্ৰনছন ৰেচিডেন্সিয়েল স্কুল (এমবিআৰএছ) আৰু এছিয়াৰ প্ৰথমটো এ আই চালিত গ্ৰেডিং প্ৰতিষ্ঠান স্মাৰ্টেলে উচ্চ গ্ৰেডত এআই কেন্দ্ৰিক মূল্যায়নৰ বাবে অংশীদাৰিত্বৰ নবীকৰণ আৰু সম্প্ৰসাৰণ কৰিছে। যোৱা…

প্ৰিমিয়াৰ লীগত আৰ্চেনালৰ বিৰুদ্ধে মানচেষ্টাৰ চিটিৰ জয়

মানচেষ্টাৰ চিটিয়ে আৰ্চেনালক ২-০ত পৰাস্ত কৰি প্ৰিমিয়াৰ লীগৰ খিতাপ প্ৰায় নিশ্চিত কৰিছে। দেওবাৰে ইতিহাদ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ খেলত মানচেষ্টাৰ চিটিয়ে প্ৰিমিয়াৰ লীগৰ শীৰ্ষ দল আৰ্চেনালক ২-১ গ’লত পৰাস্ত কৰে।…

সংবাদ মাধ্যমৰ ওপৰত শাসক গোষ্ঠীৰ পৰিকল্পিত আক্ৰমণৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত নাগৰিক সভা সম্পন্ন

সংবাদ মাধ্যমৰ ওপৰত শাসকগোষ্ঠীয়ে চলাই অহা পৰিকল্পিত আৰু ধাৰাবাহিক আক্ৰমণৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ আহ্বান মৰ্মে ১৯ এপ্ৰিলত গুৱাহাটীৰ সাহিত্যচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত এখন নাগৰিক সভা অনুষ্ঠিত হয়। প্ৰাক্তন সাংসদ…

অসমৰ জীৱন্ত পৰম্পৰাক উদযাপন কৰি ৰঙালী বিহু সংগীত শ্ৰদ্ধাঞ্জলি উন্মোচন কৰিলে ছানৰাইজ স্পাইচেছে

আইটিচি লিমিটেডৰ ছানৰাইজ স্পাইচেছে অসমৰ পৰম্পৰা, খাদ্য আৰু উৎসৱমুখৰ মনোভাৱক উদযাপন কৰা বিশেষ মিউজিক ভিডিঅ’ৰ জৰিয়তে অসমীয়াৰ গভীৰ সাংস্কৃতিক সংযোগক শক্তিশালী কৰি ৰঙালী বিহু বিশেষ গীত মুকলি কৰিছে। নিভাঁজ অসমীয়া…

এইচপিচিএলৰ ডিজিটেল-প্ৰথম প্ৰক্ৰিয়াই সমগ্ৰ ভাৰতত নিৰৱচ্ছিন্ন এলপিজি ডেলিভাৰীক কেনেকৈ প্ৰদান কৰে শক্তি

হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেড(এইচপিচিএল)-এ ডিজিটেল-প্ৰথম এলপিজি বুকিং ব্যৱস্থাই সমগ্ৰ ভাৰতত কেনেদৰে কাৰ্যক্ষম আৰু সময়োপযোগী চিলিণ্ডাৰ ডেলিভাৰীক আগুৱাই লৈ গৈছে সেই বিষয়ত আলোকপাত কৰিছে। কোম্পানীটোৱে জনোৱা অনুসৰি এতিয়া ৯৯.২ শতাংশ বুকিং…

ৰেন’ল্ট গ্ৰুপে উন্মোচন কৰিলে ‘ফিউচাৰৰেডী ভাৰত’ পৰিকল্পনা

ৰেন’ গ্ৰুপে অভিযান্ত্ৰিক, উৎপাদন আৰু ৰপ্তানিৰ ওপৰত শক্তিশালী গুৰুত্ব আৰোপ কৰি ভাৰতক পৰৱৰ্তী পৰ্যায়ৰ বিশ্বৰ সম্প্ৰসাৰণ কেন্দ্ৰত প্ৰতিষ্ঠা কৰি নিজৰ ‘ফিউচাৰৰেডী’ কৌশল উন্মোচন কৰিছে। মুখ্য কাৰ্যবাহী বিষয়া ফ্ৰান্সোৱা প্ৰভষ্টে ঘোষণা…

নিষিদ্ধ ছেটেলাইট ফোনসহ শ্ৰীনগৰ বিমানবন্দৰত ধৰা পৰিল দুই আমেৰিকান নাগৰিক

নিষিদ্ধ ছেটেলাইট ফোন কঢ়িওৱাৰ অপৰাধত শ্ৰীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত দেওবাৰে আৰক্ষীয়ে আটক কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুই নাগৰিকক। যাত্ৰীদ্বয়ৰ মালবস্তু নিয়মীয়া তালাচী চলাই থকাৰ সময়তে সুৰক্ষা কৰ্মীয়ে উদ্ধাৰ কৰে এই নিষিদ্ধ…

দুৰ্ভাগ্যজনক দুৰ্ঘটনা: চলন্ত বাছৰ পৰা পৰি কিশোৰীৰ মৃত্যু, পশ্চিম চিয়াঙত শোক

চলন্ত স্কুল বাছৰ পৰা বাগৰি পৰি অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী ১৩ বছৰীয়া কিশোৰীয়ে। অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ দৰকাৰ সমীপত শনিবাৰে বিয়লি সংঘটিত হয় এই হৃদয়বিদাৰক দুৰ্ঘটনা। জানিব পৰা…