মহানগৰী পাঞ্জাবাৰীৰ বতাহঘুলিত ভূমিস্খলনৰ ঘটনা।ভূমি স্খলনৰ ফলত খহিল এঘৰ লোকৰ গাৰ্ড ৱাল ।দেওবাৰৰ নিশাৰ বৰষুণ পাছত মহানগৰীৰ ভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ লগতে খহনীয়াৰ সৃষ্টি হৈছে ।পাঞ্জাবাৰীৰ বতাহঘুলিৰ ৰঙা টিলা অঞ্চলৰ নিবাসী মহেশ তিৱাৰী নামৰ লোক জনৰ বাসগৃহত দেৱাল ভাঙি সংঘটিত হৈছে এই ঘটনা । Share this:FacebookX Related Post navigation অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; ২০ জনক দোষী সাব্যস্ত আদালতৰ, ২৫ জনক দোষমুক্ত ঘোষণা চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ! নিৰ্বাচন আয়োগত মোদীৰ বিৰুদ্ধে ৭০০ বিশিষ্ট নাগৰিকৰ অভিযোগ